• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

4 years ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

12 minutes ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

38 minutes ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

1 hour ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

2 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

3 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

3 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

5 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

5 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

6 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

7 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

16 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

editor by editor
March 30, 2022
in অসম, বাণিজ্য, ভাৰত
0
গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!
0
SHARES
429
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰু বা গৰুৰ গাখীৰ বিক্ৰী কৰি নহয়, গৰুৰ গোবৰ বিক্ৰী কৰি এজন উদ্যোগীয়ে বছৰি ৩৬ লাখ টকা উপাৰ্জন কৰিছে৷

এই উদ্যোগীজন হৈছে ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰৰ গকুল নগৰৰ নিৱাসী ৰীতেশ আগৰৱালা৷ ২০০৩ চনত স্নাতক ডিগ্ৰী লাভ কৰা ৰীতেশ আগৰৱালাই কে’বাবছৰ ধৰি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰাৰ পিছত ২০১৫ চনত এখন গোশালাত কাম কৰিবলৈ আৰম্ভ কৰে৷

গোশালখনত যোগদান কৰাৰ পিছতে ৰীতেশ গোবৰৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে৷ ৰীতেশে গোবৰৰ পৰা জোতা, আবিৰ অৰ্থাৎ বিভিন্ন ৰং, মোনা, চটি, ইটা আদি তৈয়াৰ কৰিবলৈ ধৰে৷ এই সামগ্ৰীসমূহ তেওঁ ব্যৱসায়িকভাৱে বিপণনৰ ব্যৱস্থাও কৰে৷

লগতে পঢ়ক চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

এইদৰেই ৰীতেশে ব্যৱসায়িক ভিত্তিত গোবৰৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি এতিয়া প্ৰতি মাহে প্ৰায় ৩ লাখ টকাকৈ উপাৰ্জন কৰে৷

ৰীতেশে ‘এক পাহেল’ নামৰ গোবৰৰ সামগ্ৰী তৈয়াৰ কৰা এটা কোম্পানী প্ৰতিষ্ঠা কৰিছে৷ তেওঁৰ এই প্ৰতিষ্ঠানটোত এতিয়া মুঠ ২৩ গৰাকী কৰ্মচাৰী আছে৷

ৰীতেশে গোবৰ পৰা কেৱল নিজ পৰিয়ালকে পোহপাল দিয়া নাই, ২৩ টা পৰিয়ালৰো জীৱিকা উৎস হৈ পৰিছে তেওঁৰ গোবৰৰ পৰা সামগ্ৰী তৈয়াৰ কৰা প্ৰতিষ্ঠানটো৷ ৰীতেশে তেওঁৰ এই প্ৰতিষ্ঠানটো এতিয়া সম্প্ৰসাৰিত কৰিব খোজে৷

লগতে পঢ়ক পাক প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পতন অনিবাৰ্য! সংগ ত্যাগ সহযোগী দলৰ

উদ্যোগী ৰীতেশ দাবী কৰিছে যে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বাজেট অধিবেশনলৈ প্ৰয়োজনীয় নথি পত্ৰ নিয়া বেগটো তেৱেঁ তৈয়াৰ কৰা৷

ৰীতেশ আগৰৱালে এই উদ্যোগ দেশ ব্যাপি সম্প্ৰসাৰিত হ’লে বহু নিবনুৱাৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব আশা কৰিব পাৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcattle dung
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
Next Post
অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.