• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰ মূৰত ৰামটাঙোন! এইবাৰ ঔষধতো মূল্যবৃদ্ধি, ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি

জনতাৰ মূৰত ৰামটাঙোন! এইবাৰ ঔষধতো মূল্যবৃদ্ধি, ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি

4 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

5 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

5 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

6 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

7 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

7 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

8 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

9 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

10 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

11 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

11 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জনতাৰ মূৰত ৰামটাঙোন! এইবাৰ ঔষধতো মূল্যবৃদ্ধি, ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি

editor by editor
March 26, 2022
in অসম, ভাৰত
0
জনতাৰ মূৰত ৰামটাঙোন! এইবাৰ ঔষধতো মূল্যবৃদ্ধি, ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে চাৰিওফালৰ পৰাই মধ্যবিত্ত আৰু নিম্নবত্তক চেপা মাৰি আহিছে ৷ এইবাৰ ইন্ধন আৰু ৰন্ধন গেছৰ পিছতে জীৱনদায়িনী ঔষধতো মূল্যবৃদ্ধি কৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে৷

প্ৰকাশ পোৱা মতে ২০২১ বৰ্ষৰ তুলনাত ঔষধৰ মূল্য ১০.৭ শতাংশ বৃদ্ধি পাব৷ পেৰাচিটামলৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ ঔষধৰ মূল্যতে এই মূল্য বৃদ্ধিৰ হাৰ বলৱৎ হ’ব৷ অহা ১ এপ্ৰিলৰ পৰা এই মূল্যবৃদ্ধি কাৰ্যকৰী কৰা হ’ব৷

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰা লয়ৰ অৰ্থনৈতিক পৰামৰ্শ দাতাৰ পৰামৰ্শৰ ভিত্তি এই মূল্যবৃদ্ধি কৰা হৈছে বুলি প্ৰকাশ কৰিছে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি অফ ইণ্ডিয়াই৷

লগতে পঢ়ক জনতাৰ মূৰত মাধমাৰ কেন্দ্ৰৰ : পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি অফ ইণ্ডিয়াৰ নিৰ্দেশনাত লগতে কোৱা হৈছে যে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ অৰ্থনৈতিক পৰামৰ্শদাতাৰ বিভাগৰ অনুসৰিয়ে ২০২০-২১বৰ্ষৰ তুলনাত ১০.৭৬ শতাংশ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।

নিৰ্দেশটোত আৰু কোৱা হৈছে যে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা পাইকাৰী দৰ সূচক (হ’লচেল প্ৰাইচ ইনডেক্স)ৰ পৰিৱৰ্তন কৰা বুলি জানিবলৈ দিয়া হৈছে। ইয়াৰ ফলত কমেও ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি পাব আৰু ইয়াৰ ভিতৰত বেছিভাগেই অত্যাৱশ্যকীয় ঔষধ।

লগতে পঢ়ক  ফুটবল বিশ্বকাপত ভাৰতৰো বিশেষ আবিৰ্ভাৱ! কি ৰূপত দেখা যাব ভাৰতৰ প্ৰতিষ্ঠানক?

ইয়াৰ ফলত ১ এপ্ৰিলৰ পৰাই জ্বৰ, সংক্ৰমণ, উচ্চ ৰক্তচাপ, ৰক্তহীনতা, হৃদৰোগ, ছালৰ ঔষধ আদিৰ মূল্য বৃদ্ধি কৰা হ’ব৷

ৰন্ধন গেছ, ইন্ধনৰ লগতে সকলোবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দেশৰ মধ্যবিত্ত আৰু মিম্নবিত্তৰ জীৱন কোঙা কৰি তোলাৰ সময়তে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে জনতাৰ মূৰত ৰাম টাঙোন মাৰিলে বুলিয়ে চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom love 24Best News Chanel of Assambest news channel in assamBest News Portal in AssamPrices hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?
ভাৰত

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

August 1, 2026
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ
বিনোদন

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

August 1, 2026
Next Post
প্ৰথম দিনাই অথন্তৰ! আমেৰিকাত ভাৰতীয় ছবি RRRৰ মাত্ৰ প্ৰথম অংশহে প্ৰদৰ্শন, কিন্তু কিয়?

প্ৰথম দিনাই অথন্তৰ! আমেৰিকাত ভাৰতীয় ছবি RRRৰ মাত্ৰ প্ৰথম অংশহে প্ৰদৰ্শন, কিন্তু কিয়?

‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক

‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.