• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল খবৰ আহিছে উৰি! দীপাৱলীতেই ৭৫ হাজাৰক মোদীয়ে দিব চাকৰি

ভাল খবৰ আহিছে উৰি! দীপাৱলীতেই ৭৫ হাজাৰক মোদীয়ে দিব চাকৰি

4 years ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

43 minutes ago
সাজঘৰ

সাজঘৰ

55 minutes ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

12 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

12 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

13 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

13 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

13 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

14 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

14 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

14 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

15 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

ভাল খবৰ আহিছে উৰি! দীপাৱলীতেই ৭৫ হাজাৰক মোদীয়ে দিব চাকৰি

editor by editor
October 20, 2022
in নিয়োগ, ভাৰত
0
ভাল খবৰ আহিছে উৰি! দীপাৱলীতেই ৭৫ হাজাৰক মোদীয়ে দিব চাকৰি
0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পোহৰৰ উৎসৱ দীপাৱলী। আলোকেৰে আলোকিত কৰিবলৈ সকলোৱে প্ৰস্তুতি চলোৱাৰ মাজতেই দীপাৱলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ যুৱ সমাজক দিব বিশেষ উপহাৰ। দেশৰ ৭৫,০০০ যুৱক-যুৱতীক দীপাৱলীৰ দিনাই প্ৰধানমন্ত্ৰী মোডীয়ে উপহাৰ হিচাপে দিব একোটা চাকৰি।

২২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ’ কনফাৰেন্সেৰে দেশৰ যুৱ প্ৰজন্মৰ লগত সংযোগ স্থাপন কৰিব। ভিডিঅ’ কনফাৰেন্সযোগেই ৭৫,০০০ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তিপত্ৰ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বিভিন্ন বিভাগত এই নিযুক্তি দিয়া হ’ব। নিযুক্তি দিবলগীয়া বিভাগসমূহৰ ভিতৰত আছে প্ৰতিৰক্ষা, ৰে’লৱে, ডাক, গৃহ মন্ত্ৰালয়, চিআইএছএফ, শ্ৰম আৰু নিযুক্তি, চিবিআই, শুল্ক, বেংক, চিএএফ ইত্যাদি। প্ৰধানমন্ত্ৰী মোডীয়ে চলিত বছৰৰ জুন মাহত ঘোষণা কৰিছিল আগন্তুক বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত ১০ লাখ লোকক চাকৰি দিয়া হ’ব।

উল্লেখ্য যে ২২ অক্টোবৰত হ’বলগীয়া বৃহৎ নিযুক্তিৰ অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে যোগদান কৰিব। লগতে বহুকেইজন সাংসদেও এই কাৰ্যসূচীত যোগদান কৰিব। ইয়াৰোপৰি ২২ অক্টোবৰত থকা ধনতেৰাছ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় ৪.৫০ লাখ হিতাধিকাৰীৰ গৃহ প্ৰৱেশত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২২ অক্টোবৰত ধনতেৰাছ উপলক্ষে সাতনা জিলাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৪.৫০ লাখ হিতাধিকাৰীৰ গৃহ প্ৰৱেশত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
Next Post
মানসিক সুখৰ দায়িত্ব নিজেই লওক, বলীউডত পদে পদে কোনে প্ৰতাৰণা কৰিছে কেটৰীণা কাঈফক?

মানসিক সুখৰ দায়িত্ব নিজেই লওক, বলীউডত পদে পদে কোনে প্ৰতাৰণা কৰিছে কেটৰীণা কাঈফক?

বিশ্বৰ যিকোনো প্ৰান্তত থাকিলেও পঢ়িব পাৰিব অসমীয়া ভাষা, কেনেকৈ ল’ব অসমীয়াত স্নাতক ডিগ্ৰী?

বিশ্বৰ যিকোনো প্ৰান্তত থাকিলেও পঢ়িব পাৰিব অসমীয়া ভাষা, কেনেকৈ ল’ব অসমীয়াত স্নাতক ডিগ্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.