• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনেই মাতিছে বিপদ! প্ৰথম কিস্তিৰ ধন লৈ পলাল ১১ মহিলা, ক’ত এই ঘটনা?

2 years ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

1 hour ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

2 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

4 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

5 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

6 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

8 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

9 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনেই মাতিছে বিপদ! প্ৰথম কিস্তিৰ ধন লৈ পলাল ১১ মহিলা, ক’ত এই ঘটনা?

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনেই মাতিছে বিপদ! প্ৰথম কিস্তিৰ ধন লৈ পলাল ১১ মহিলা, ক’ত এই ঘটনা?

editor by editor
July 9, 2024
in জীৱনশৈলী
0
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনেই মাতিছে বিপদ! প্ৰথম কিস্তিৰ ধন লৈ পলাল ১১ মহিলা, ক’ত এই ঘটনা?
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পকা ঘৰ তৈয়াৰৰ নামত একাউণ্টত সোমাইছিল ধন৷ প্ৰথম কিস্তিৰ টকা হাতলৈ অহাৰ লগে লগেই স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিলে মুঠ ১১ গৰাকী মহিলাই৷ পত্নীৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি থানাত গোচৰ ৰুজু কৰিছে ১১ জন স্বামীয়ে৷ এই ঘটনা উত্তৰপ্ৰদেশৰ মহাৰাজগঞ্জৰ৷

বিভিন্ন সংবাদমাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি সম্প্ৰতি মহাৰাজগঞ্জ জিলাৰ ২৩৫০ জন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰথম কিস্তিৰ ধন লাভ কৰিছে৷ টকা লাভ কৰিছে থুটিবাৰী, শীতলাপুৰ, ৰামনগৰ, মেধৌলসহ কেইবাখনো গাওঁৰ লোকে৷ সকলোৱে প্ৰথম কিস্তিত ৪০ হাজাৰকৈ ধন লাভ কৰিছে৷

এই ধন লৈয়েই এতিয়া পলায়ন কৰিছে উত্তৰপ্ৰদেশৰ ১১ গৰাকী মহিলাই৷ ৰিপৰ্ট অনুসৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছে আটাইকেইগৰাকী মহিলাই৷ তাৰপিছতেই এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰকল্পৰ পাচৰ কিস্তিসমূহ দিয়া বন্ধ কৰিছে প্ৰশাসনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 31, 2026
Next Post
এই দুৰ্বল গ্ৰহই টোপনি কাঢ়ে আপোনাৰ, দুঃস্বপ্নৰ পৰা কেনেকৈ মুক্তি পাব? জানক সঠিক উপায়

সমগ্ৰ দেশৰে খালী হৈ থকা ১৩ খন বিধানসভা আসনৰ আজি উপ-নিৰ্বাচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন