মেঘ— শুভ কাম সম্পন্ন হ’ব, পিছবেলা ভ্ৰমণ কৰিব, ৰঙা বস্তু দান কৰক, ব্যয় বৃদ্ধি, শৰীৰ মধ্যম, শুভ ৰং- বগা, শুভ সংখ্যা- ৯
বৃষ— কৰ্মচিন্তা উন্নত, মূল্যবান সম্পদ লাভ, বিদ্যাত শুভ, ভ্ৰমণৰ যুগ, শুভ ৰং- সোণালী, শুভ সংখ্যা- ৩
মিথুন— বিদ্যাত শুভ, বন্ধুৰ পৰা উৎসাহ পাব, অৰ্থ নাশ, সামাজিক কামত ব্যস্ততা বৃদ্ধি, শুভ ৰং- সোণালী, শুভ সংখ্যা- ৮
SEE MORE: কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা
কৰ্কট— পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব, বন্ধুবৰ্গৰ পৰা সাৱধান হওঁক, শৰীৰৰ কিছু যত্ন লওঁক, নতুন কৰ্ম সংস্থাপন, শুভ ৰং- নীলা, শুভ সংখ্যা- ৫
সিংহ— ভ্ৰমণত বাধা, আশাবাদী মন, কৰ্মত উন্নতি, ভ্ৰমণত সতৰ্ক হওঁক, আৰ্থিক শুভ, শুভ ৰং- পাতল নীলা, শুভ সংখ্যা- ৭
কন্যা— কৰ্মত উন্নত, বিদ্যা-বুদ্ধিত শুভ, পূৱ দিশৰ পৰা ভ্ৰমণ কৰক, খৰচ বৃদ্ধি, শুভ সংবাদ আনন্দিত কৰিব, শুভ ৰং- বগা, শুভ সংখ্যা- ৪
SEE MORE: অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি
তুলা— কৰ্মযোগ্যতা বৃদ্ধি, বিদ্যা-বুদ্ধিত উন্নতি, সন্মান বৃদ্ধি, গোপন শত্ৰুক বৃদ্ধি, খৰচ বৃদ্ধি, শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৯
বৃশ্চিক— মানসিক শান্তি বজাই ৰাখক, সন্মান বৃদ্ধি, ভ্ৰমণত মধ্যম, নতুন কৰ্মসংস্থাপন, শিৱ মন্ত্ৰ স্মৰণ কৰক, শুভ ৰং- পাতল গুলপীয়া, শুভ সংখ্যা- ১
ধনু— পাৰিবাৰিক শান্তি, অৰ্থ লাভ, ভ্ৰমণত মধ্যম, দুষ্ট লোকৰ পৰা সাৱধানে চলক, তুলসীৰ গুৰিত পানী দিয়ক, শুভ ৰং- নীলা, শুভ সংখ্যা- ৪
SEE MORE: তেওঁলোকৰ কি কি গোপনীয়তাৰ বিষয়ে পুৰুষে জনাতো বিচাৰে মহিলাই?
মকৰ— সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি, ধৈৰ্যৰ প্ৰয়োজন, শিল্পী-সাহিত্যিকৰ সন্মান বৃদ্ধি, কৰ্মত মধ্যম, শুভ ৰং- ৰঙা, শুভ সংখ্যা- ৫
কুম্ভ— কৰ্মত উন্নতি, সন্তানক লৈ চিন্তা বৃদ্ধি, আয় বৃদ্ধি, পৰিৱেশ অনুকূল, ভ্ৰমণত শুভ, শুভ ৰং- আকাশী, শুভ সংখ্যা- ৪
মীন— আয়-ব্যয় সমানতা ৰক্ষা কৰক, সন্মান বৃদ্ধি, যান-বাহন ক্ৰয় কৰিব পাৰিব, কৰ্ম উন্নতিৰ যুগ, শুভ ৰং- সোণালী, শুভ সংখ্যা- ৫
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ