অসম লাইভ ২৪ঃ অৱশেষত আদালতত দোষমুক্ত হ’ল অখিল গগৈ। NIAৰ সকলো গোচৰৰ পৰা মুক্তি লাভ কৰিলে বিধায়কগৰাকীয়ে। চানমাৰি থানাৰ গোচৰৰ আটাইকেইজকে দোষমুক্ত ঘোষণা। অখিল গগৈৰ লগত ধৈর্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰো দোষমুক্ত। NIAৰ গোচৰসমূহ গ্ৰহণযোগ্য নহয় বুলি NIAৰ আদালতৰ ৰায়। শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা বিধায়ক অখিল গগৈৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















