• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰু মঙ্গল যোগত চকুত লগা উন্নতি ৫ ৰাশিৰ জাতকৰ, লাভ কৰিব ভাল দৰমহা সম্পন্ন চাকৰি

গুৰু মঙ্গল যোগত চকুত লগা উন্নতি ৫ ৰাশিৰ জাতকৰ, লাভ কৰিব ভাল দৰমহা সম্পন্ন চাকৰি

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

6 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

6 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

6 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

7 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

8 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

8 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

9 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

10 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

11 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

12 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

12 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰু মঙ্গল যোগত চকুত লগা উন্নতি ৫ ৰাশিৰ জাতকৰ, লাভ কৰিব ভাল দৰমহা সম্পন্ন চাকৰি

গুৰু মঙ্গল যোগত চকুত লগা উন্নতি ৫ ৰাশিৰ জাতকৰ, লাভ কৰিব ভাল দৰমহা সম্পন্ন চাকৰি

editor by editor
July 19, 2024
in জীৱনশৈলী, বিবিধ
0
গুৰু মঙ্গল যোগত চকুত লগা উন্নতি ৫ ৰাশিৰ জাতকৰ, লাভ কৰিব ভাল দৰমহা সম্পন্ন চাকৰি
0
SHARES
13k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ জুলাই, শুকুৰবাৰে চন্দ্ৰই বৃহস্পতিৰ ৰাশি ধনুত বিচৰণ কৰিব৷ বৃষ ৰাশিত বৃহস্পতি আৰু মঙ্গলৰ যুঁটিৰ ফলত তৈয়াৰ হ’ব গুৰু মঙ্গল যোগ৷ ইয়াৰোপৰি আগন্তুক আহাৰ মাহৰ শুক্লপক্ষৰ ত্ৰয়োদশী তিথি৷ এই দিনটোত গুৰু মঙ্গল যোগ, ৰবি যোগ, এন্দ্ৰ যোগ আৰু মূল নক্ষত্ৰৰ শুভ সংযোগ থাকিব৷ যাৰ ফলত আজিৰ দিনটোৰ মাহাত্ম্য বহুগুণে বৃদ্ধি পাব৷

বৈদিক জ্যোতিষ অনুসৰি কাইলৈ শুভ যোগত মিথুন ৰাশি, সিংহ ৰাশি, কন্যা ৰাশিসহ ৫ ৰাশিৰ জাতক লাভৱান হ’ব৷ পাঁচ ৰাশিৰ জাতকে নিজৰ সিদ্ধান্ত গ্ৰহণ  ক্ষমতাৰ দ্বাৰা লাভাম্বিত হ’ব৷ আৰ্থিক সমস্যাৰ পৰা মুক্তি সম্ভৱ৷ ১৯ জুলাই কোন কোন ৰাশিৰ বাবে শুভ সংযোগ থাকিব জানক সবিশেষ৷

মিথুন ৰাশি​

১৯ জুলাই মিথুন ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ৷ এই ৰাশিৰ জাতকৰ সমস্ত কামত বন্ধুৰ পূৰ্ণ সমৰ্থন লাভ কৰিব৷ স্বাস্থ্য উত্তম থাকিব৷ সম্পত্তি ক্ৰয়, বিক্ৰয়ৰ বাবে আজিৰ দিনটো শুভ৷ পুৰণা লগ্নিৰ দ্বাৰা ভাল ৰিটাৰ্ণ পাব এই ৰাশিৰ জাতকে৷ চাকৰিয়াল আৰু ব্যৱসায়ীয়ে ভাল উন্নতি কৰিব পাৰিব৷ সঠিক সিদ্ধান্ত গ্ৰহণৰ ফলত ধনলাভ হ’ব৷ পৰিয়ালত কোনো বিবাদ চলিলে বয়স্ক আৰু বিশেষ ব্যক্তিৰ সহায়ত দূৰ হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে ১৯ জুলাইৰ দিনটো লাভজনক প্ৰমাণিত হ’ব৷ সামাজিক আৰু ধৰ্মীয় কামত অংশগ্ৰহণ কৰিব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মান সন্মান বাঢ়িব৷ ইয়াৰোপৰি কোনো বিশেষ ব্যক্তিৰ সৈতে দেখা কৰাৰ সুযোগ পাব পাৰে৷ তেওঁৰ সহায়ত অদূৰ ভৱিষ্যতে ভাল মুনাফা অৰ্জন কৰা সম্ভৱ হ’ব৷ ছাত্ৰ-ছাত্ৰীৰ কোনো প্ৰতিযোগীতাৰ প্ৰস্তুতি লৈ থাকিলে তাত সফল হ’ব৷ পৰিয়ালৰ মুখ উজ্বলি উঠিব৷ ব্যৱসায়ত কোনো সমস্যাৰ কাৰণে চিন্তিত থাকিলে সেয়া সমাপ্ত হ’ব৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা তৈয়াৰ কৰিব৷ জীৱনসংগী আৰু সন্তানৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে৷

কন্যা ৰাশি​

কন্যা ৰাশিৰ জাতকৰ বাবে কাইলৈ দিনটো অনুকূল৷ পৰিয়ালৰ সদস্যসকলৰ পৰা সুসংবাদ পাব পাৰে৷ আত্মীয়ৰ পৰা ধনলাভৰ প্ৰৱল যোগ আছে৷ জীৱনসংগীৰ সৈতে মিলি দৈনন্দিন প্ৰয়োজনীয়তাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ মাটি আৰু গাড়ী ক্ৰয়ৰ ইচ্ছাপূৰণ হ’ব৷ কন্যা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ বেংক বেলেন্স বাঢ়িব৷ চাকৰিয়াল জাতকে ভিন্ন কোম্পানীৰ পৰা ভাল দৰমহা আৰু পদৰ প্ৰস্তাৱ পাব পাৰে৷ ইয়াৰ ফলত কেৰিয়াৰত ভাল উন্নতি হ’ব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে ১৯ জুলাই বিশেষ ফলদায়ী৷ লাভ অৰ্জনৰ ওপৰিও অৰ্থ সঞ্চয় কৰিব পাৰিব৷ লক্ষ্মীৰ আশীৰ্বাদত ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ ব্যৱসায়ীসকলে উচ্চলাভ অৰ্জন কৰিব পাৰে৷ নৱবিবাহিত জাতকৰ ঘৰত অতিথিৰ আগমন হ’ব৷ ইয়াৰ ফলত পৰিয়ালৰ সদস্যৰ মাজত আনন্দ থাকিব৷ লক্ষ্মীৰ আশীৰ্বাদত নতুন কামৰ সন্ধানো থাকিব৷ কেৰিয়াৰত নতুন সূচনা হ’ব৷

ধনু ৰাশি

১৯ জুলাই ধনু ৰাশিৰ জাতকৰ বাবে ইতিবাচক থাকিব৷ মাতৃ-পিতৃৰ সেৱাৰ বাবে সুযোগ পাব৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব৷ লগ্নিৰ বাবে আজিৰ দিনটো শুভ৷ কোনো বাধা এৰি অসম্পূৰ্ণ কাম সম্পন্ন কৰিব পাৰিব৷ ব্যৱসায়ত গতি অনাৰ বাবে নতুন সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ ফলত ভাল মুনাফা অৰ্জন কৰা সম্ভৱ হ’ব৷ ভায়েক ভনীয়েকৰ মাজত থকা বিবাদ শেষ হ’ব৷ এজনে আনজনৰ সহায়ৰ বাবে প্ৰস্তুত থাকিব৷ প্ৰতিপদতে জীৱনসংগীৰ সহ়যোগীতা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
খোজে খোজে ছায়া হৈ ৰোৱাৰ কথাবোৰ অতীত, ৪ বছৰীয়া সম্পৰ্কৰ বিচ্ছেদ ঘোষণা হাৰ্দিক-নাতাশাৰ, পুত্ৰ কাৰ সৈতে থাকিব?

খোজে খোজে ছায়া হৈ ৰোৱাৰ কথাবোৰ অতীত, ৪ বছৰীয়া সম্পৰ্কৰ বিচ্ছেদ ঘোষণা হাৰ্দিক-নাতাশাৰ, পুত্ৰ কাৰ সৈতে থাকিব?

কংগনাক কাষত পোৱাটোৱেই জীৱনৰ বৃহৎ প্ৰাপ্তি, সংসদত কিয় কংগনাৰ অপেক্ষা কৰিছিল চিৰাগে?

কংগনাক কাষত পোৱাটোৱেই জীৱনৰ বৃহৎ প্ৰাপ্তি, সংসদত কিয় কংগনাৰ অপেক্ষা কৰিছিল চিৰাগে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.