• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?

ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?

5 years ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

5 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

27 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

49 minutes ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

3 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

12 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

13 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?

editor by editor
March 16, 2022
in বিশ্ব, ভাৰত
0
ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?
0
SHARES
719
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানে ভাৰতক ক্ষেপণাস্ত্ৰেৰে আক্ৰমণ কৰিবলৈ উদ্যত হৈও ৰৈ গৈছিল৷ কিন্তু কিয় এই আক্ৰমণৰ সিদ্ধান্ত লৈও আক্ৰমণৰ পৰা বিৰত থাকিল পাকিস্তান?

উল্লেখ্য যে যোৱা ৯ মাৰ্চত হাৰিয়ানাৰ অম্বলাৰ পৰা লক্ষ্যভ্ৰষ্ট হৈ ভুলক্ৰমে ভাৰতৰ ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই পাকিস্তানত গৈ আঘাত কৰিছিল৷

ক্ষেপণাস্ত্ৰটো পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মিলান চানু চহৰত দুৰ্ঘটাগ্ৰস্ত হৈ আঘাত কৰিছিল৷ ইয়াৰ পিছতে পাকিস্তানে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতক ক্ষেপণাস্ত্ৰেৰে প্ৰত্যাক্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷

লগতে পঢ়ক ৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

এই দাবী কৰিছে মাৰ্কিন সংবাদ মাধ্যমে৷ ব্লুমবাৰ্গে দাবী কৰা অনুসৰি ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰটো লক্ষ্যভ্ৰষ্ট হৈ পাকিস্তানত আঘাত কৰাৰ পিছতে পাকিস্তান বায়ু সেনাই ভাৰতক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত হৈছিল৷

ব্লুমবাৰ্গৰ মতে, ঘটনাটোত মিলান চানু অঞ্চলৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হৈছিল যদিও কোনো লোকৰ মৃত্যু হোৱা নাছিল। প্ৰতিবেদন অনুসৰি সেই ঘটনাৰ পিছত আন তদ্ৰূপ দুৰ্ঘটনা এৰাই চলিবলৈ আম্বলাৰ মিছাইল উৎক্ষেপণ প্ৰণালী বন্ধ কৰা হৈছিল।

ব্লুমবাৰ্গৰ প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে ভাৰতে দুয়োখন দেশৰ সেনা কমাণ্ডাৰ পৰ্যায়ৰ হটলাইন ব্যৱহাৰ কৰি পাকিস্তানক দুৰ্ঘটনাটোৰ বিষয়ে জনোৱা নাছিল। সেয়েহে পাকিস্তানী সেনাই মিছাইল-বিৰোধী আক্ৰমণৰ বাবে প্ৰস্তুতি চলাইছিল।

লগতে পঢ়ক ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ

অৱশেষত, পাকিস্তানী সেনাই ভাৰতৰ পৰা স্পষ্টীকৰণ লাভ কৰে। স্পষ্টীকৰণ লাভ কৰাৰ পিছতে পাকিস্তানে প্ৰত্যাক্ৰমণ কৰাৰ সিদ্ধান্ত বাতিল কৰে৷

পাকিস্তান সেনাৰ মেজৰ জেনেৰেল বাবৰ ইফতিকাৰে দুদিনমান আগতে কৈছিল যে তেওঁলোকে ক্ৰুজ মিছাইলৰ গতিপথ ‘ট্ৰেক’ কৰি ক্ষেপণাস্ত্ৰটো হাৰিয়ানাৰ চিৰছাৰ পৰা যোৱা বুলি নিশ্চিত হৈছিল।

ইফালে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে সংসদত কয় যে ভাৰতীয় সেনাৰ লক্ষ্যভ্ৰষ্ট ক্ষেপণাস্ত্ৰটো পাকিস্তানৰ ভূমিত অৱতৰণ কৰোৱা হৈছিল৷ তেওঁ লগতে কয়, ‘‘অসতকৰ্তাৰ বাবে সংঘটিত এই ঘটনাটো চৰকাৰে অতি গুৰুত্বসহকাৰে লৈছে। বিষয়টোৰ এক উচ্চ-পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিয়া হৈছে।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBrahmos MissilePak Missilepakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.