• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?

৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?

4 years ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

1 minute ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

20 minutes ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

51 minutes ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

1 hour ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

2 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

2 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

3 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

3 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

4 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

4 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

5 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?

editor by editor
March 1, 2022
in জীৱনশৈলী, বিবিধ
0
৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?
2
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মীয় পূজা পাৰ্ৱণত বেল পাতক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়৷ বিশেষকৈ হিন্দু ধৰ্মীয় অন্যতম ভগৱানৰূপে বন্দিত শিৱৰ পূজা অচৰ্নাত বেল পাতৰ মহত্তপূৰ্ণ ভূমিকা আছে৷

ভাৰতত অতি পৱিত্ৰৰূপে চিহ্ণিত বেল গছৰ বৈজ্ঞানিক মান হৈছে এগ্লে মাৰ্মেল’জ৷ এই উদ্ভিদ বিশ্বৰ বিভিন্ন প্ৰান্ততে পোৱা যায়৷ পৱিত্ৰ আৰু ধৰ্মীয় পূজা পাৰ্ৱণত বিশেষকৈ শিৱৰ পূজাত ব্যৱহাৰ হোৱাৰ বাবে ভাৰতৰ প্ৰায়বোৰ মন্দিৰতে বেল গছ ৰোপণ কৰা হয়৷

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ : আকৌ ‘ন যযৌ ন তস্থৌ’ অৱস্থা ভাৰতৰ!

বেল পাতৰ সুফলঃ

এই বেল গছৰ পাত মানুহৰ স্বাস্থ্যৰ বাবেও অতি উপাদেয়৷ অৰ্থাৎ ইয়াৰ ঔষধী গুণ আছে৷ বেল পাতত কেলছিয়াম, আইৰণ, টেনিন, মেগনেছিয়াম আৰু পটেছিয়াম আদি ৰাসায়নিক পদাৰ্থ থাকে৷ এই পাত দৃষ্টিশক্তি হেৰুওৱা, বদহজম, পেটৰ অসুখ, ষ্ট্ৰোক আদিৰ বাবেও সুফলদায়ক৷

বেল গছ আৰু পাতৰ গুৰুত্বঃ  

বেল গছৰ চাৰিওফালে সাপ নাহে। যদি বেল গছ বাসস্থানৰ উত্তৰ-পশ্চিমত থাকে, তেন্তে ই গৌৰৱ বৃদ্ধি কৰে৷ বাসস্থানৰ মাজত থাকিলে জীৱনত মাধুৰ্যতা থাকে আৰু যদি ই উত্তৰ-দক্ষিণত থাকে তেন্তে সুখ আৰু শান্তি বৃদ্ধি হয়।

বেল গছৰ বায়ুমণ্ডলৰ সকলো প্ৰদূষণ শোষণ কৰাৰো ক্ষমতা আছে। ই বায়ুমণ্ডলক বিশুদ্ধ কৰে৷

লগতে পঢ়ক যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস

ধৰ্মীয় বিশ্বাসঃ

জন বিশ্বাসৰ আছে যে বেল গছ কাটি গোটেই বংশ ধ্বংস হয় আৰু এই গছ গছ ৰোপণ কৰিলে বংশ বৃদ্ধি হয়। ৰাতিপুৱা আৰু সন্ধিয়া বেল গছ প্ৰত্যক্ষ কৰিলে পাপ মোচন হয় বুলিও কোৱা হয়। জীৱনত মাত্ৰ এবাৰ ভুলবশতঃ  শিৱ লিংগত বেল পাত আগবঢ়ালেও সকলো পাপ খণ্ডন হয় বুলি কোৱা হয়৷

আনহাতে, ৪, ৫, ৬ বা ৭ পাতযুক্ত বেল পাত পালে তেওঁক ভাগ্যৱান বুলি ধৰা হয়৷ ইয়াৰ মাজত চাৰি বা পাঁচ পাতযুক্ত বেল পাত লাভ কৰিলে অধিক সৌভাগ্যশালী বুলি বিশ্বাস কৰা হয়৷  এই পাত শিৱৰ চৰণত আগবঢ়ালে অধিক সুফল পোৱা যায় বুলি বিশ্বাস কৰা হয়৷

লগতে পঢ়ক Mahashivratri 2022 : কোন কোন ৰাশিৰ লোকৰ শিৰত ভগৱান শিৱৰ কৃপাদৃষ্টি থাকিব?

৪ আৰু ৫ পাতযুক্ত বেল পাতৰ গুৰুত্বঃ

৪ আৰু ৫ পাতযুক্ত বেল পাত লাভ কৰাতো অতি সৌভাগ্যশালী বুলি কোৱা হয়৷ ইয়াৰপৰা সুফল লাভ কৰিবলৈ তলত উল্লেখ কৰাৰ দৰে বেলপাতবোৰ ব্যৱহাৰ কৰিব লাগিব৷  সাধাৰণতে এই ৪ বা ৫ পাতযুক্ত বেলপাতক দুই ধৰণে ব্যৱহাৰ কৰা হয়৷

৪ বা ৫ পাতযুক্ত পাতত ৰক্ত চন্দন থাকে৷ যদি ৰক্ত চন্দন নাথাকে তেতিয়া নিজেই ৰক্ত চন্দন সানি ল’ব লাগে৷ ইয়াৰ পিছতে প্ৰতিটো পাতত ঔমঃ নমঃ শিৱায়ঃ উচ্চাৰণ কৰি লিখিব লাগে৷ ইয়াৰ পিছতে এই বেল পাত শিৱ লিংগত পৱিত্ৰতাৰে অৰ্পণ কৰিব লাগে৷ এইদৰে শিৱলিংগত অৰ্পণ কৰি আৰাধ্য ভগৱনাৰ পৰা বিচৰা সকলোবোৰ উচ্চাৰণ কৰি বিচাৰিব লাগে৷ এইদৰে বিচাৰিলে বিচৰা সকলোবোৰ লাভ কৰিব পাৰি৷

দ্বিতীয়তে, শিৱলিংগৰ পৰা বেলপাতবোৰ লৈ আহি ঘৰতে এটা ফ্ৰেমত বন্ধোৱাই ঘৰতে থোৱা দেখা যায়৷ এইটো কৰিব নালাগে৷ শিৱলিংগত অৰ্পণ কৰা বেলপাত ঘৰলৈ আনিব নালাগে৷ এই পাত লাভ কৰাৰ পিছতে প্ৰতিটো পাততে ঔমঃ নমঃ শিৱায়ঃ অংকিত কৰিব৷ ইয়াৰ পিছতে কোনো মন্দিৰ, দেৱালয় আদিত থকা শিৱক স্পৰ্শ কৰাই ঘৰলৈ আনি ফ্ৰেমত আৱদ্ধ কৰিব লাগে৷

এইদৰে ৪ আৰু ৫ পাতযুক্ত বেলপাত ব্যৱহাৰ কৰিলে সৌভাগ্যশালী হয় বুলি হিন্দু ধৰ্মীয় দৰ্শনত বিশ্বাস আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aegle marmelosasom live 24assam live 24axom live 24axom live 24 digitalBel PatraBilva PatraBilva Patra Tree SignificanceBilwa LeafhinduHindu PujasHindu Pujas and RitualsLord Shiv
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
Next Post
পুটিনৰ নিৰ্দেশ অমান্য কৰি যুদ্ধক্ষেত্ৰ ত্যাগ কৰা ৰাছিয়ান সেনালৈ যৌন সংগমৰ সুযোগ!

পুটিনৰ নিৰ্দেশ অমান্য কৰি যুদ্ধক্ষেত্ৰ ত্যাগ কৰা ৰাছিয়ান সেনালৈ যৌন সংগমৰ সুযোগ!

‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.