• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

5 years ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

11 minutes ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

2 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

4 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

18 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

18 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

19 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

20 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

20 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

21 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

21 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

editor by editor
April 4, 2022
in ভাৰত, ৰাজনীতি
0
পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃ জ্যোতিৰাদিত্য সিং সিন্ধিয়াৰ পদাংক অনুসৰণ কৰি অতি শীঘ্ৰেই ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে মহাআৰ্যমান সিন্ধিয়াই৷

এই ইংগিত দিয়ে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিং সিন্ধিয়াৰ পুত্ৰ মহাআৰ্যমান সিন্ধিয়াই আনুষ্ঠানিকভাৱে সামাজিক জীৱনত ভৰি দিছে৷

ইতিমধ্য ২৭ বছৰীয়া মহাআৰ্যমান সিন্ধিয়াক গোৱালিয়ৰ ডিভিজন ক্ৰিকেট এছ’চিয়েচন(GDCA)ৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে৷

লগতে পঢ়ক শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

যোৱা ২৭ মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী তথা গোৱালিয়ৰ ডিভিজন ক্ৰিকেট এছ’চিয়েচনৰ সংৰক্ষক জ্যোতিৰাদিত্য সিং সিন্ধিয়াই GDCAৰ নতুন কমিটি গঠন কৰে৷ আৰু উক্ত নতুন কমিটিৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিং সিন্ধিয়াৰ পুত্ৰ মহাআৰ্যমান সিন্ধিয়াই৷

উল্লেখ্য যে জ্যোতিৰাদিত্য সিং সিন্ধিয়াৰ লগতে তেওঁৰ পিতৃ মাধৱ ৰাও সিন্ধিয়াও ক্ৰিকেটত প্ৰশাসকৰ যোগেদিয়েই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল৷ ইয়াৰ পৰাই মাধৱ ৰাও সিন্ধিয়া আৰু জ্যোতিৰাদিত্য সিং সিন্ধিয়াই সফল ৰাজনৈতিক জীৱন পৰিক্ৰমা আৰম্ভ কৰিছিল৷

সেয়ে এইবাৰ জ্যোতিৰাদিত্য সিং সিন্ধিয়াৰ পুত্ৰ মহাআৰ্যমান সিন্ধিয়াও সক্ৰিয় ৰাজনীতিত খোজ পেলাবলৈ আৰম্ভ কৰিছে বুলি চৰ্চা লাভ কৰিছে৷

লগতে পঢ়ক দুই গঞালৈ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ : ডিব্ৰুগড়স্থিত AMCHত ভর্তি দুই গুলীবিদ্ধক

ইফালে কিছুমান সূত্ৰই প্ৰকাশ কৰা মতে মহাআৰ্যমানে অদূৰ ভৱিষ্যতে বিজেপিৰ যুৱ শক্তিৰ নেতৃত্ব ল’ব পাৰে৷ কিছুদিন পূৰ্বে পিতৃ জ্যোতিৰাদিত্য সিং সিন্ধিয়াৰ সৈতে মহাআৰ্যমান সিন্ধিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল৷

সেই সাক্ষাতৰ পিছৰে পৰা মহাআৰ্যমান সিন্ধিয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সম্পৰ্ক অতি ঘণিষ্ঠ হৈ পৰিছে৷ ইতিমধ্যে মহাআৰ্যমান সিন্ধিয়াই পিতৃ জ্যোতিৰাদিত্য সিং সিন্ধিয়াৰ নিৰ্বাচনী প্ৰচাৰো সম্ভালি আহিছে৷

মুঠতে GDCAৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰি মহাআৰ্যমান সিন্ধিয়াক প্ৰত্যক্ষ ৰাজনীতিৰ বাবে সাজু কৰি তোলা হৈছে বুলি এতিয়া বিশেষভাৱে চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assa mBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.