• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিটী বাছৰ পৰিৱৰ্তে মহানগৰীৰ ৰাজপথত চলিব CNG বাছ

চিটী বাছৰ পৰিৱৰ্তে মহানগৰীৰ ৰাজপথত চলিব CNG বাছ

5 years ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

5 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

5 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

5 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

6 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

6 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

7 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

8 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

9 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

10 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

10 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

11 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চিটী বাছৰ পৰিৱৰ্তে মহানগৰীৰ ৰাজপথত চলিব CNG বাছ

editor by editor
August 20, 2021
in অসম, গুৱাহাটী, প্ৰযুক্তি
0
চিটী বাছৰ পৰিৱৰ্তে মহানগৰীৰ ৰাজপথত চলিব CNG বাছ
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শীঘ্ৰেই মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা যাব compressed natural gas চমুকৈ cng বাছ৷ মহানগৰীৰ ৰাজপথৰ পৰা অতীত হ’ব ডিজেল-পেট্ৰ’ল চালিত চিটী বাছসমূহ৷ ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই ক্ৰয় কৰিব ২০০ খন CNG বাছ৷ সংবাদমেলযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাত স্বাভাৱিকতে শংকিত হৈ উঠিছে চিটী বাছসমূহৰ মালিকৰ লগতে চালক-হেণ্ডিমেনসকল৷ মহানগৰীত চিটী বাছৰ সংখ্যা প্ৰায় ১,৭০০খন৷ এই ১,৭০০ বাছৰ লগত জড়িত মালিক, ড্ৰাইভাৰ, কনডাক্টৰ আৰু দুজনকৈ হেণ্ডিমেন মিলাই মুঠ সংখ্যা হ’বগৈ ৮,৫০০৷ স্বাভাৱিকতে প্ৰশ্ন উঠিছে এই ৮,৫০০ লোকৰ কি হ’ব? এইক্ষেত্ৰত অৱশ‍্যে মুখ‍্যমন্ত্ৰীগৰাকীয়ে আংশিক সকাহৰ ইংগিত দিছে৷ চৰকাৰৰ তৰফৰ পৰা চালক-হেণ্ডিমেন প্ৰতিজনক দিয়া হ’ব ১০ হাজাৰ টকাকৈ৷ চালক-হেণ্ডিমেনসকলে সকাহ পাব যদিও বাহনৰ গৰাকীসকল বিপদত পৰাৰ সম্ভাৱনাই অধিক৷ এই বাছসমূহ কি কৰা হ’ব, ক’ত চলাব তাক লৈও চিন্তিত৷ কাৰণ দূৰণীবটীয়া বাছ হ’ব লাগিলে দে’ ছুপাৰ বা নাইট ছুপাৰৰ দৰে সুবিধাসম্পন্ন বাছ হ’ব লাগিব, যিসমূহ সুবিধা চিটী বাছত নাই৷ ইপিনে, মহানগৰীৰ তেল ডিপোসমূহতো ইয়াৰ প্ৰভাৱ পৰিব৷ মহানগৰীৰ তেল ডিপোসমূহৰ তেল অধিক পৰিমাণত বিক্ৰী হয় বাছসমূহৰ জৰিয়তে৷ এই ক্ষেত্ৰত ডিপোসমূহত প্ৰভাৱ পৰাটো নিশ্চিত৷ তেল ডিপোৰ স্বত্বাধিকাৰীৰ বাবেও এক চিন্তাৰ কাৰণ৷ আনহাতে, মহানগৰীৰ পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ৷ আন্তঃজিলা যাতায়াত খুলি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম মটৰ শ্ৰমিক সংস্থাই৷ মহানগৰীকে ধৰি ভিন ভিন অঞ্চলত সান্ধ‍্য আইন নথকা সময়ছোৱাত পূৰ্ণোদ‍্যমে চলিছে বাহন৷ ৰাজপথৰ অৱস্থা দেখিলে কোনেও ক’ব নোৱাৰে যে এয়া কোভিড কালীন পৰিস্থিতি৷ অনুৰূপভাৱে ৰে’লগাড়ীসমূহত যাত্ৰী কঢ়িওৱা হৈছে পাণ জপা দি জাপি৷ শাৰীৰিক দূৰত্বৰ প্ৰশ্ন য’ত অচল হৈ পৰে৷ অফিচ-কাছাৰী পূৰ্ণোদ‍্যমে চলিছে৷ ধৰ্মীয় অনুষ্ঠানসমূহতো মানুহৰ সোঁত বৈছে৷ বজাৰ-ঘাট পূৰ্ণোদ‍্যমে খোলা৷ কিন্তু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাধা আৰোপ কৰি কিয় বাহনৰ মালিকসকলৰ লগতে শ্ৰমিকসকলক ক্ষতিগ্ৰস্ত কৰা হৈছে? তাক লৈ প্ৰশ্ন তুলিছে প্ৰতিবাদকাৰীয়ে৷ পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানক এই সন্দৰ্ভত প্ৰদান কৰে এক স্মাৰকপত্ৰ৷ বিধানসভা নিৰ্বাচনত অধিগ্ৰহণ কৰা  বাহনসমূহৰ অনাদায় বিল আদায় দিবলৈও দাবী জনায় প্ৰতিবাদকাৰীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cng bus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!
প্ৰযুক্তি

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

October 19, 2026
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?
প্ৰযুক্তি

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

October 18, 2026
Next Post
ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে সম্পূর্ণ কৰিলে ১০০ দিন

ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে সম্পূর্ণ কৰিলে ১০০ দিন

শিৱসাগৰত কয়লা ছিণ্ডিকেট, CAসহ ৩ জনক আটক, পলাতক ২

শিৱসাগৰত কয়লা ছিণ্ডিকেট, CAসহ ৩ জনক আটক, পলাতক ২

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.