• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়সৰ চাপ কেনেকৈ আঁতৰাব?

বয়সৰ চাপ কেনেকৈ আঁতৰাব?

6 years ago
পাকিস্তান আৰক্ষীৰ গু*লীত ৯ বছৰীয়া অষ্ট্ৰেলিয়ান কন্যাৰ প্ৰাণহা*নি!

পাকিস্তান আৰক্ষীৰ গু*লীত ৯ বছৰীয়া অষ্ট্ৰেলিয়ান কন্যাৰ প্ৰাণহা*নি!

24 minutes ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

1 hour ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

2 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

3 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

4 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

16 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

16 hours ago
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

17 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

18 hours ago
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

18 hours ago
আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

19 hours ago
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

বয়সৰ চাপ কেনেকৈ আঁতৰাব?

ঘৰুৱা সামগ্ৰীৰে যত্ন লওক ছালখনৰ

editor by editor
July 25, 2020
in ফেশ্বন, স্বাস্থ্য
0
বয়সৰ চাপ কেনেকৈ আঁতৰাব?
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সম্প্ৰতি সৌন্দৰ্যৰ ক্ষেত্ৰখনত অনেক প্ৰসাধন সামগ্ৰী বজাৰত উপলব্ধ। আনহাতে প্ৰতিগৰাকী নাৰীয়ে নিজৰ সৌন্দৰ্য অটুট ৰাখিবলৈ অনেক যত্ন ল’বলগা হয়। কিয়নো আমাৰ সমগ্ৰ বাতাবৰণ আগৰ তুলনাত অধিক ধূলি-মাকতি আৰু ধোঁৱা আদিয়ে দূষিত কৰিছে। ফলত ইয়াৰ প্ৰভাৱ আমাৰ ছাল আৰু চুলিত পোনপটীয়াকৈ পৰে। ফলত সময়তকৈ আগতীয়াকৈ আমাৰ মুখত বয়সৰ চাপ পৰিবলৈ ধৰে। সেয়ে আমি কিছু যতন নিজাববীয়াকৈ ল’বলগা হয়। মহিলাসকল সকলো সময়তে ব্যস্ত থাকে। বেছি সময় যিহেতু পাকঘৰত কটায় মহিলাসকলে পাকঘৰতো সৌন্দৰ্য প্ৰসাধনৰ কিছুমান সামগ্ৰী নথকা নহয়। যিয়ে বয়সৰ চাপ কিছু পৰিমাণে হ’লেও প্ৰতিৰোধ কৰিব পাৰে।

১) নেমু টেঙাৰ ৰস লগাব পাৰে আপুনি। নেমু টেঙাৰ ৰসে ছাল পৰিষ্কাৰ কৰে।

২) মৌ আৰু অলিভ অইল একেলগে মিহলাই ঘঁহিলে ছাল কোমল হয়।

৩) মুখমণ্ডল পৰিষ্কাৰকৈ ৰাখিবলৈ এটা কণীৰ বগা অংশ আৰু আধা ফাল নেমুৰ ৰস মিহলাই মিশ্ৰণ এটা ১৫ মিনিটমান সময় লগাই থৈ পৰিষ্কাৰ পানীৰে ধোৱক। চাব মুখখনলৈ আপোনাৰ গ্ল’ আহিছে।

৪) এল’ভেৰা ৰস ছালত লগালে ছালখন কোমল হয়।

৫) বয়সৰ চাপ ৰুধিবলৈ পানী আমাৰ বাবে মহৌষধ। পানীয়ে ছালৰ উজ্জ্বলতা দুগুণ কৰে। মুখত পৰা বলিৰেখা দূৰ কৰে।

৬) সাধাৰণে উচ্চ ৰক্তচাপৰ ফলত সোনকালে বয়সৰ চাপ পৰিবলৈ ধৰে। আজুৱাইন

৭) মুখত পৰা সৰু সৰু বলিৰেখা দূৰ কৰিবলৈ এটা কণীৰ বগা অংশৰ লগত ৰঙা আটা মিহলাই মুখমণ্ডলত লগাওক। শুকালে পৰিষ্কাৰ পানীৰে ধুই দিয়ক। প্ৰতিদিনে ৰাতিপুৱা এটা পকা কলেৰে প্ৰায় ৫ মিনিট সময় মুখখন মাছাজ কৰিব লাগে। মনত ৰাখিব প্ৰতিদিনে মুখমণ্ডল পৰিষ্কাৰ কৰি তাৰ পাছত moisturizer লগোৱা অতি প্ৰয়োজন। বিশেষকৈ পাৰিলে আপোনালোকে ৰাতি শুৱাৰ সময়ত অলপ কেঁচা গাখীৰেৰে মুখখন মাছাজ কৰিব। চাব আপোনাৰ ছালৰ মৃত কোষ আঁতৰিব আৰু নতুন কোষৰ জন্ম হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24beauty tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ
জীৱনশৈলী

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

June 15, 2026
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

June 13, 2026
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী
জীৱনশৈলী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

June 13, 2026
সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব
জীৱনশৈলী

সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

June 13, 2026
Next Post
কলগাছিয়াত বেঁকীৰ সংহাৰ

কলগাছিয়াত বেঁকীৰ সংহাৰ

‘অসম লাইভ ২৪’ত সুনীতা পাটৰৰ যাদুকৰী কণ্ঠ

‘অসম লাইভ ২৪’ত সুনীতা পাটৰৰ যাদুকৰী কণ্ঠ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.