• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

3 months ago
খাৰিজ হ’ব নেকি দেৱাশীষ শৰ্মাৰ সাংসদ পদ?

খাৰিজ হ’ব নেকি দেৱাশীষ শৰ্মাৰ সাংসদ পদ?

2 hours ago
১১ দিনতে সলনি সিদ্ধান্ত! জেনছেন হুৱাঙক পুনৰ NVIDIAৰ CEOৰ দায়িত্ব

১১ দিনতে সলনি সিদ্ধান্ত! জেনছেন হুৱাঙক পুনৰ NVIDIAৰ CEOৰ দায়িত্ব

2 hours ago
কঠোৰ ৰাজ্যৰ প্ৰশাসন! সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সময়ত হওঁক সাৱধান

কঠোৰ ৰাজ্যৰ প্ৰশাসন! সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সময়ত হওঁক সাৱধান

2 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম

3 hours ago
যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!

যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!

3 hours ago
শাহু-বোৱাৰী-ননদৰ ভয়ংকৰ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা কেনেকৈ চুৰি কৰে অলংকাৰ?

শাহু-বোৱাৰী-ননদৰ ভয়ংকৰ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা কেনেকৈ চুৰি কৰে অলংকাৰ?

4 hours ago
বিয়া কৰিবলৈ আহি বিৱাহস্থলীৰ পৰাই গ্ৰেপ্তাৰ দৰা

বিয়া কৰিবলৈ আহি বিৱাহস্থলীৰ পৰাই গ্ৰেপ্তাৰ দৰা

5 hours ago
১.৮৩ লাখ কৰ্মচাৰী-পেঞ্চনাৰলৈ সুখবৰ! ৪ বছৰত ৩৬% DA বৃদ্ধি!

১.৮৩ লাখ কৰ্মচাৰী-পেঞ্চনাৰলৈ সুখবৰ! ৪ বছৰত ৩৬% DA বৃদ্ধি!

6 hours ago
ছানী দেওলৰ পুত্ৰ ৰাজবীৰৰ সৈতে হ’ব নেকি শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বিৱাহ?

ছানী দেওলৰ পুত্ৰ ৰাজবীৰৰ সৈতে হ’ব নেকি শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বিৱাহ?

7 hours ago
সমগ্ৰ দেশতে চৰ্চিত এখন বিয়া, কইনাৰ অভ্যৰ্থনাত প্ৰস্তুত হ’ব ২০ লাখ ৰসগোল্লা!

সমগ্ৰ দেশতে চৰ্চিত এখন বিয়া, কইনাৰ অভ্যৰ্থনাত প্ৰস্তুত হ’ব ২০ লাখ ৰসগোল্লা!

7 hours ago
সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

8 hours ago
ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

8th Pay Commission ৰ ডাঙৰ আপডেট!

editor by editor
August 11, 2026
in বাণিজ্য, বিবিধ, লেখা
0
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
0
SHARES
897
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্টম দৰমহা আয়োগ সন্দৰ্ভত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আশা বাঢ়িছে। ইফালে ভাৰত পেঞ্চনাৰ সমাজে আয়োগৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় কৰ্মচাৰীৰ নূন্যতম মৌলিক দৰমহা ৬৯ হাজাৰ টকা আৰু নূন্যতম পেঞ্চন ৪৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবীও অন্যতম। ভাৰত পেঞ্চনাৰ সমাজৰ এটা প্ৰতিনিধি দলে অষ্টম দৰমহা আয়োগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। প্ৰতিনিধি দলটোত বিপিএছৰ সভাপতি আৰ কে চৌহান আৰু সাধাৰণ সম্পাদক অবিনাশ ৰাজপুত উপস্থিত আছিল। এই বৈঠকত সংস্থাটোৱে কৰ্মচাৰীৰ দৰমহা, পেঞ্চন, ডিয়াৰনেছ ভাট্টা, আৰু স্বাস্থ্য সুবিধাৰ সন্দৰ্ভত আয়োগৰ সন্মুখত কেইবাটাও পৰামৰ্শ আগবঢ়ায়।

মন কৰিবলগীয়া যে এইবোৰ বৰ্তমান পৰামৰ্শহে, চূড়ান্ত সিদ্ধান্ত নহয়। অষ্টম দৰমহা আয়োগে কৰ্মচাৰী, পেঞ্চনাৰ, আৰু অন্যান্য সংশ্লিষ্ট সংস্থাৰ পৰা পৰামৰ্শ সংগ্ৰহ কৰি আছে। এই পৰামৰ্শসমূহৰ ভিত্তিত আয়োগে নিজৰ প্ৰতিবেদন প্ৰস্তুত কৰিব। প্ৰতিবেদনখন কাৰ্যকৰী কৰাৰ আগতে কেন্দ্ৰীয় চৰকাৰ আৰু কেবিনেটৰ অনুমোদন লাভ কৰিব লাগিব।

নূন্যতম পেঞ্চন ৪৫,০০০ টকালৈ বৃদ্ধি কৰাৰ দাবী

বিপিএছে নূন্যতম পেঞ্চন বৰ্তমানৰ ৯ হাজাৰ টকাৰ পৰা ৪৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে। অৰ্থাৎ সংস্থাটোৱে নূন্যতম পেঞ্চনৰ প্ৰায় পাঁচগুণ বৃদ্ধি বিচাৰে। তদুপৰি সংস্থাটোৱে নূন্যতম পেঞ্চন শেষৰ দৰমহাৰ ৬৭% আৰু পৰিয়ালৰ পেঞ্চন শেষৰ দৰমহাৰ ৫০% হ’বলৈ পৰামৰ্শ আগবঢ়াইছে।

নূন্যতম মৌলিক দৰমহা ৬৯,০০০ টকা প্ৰস্তাৱ কৰা হৈছে

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ নূন্যতম মৌলিক দৰমহা ১৮,০০০ টকা। বিপিএছে ইয়াক ৬৯ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে। সংস্থাটোৱে ৩.৮৩ ফিটমেণ্ট ফ্যাক্টৰ প্ৰস্তাৱ কৰিছে। যদিহে ফিটমেণ্ট ফ্যাক্টৰ ৩.৮৩ গ্ৰহণ কৰা হয়, তেন্তে বৰ্তমানৰ নূন্যতম মৌলিক দৰমহা ১৮,০০০ টকা প্ৰায় ৬৯,০০০ টকালৈ বৃদ্ধি পাব পাৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে ৬৯,০০০ টকা দৰমহা চূড়ান্ত কৰা হৈছে। বৰ্তমান কৰ্মচাৰী সংগঠনটোৰ এই দাবী।

পৰিয়ালৰ হিচাপত ডাঙৰ পৰিৱৰ্তন

বিপিএছে নূন্যতম মজুৰি নিৰ্ধাৰণৰ বাবে পৰিয়ালৰ একক ৩ৰ পৰা ৫.২লৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে। ইয়াৰ ফলত কৰ্মচাৰীজনক এটা ইউনিট, পত্নীক এটা ইউনিট, দুটা সন্তানক ০.৮ ইউনিটকৈ আৰু দুজন অভিভাৱকক ০.৮ ইউনিটকৈ বুলি গণ্য কৰা হ’ব। সংস্থাটোৰ মতে পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি নূন্যতম মজুৰিৰ সংশোধন কৰিব লাগে।

প্ৰতি তিনিমাহৰ মূৰে মূৰে ডি এ আৰু ডি আৰ বৃদ্ধি কৰাৰ দাবী

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে বছৰত দুবাৰকৈ ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু ডিয়াৰনেছ ৰিলিফ (ডি আৰ) সংশোধন কৰে। সাধাৰণতে এই পুনৰীক্ষণসমূহ জানুৱাৰী আৰু জুলাই মাহত কাৰ্যকৰী হয়। বিপিএছে প্ৰতি তিনিমাহৰ মূৰে মূৰে ডিএ আৰু ডি আৰ সংশোধন কৰাৰ পৰামৰ্শ দিছে। সংস্থাটোৱে বিচাৰে যে এই গণনা তিনিমাহৰ গড়ৰ ওপৰত ভিত্তি কৰি কৰা হওক। তদুপৰি বিপিএছে পৰামৰ্শ দিছে যে যেতিয়া ডি আৰ ২৫% অতিক্ৰম কৰে তেতিয়া ইয়াক মৌলিক পেঞ্চনত একত্ৰিত কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 8th Pay Commissionasom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাৰিজ হ’ব নেকি দেৱাশীষ শৰ্মাৰ সাংসদ পদ?
অসম

খাৰিজ হ’ব নেকি দেৱাশীষ শৰ্মাৰ সাংসদ পদ?

November 23, 2026
১১ দিনতে সলনি সিদ্ধান্ত! জেনছেন হুৱাঙক পুনৰ NVIDIAৰ CEOৰ দায়িত্ব
বিশ্ব

১১ দিনতে সলনি সিদ্ধান্ত! জেনছেন হুৱাঙক পুনৰ NVIDIAৰ CEOৰ দায়িত্ব

November 23, 2026
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম
নিয়োগ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম

November 23, 2026
যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!
অপৰাধ

যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!

November 23, 2026
Next Post
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.