• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত নিশা ঘটিল অঘটন

লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত নিশা ঘটিল অঘটন

4 years ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

24 minutes ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

1 hour ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

2 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

3 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

4 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

4 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

5 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

5 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

6 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

7 hours ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

17 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত নিশা ঘটিল অঘটন

editor by editor
April 22, 2022
in অপৰাধ, অসম
0
লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত নিশা ঘটিল অঘটন
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বৰ্ষৰ লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰিছিল যোৰহাটৰ শতাব্দী কলিতাই৷ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাই পৰিয়ালৰ সৈতে এই শুভ মুহূৰ্তবোৰ উদযাপন কৰাৰ সময়তে আহিছে এক বেয়া খবৰ৷

জানিব পৰা মতে বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ যোৰহাটস্থিত বাসগৃহত চুৰি কাণ্ড সংঘটিত হৈছে৷ যোৰহাটৰ চহৰৰ তৰাজান পুৰণা গায়ন গাওঁস্থিত বাসগৃহত নিশা চোৰে বহু মূল্যৱান সামগ্ৰী লৈ উধাও হৈছে৷

পৰিয়ালৰ লোকে জনোৱা মতে লতাশিল বিহু সন্মিললনৰ বিহু সম্ৰাজ্ঞী সন্মান লাভ কৰাৰ পিছতে পৰিয়ালৰ লোকে গুৱাহাটীৰ শতাব্দীক যোৰহাটলৈ নিবলৈ আহোতেই নিশা চোৰে এই চুৰি কাণ্ড সংঘটিত কৰে৷

লগতে পঢ়ক ‘কৰ্মচাৰীক চাহ নুখুৱাব, পাৰিলে আপুনিহে কৰ্মচাৰীৰ পৰা চাহ খাওক’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যোৰহাট আৰক্ষীৰ নিৰাপত্তাক ভেঙুচালি কৰি চোৰে শতাব্দী কলিতাৰ বাসগৃহৰ তলা ভাঙি এখন চাইকেল , এটা LED টিভি, এলপিজি চিলিণ্ডাৰ এটা, কাহৰ বাতি ৪০টা, পিটলৰ টৌ এটা, পিতলৰ শৰাই ৭ খন, পিটলৰ লোটা এটা, কাহৰ লোটা এটা আৰু নগদ দুহাজাৰ টকা লৈ উধাও হৈছে।

ইতিমধ্যে এই চুৰিকাণ্ড সন্দৰ্ভত শতাব্দী কলিতাৰ পৰিয়ালে যোৰহাট সদৰ আৰক্ষী থানাত গোচৰ এজাহাৰ দাখিল কৰিছে৷ উক্ত এজাহাৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে৷

লগতে পঢ়ক পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?

ইফালে এই বৃহৎ পৰিমাণৰ সামগ্ৰীসমূহ একেলগে চোৰৰ দলটোৱে কঢ়িয়াই নিয়াকলৈও প্ৰশ্নৰ অৱতাৰণা হৈছে।

এই চুৰি কাণ্ডই বিহু সম্ৰাজ্ঞী শতাব্দী কলিতা আৰু তেওঁৰ পৰিয়ালে মমাৰ্হত হোৱাৰ লগতে অতি শীঘ্ৰেই আৰক্ষীক চোৰৰ দলটোক কৰায়ত্ত কৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamjorhat police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
Next Post
এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!

এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!

উৰন্ত বিমানতে সহযাত্ৰীক প্ৰহাৰ কৰিলে কিংবদন্তী বক্সাৰ মাইক টাইচনে, চাওক ভিডিঅ’

উৰন্ত বিমানতে সহযাত্ৰীক প্ৰহাৰ কৰিলে কিংবদন্তী বক্সাৰ মাইক টাইচনে, চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.