• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

4 years ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

24 minutes ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

1 hour ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

2 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

14 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

15 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

16 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

16 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

17 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

17 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

18 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

18 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

editor by editor
March 12, 2022
in বিশ্ব, ৰাজনীতি
0
‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  
0
SHARES
811
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁক জনা যায় ৱালী নামেৰে৷ বিশ্বৰ সবাতোকৈ ঘাতক স্নাইপাৰ হ’ল এই ৱালী৷ কানাডাৰ সৈন্য বাহিনীৰ প্ৰাক্তন স্নাইপাৰ ৱালীয়ে এটা দিনত ৪০টাকৈ হত্যাকাণ্ড সংঘটিত কৰিব পাৰে৷

এই বিশ্বৰ সবাতোকৈ ঘাতক এই ৱালীয়ে ৰাছিয়ান সৈনিকক বধ কৰিবলৈ ইতিমধ্যে ইউক্ৰেইন সেনাত যোগদান কৰিছে৷

যোৱা ২৪ মাৰ্চত ইউক্ৰেইনত উপস্থিত হৈ ৱালীয়ে আৰম্ভ কৰিছে ৰাছিয়ান সেনাৰ বধৰ অভিযান৷ জেলেনস্কিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৱালীয়ে ইউক্ৰেইন সেনাত যোগদান কৰিছে৷

লগতে পঢ়ক মহানগৰীৰ OYO হোটেলত কিশোৰীক উপৰ্যুপৰি দলৱদ্ধ ধৰ্ষণ পাঁচ যুৱকৰ

বিশ্বৰ আটাইতকৈ ঘাতক এই ৱালীৰ বিষয়ে আমি আগবঢ়াইছো কিছুমান বিশেষ তথ্য৷

১. কানাডিয়ান ৪০ বছৰীয়া বিশ্বৰ আটাইতকৈ ঘাতক স্নাইপাৰ ৱালীৰ পত্নীসহ এবছৰীয়া সন্তানৰ সৈতে পৰিয়াল আছে৷

২. ৱালী তেওঁৰ প্ৰকৃত নাম নহয়৷ আফগানসকলে তেওঁক এই নাম দিছিল৷ তেওঁৰ প্ৰকৃত নামটো এতিয়াও অজ্ঞাত হৈ আছে বুলি প্ৰকাশ পাইছে৷

৩. ৱালী এজন স্নাইপাৰৰ লগতে এগৰাকী কম্পিউটাৰ বিজ্ঞানীও৷ তেওঁ ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ যোৱাৰ এসপ্তাহ পূৰ্বে কম্পিউটাৰ প্ৰ’গামিং কৰি সাজু হৈ গৈছে৷

লগতে পঢ়ক ছাত্ৰীৰ বন্ধা চুলি আৰু উন্মুক্ত ডিঙিয়ে ছাত্ৰৰ যৌন কামনা বৃদ্ধি কৰে, ছাত্ৰীৰ বন্ধা চুলি নিষিদ্ধ বিদ্যালয়ত

৪. ৱালীয়ে মেকমিল্লান TAC-50 ৰাইফলেৰে তিনি কিলোমিটাৰ দূৰত্বপৰা লক্ষ্যবস্তু ভেদ কৰিব পাৰে৷ ইতিমধ্যে ৱালীয়ে মছুলত এজন ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদীক সেই দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰি অভিলেখ গঢ়িছে৷

৫. ৱালীয়ে ২০০৯ৰ পৰা ২০১১ লৈকে আফগানিস্তানৰ কান্দাহাৰত যুঁজিছিল৷

৬. ইৰাক আৰু আফগানিস্তানত ৱালীয়ে ৰয়েল কানাডিয়ান ২২য় ৰেজিমেণ্টত সেৱা আগবঢ়াইছিল৷

৭. স্নাইপাৰ ৱালীয়ে প্ৰতিদিনে ৪০ হত্যাকাণ্ড সংঘটিত কৰিব পাৰে৷ সাধাৰণতে এজন দক্ষ স্নাইপাৰে দিনত ৫ৰ পৰা ১০ টা হত্যা কৰিব পাৰে৷ কিন্তু বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীয়ে এই অভিলেখ হেলাৰঙে ভাঙি থৈছে৷

লগতে পঢ়ক আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে

৮. ইউক্ৰেইনৰ যুদ্ধ ক্ষেত্ৰত প্ৰৱেশ কৰি এতিয়ালৈকে ৱালীয়ে ৬ গৰাকী ৰাছিয়ান সেনাক হত্যা কৰিছে৷

৯. ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইনলৈ যোৱাৰ পূৰ্বে ৱালীয়ে কে’বাটাও সংবাদ সংস্থাত সাক্ষাৎকাৰ দি গৈছে৷ তৎস্বত্বেও কোনো কোনোৱে ৱালীক এটা কাল্পনিক চৰিত্ৰ বুলি ক’ব খোজে৷

১০. ইউক্ৰেইনলৈ যোৱাৰ পূৰ্বে তেওঁ ফেইচবুক পোষ্টবোৰত ‘W’ৰ স্বাক্ষৰ প্ৰদান কৰি গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন
ৰাজনীতি

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

August 20, 2026
Next Post
৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?

৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?

অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.