যোৰহাটত অসহনীয় এক নিদাৰুণ দৃশ্য। জীৱনৰ অৰ্থ বুজি নোপোৱা ৩টি কণমানি সন্তানে পিতৃ-মাতৃক হেৰুৱাই হঠাৎ হৈ পৰিল ঘাতমাউৰা।