• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

4 years ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

8 minutes ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

44 minutes ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

1 hour ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

3 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

4 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

4 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

5 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

6 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

6 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

7 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

editor by editor
March 31, 2022
in অসম
0
আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!
0
SHARES
273
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি অৰ্থাৎ ৩১ মাৰ্চ, ২০২২ আধাৰ কাৰ্ডৰ (Aadhar Card) সৈতে পান (Pan Card) সংযোগ কৰাৰ অন্তিম তাৰিখ।

আপুনি ৩১ মাৰ্চৰ নিশা ১২ বজাৰ ভিৰতত আপোনাৰ পান কাৰ্ড আধাৰৰ সৈতে সংযোগ নকৰিলে আপুনি অধিক জৰিমনা পৰিশোধ কৰিব লাগিবলীয়া হ’ব পাৰে। আনহাতে আৰু তিনিমাহ পলম কৰিলে জৰিমনাৰ পৰিমাণ দুগুণ হোৱাৰো সম্ভাৱনা আছে৷

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ২৯ মাৰ্চত এক জাননীত কোৱা হৈছিল যে সময়সীমা উকলি যোৱাৰ তিনি মাহৰ ভিতৰত পান আৰু আধাৰ কাৰ্ড সংযোগ কৰাসকলৰ পৰা ৫০০ টকা মাচুল লোৱা হ’ব।

লগতে পঢ়ক RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ৩০ জুন, ২০২২ লৈ জৰিমনা ৫০০ টকা নিৰ্ধাৰণ কৰা হৈছে। যদি আপুনি ৩০ জুনৰ ভিতৰত আধাৰ আৰু পান কাৰ্ড সংযোগ নকৰে তেতিয়া জৰিমনা ১০০০ টকালৈ বৃদ্ধি হ’ব পাৰে।

আধাৰৰ সৈতে পেন কেনেদৰে সংযোগ কৰিব লাগে?

আপুনি প্ৰথমে, আয়কৰ ৱেবছাইটলৈ যাব লাগিব।

লগতে পঢ়ক ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

ইয়াৰ পিছত আধাৰ লিংক থকা অপশ্যনত ক্লিক কৰি আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু পান কাৰ্ড নম্বৰ আৰু নাম লিখিব লাগিব।

তাৰ পিছত ‘লিংক আধাৰ’ৰ বিকল্পটো বাছনি কৰিব লাগিব।

এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত, আপোনাৰ আধাৰ আৰু পান লিংক কৰা হ’ব।

ইয়াৰ উপৰিও, আধাৰ কাৰ্ড আৰু পান এছএমএছ-ৰ জৰিয়তে বা আপোনাৰ নিকটতম পান সেৱা কেন্দ্ৰলৈ গৈও সংযোগ কৰিব পাৰিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aadhar cardasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampan card
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
Next Post
পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ

পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ

প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.