• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

4 years ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

23 minutes ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

2 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

2 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

3 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

4 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

5 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

5 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

17 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

18 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

18 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

19 hours ago
EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

editor by editor
May 21, 2022
in বিবিধ, ভাৰত
0
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ৱে সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰিছে৷ আইএএছ বিষয়া আৱনীশ চৰণে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘‘দেউতাকে মাত্ৰ এখন ছেকেণ্ড হেণ্ড বাইচাইকেল কিনিছে৷ তেওঁলোকৰ অভিব্যক্তি চাওকচোন, তেওঁলোকে যেন এখন মাৰ্ছিডিছ ব্ৰেঞ্জহে কিনিছে৷’’

টুইটাৰ ব্যাপকভাৱে ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে এখন পুৰণি বাইচাইকেল হেণ্ডলত এডাল ফুলৰ মালা লগাই আছে৷ ইয়াৰ পিছতে তেওঁ এটা পাত্ৰ লৈ চাইকেলৰ হেণ্ডলত পানী ছটিয়াইছে৷

তেওঁৰ সন্মুখত থকা অকণি  শিশুটিয়ে জঁপিয়াই জঁপিয়াই আনন্দতে হাত চাপৰি বজাই আছে৷ অৰ্থাৎ ছেকেণ্ড চাইকেলখন ক্ৰয় কৰি পিতৃয়ে মাংগলিক আচাৰেৰে চাইকলেখন গ্ৰহণ কৰিছে আৰু কণমানি শিশুটিয়ে তেওঁলোক এখন বাইচাইকেলৰ গৰাকী হোৱাৰ উলাহতে হাত চাপৰি বজাই আনন্দ প্ৰকাশ কৰিছে৷

লগতে পঢ়ক  স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ এই নিভাঁজ আনন্দ আৰু উছাহক আইএএছ বিষয়াগৰাকীয়ে কেপচনত এইদৰে কৈ দৰিদ্ৰ লোকক ইতিকিং কৰা বুলি সমালোচিত হৈছে৷ প্ৰায় ১.৭ লাখ লোকে দৰ্শন কৰা ভিডিঅ’টো চোৱা অধিকাংশ লোকে আইএএছ বিষয়াগৰাকীৰ মন্তব্যক গ্ৰহণ কৰা নাই৷

It’s just a second-hand bicycle. Look at the joy on their faces. Their expression says, they have bought a New Mercedes Benz.❤️ pic.twitter.com/e6PUVjLLZW

— Awanish Sharan (@AwanishSharan) May 21, 2022

প্ৰায়সকলৰে মন্তব্যত তেওঁলোক দুখীয়া মানুহৰ বাবে এখন ছেকেণ্ড বাইচাইকেলৰ গুৰুত্ব কিমান সেয়া বুজাতো ধনী মানুহৰ সাধ্যৰ বাহিৰত বুলিও প্ৰকাশ পাইছে৷

‘ধনী মানুহৰ আৰ্বজনাই দুখীয়া মানুহৰ বাবে সম্পদ’ বহুলোকে দাম্ভিক আইএএছ বিষয়াগৰাকী এই কথাটোকে বুজাবলৈ চেষ্টা কৰা দেখা গৈছে৷

লগতে পঢ়ক পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

বিষয়া গৰাকীৰ টুইটটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ইউজাৰে লিখিছে, ‘‘তেওঁলোক দুখীয়া ছাৰ, সেইবাবেই তেওঁলোকে প্ৰতিটো বস্তু আৰু মানুহক ইমান সন্মান দিয়ে। এজন ধনী মানুহক সুধিলে তেওঁ তাক নিজৰ দাস বুলি গণ্য কৰিব আৰু লাঠ মাৰি ক’ব যে সেয়া মোৰো আছে!’’

লোকজনে লগতে এইটো কৈছে যে এইটোৱেই হৈছে এজন দুখীয়া আৰু এজন ধনীৰ মাজত সংস্কাৰ (মূল্যবোধৰ) পাৰ্থক্য৷

১.৭ লাখৰো অধিক দৰ্শকৰ হৃদয় স্পৰ্শ কৰাৰ উপৰিও এই ভিডিঅ’টোৱে সামাজিক মাধ্যমত মানুহৰ আৱেগিক প্ৰতিক্ৰিয়াৰ চুনামীৰ সূচনা কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!
জীৱনশৈলী

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

April 20, 2026
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

April 20, 2026
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

April 20, 2026
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!
জীৱনশৈলী

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

April 20, 2026
Next Post
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.