• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

1 month ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

1 hour ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

22 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

 কি কৰিব এই বিশাল পৰিমাণৰ সোণ?

editor by editor
July 14, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
0
SHARES
606
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধন-সোণ অবৈধভাৱে সৰবৰাহ কৰা সৰবৰাহকাৰীয়ে বিভিন্ন কৌশলেৰে সোণ বিমান বন্দৰ, ৰে’লপথেৰে বা স্থল পথেৰে সৰবৰাহ কৰে। এনেকৈ সৰবৰাহ কৰা বুজন পৰিমাণৰ সোণ আৰক্ষী, নিৰাপত্তাৰক্ষী বা শুল্ক বিভাগৰ শেনচকুৰ পৰা প্ৰায়ে সাৰি যাব নোৱাৰে। বিভিন্ন সময়ত এনেকৈ বিভিন্ন স্থানত জব্দ কৰা সোণৰ পৰিমাণ বৰ্তমান হৈছেগৈ প্ৰায় ৮ হাজাৰ ৬০০ কিলোগ্ৰাম। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ চনৰ অক্টোবৰলৈকে বিমানবন্দৰসমূহত শুল্ক বিভাগ আৰু DRI-এ ৮,৫৯৮.১৮ কিলোগ্ৰাম সোণ জব্দ কৰিছে, যাৰ মূল্য প্ৰায় ৫,০০৩.৬০ কোটি টকা। ইয়াৰ পৰা স্পষ্ট যে সোণ চোৰাং সৰবৰাহ আৰু আৰ্থিক অপৰাধৰ বিৰুদ্ধে দেশজুৰি কঠোৰ অভিযান অব্যাহত আছে। চৰকাৰীভাৱে সংৰক্ষণ কৰি ৰখা এই বুজন পৰিমাণৰ সোণ সম্প্ৰতি চৰকাৰে গতি লগোৱাৰ যো-জা চলাইছে। কিয়নো এনে মূল্যৱান সম্পত্তি দীঘলীয়া সময় ধৰি সংৰক্ষণ কৰি ৰাখিবলগীয়া হোৱাত চৰকাৰৰ ওপৰত সুৰক্ষা, ৰক্ষণাবেক্ষণ আৰু নথি-পত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত অতিৰিক্ত ব্যয়ৰ বোজা পৰিছে। সেয়ে, আইন আৰু বিধি অনুসৰি শীঘ্ৰে নিলাম, বিক্ৰী অথবা আন আইনী প্ৰক্ৰিয়াৰে ইয়াৰ নিষ্পত্তি কৰাৰ পৰামৰ্শ দিছে CAG-এ।

কোন বছৰত কিমান সোণ জব্দ?

সংসদত দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ চনৰ অক্টোবৰলৈকে শুল্ক বিভাগ আৰু DRI-এ বিমানবন্দৰসমূহত ১৩,২১৩টা গোচৰত ৮,৫৯৮.১৮ কিলোগ্ৰাম সোণ জব্দ কৰিছে, যাৰ মূল্য প্ৰায় ৫,০০৩.৬০ কোটি টকা।
এই সময়ছোৱাত—
২০২২-২৩ বৰ্ষত ২,৭৭৫.৮৮ কিলোগ্ৰাম সোণ জব্দ
২০২৩-২৪ বৰ্ষত ৫,৯৬২টা গোচৰত ৩,৭১৪.৩৮ কিলোগ্ৰাম সোণ জব্দ, মূল্য ২,০৮১.৩৯ কোটি টকা (সৰ্বাধিক)।
২০২৪-২৫ বৰ্ষত ১,৮৪৮.২৯ কিলোগ্ৰাম সোণ জব্দ।
অক্টোবৰ ২০২৫লৈ ২৫৯.৬৩ কিলোগ্ৰাম সোণ জব্দ।
এই পৰিসংখ্যাই স্পষ্টভাৱে দেখুৱাইছে যে বিমানবন্দৰসমূহৰ জৰিয়তে চলা সোণ চোৰাং সৰবৰাহৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাসমূহে নিৰন্তৰ কঠোৰ অভিযান চলাই আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24gold
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!
বাণিজ্য

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

August 26, 2026
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…
বিনোদন

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

August 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
Next Post
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

'কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.