• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ

4 years ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

7 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

30 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

45 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

1 hour ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ

editor by editor
May 23, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে এজন ৰাছিয়ান সেনাক ইউক্ৰেইনৰ সাধাৰণ নাগৰিকক হত্যা কৰাৰ অপৰাধত ইউক্ৰেইনৰ আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰাৰ চাৰি দিনৰ পিছতে ২৮ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ উত্তৰ-পূবৰ চুপাখিভকা গাঁৱত নিৰস্ত্ৰ নাগৰিক ৬২ বছৰীয়া অলেক্সান্দ্ৰ শ্বেলিপভক হত্যা কৰাৰ দোষ স্বীকাৰ কৰিছিল ২১ বছৰীয়া ৰাছিয়ান টেংক কমাণ্ডাৰ ভাদিম শ্বিছিমাৰিনে।

উক্ত দোষ স্বীকাৰ কৰা ৰাছিয়ান টেংক কামাণ্ডাৰ ভাদিম শ্বেলিপভকৰ বিৰুদ্ধে ইউক্ৰেইনৰ এখন আদালতৰ ন্যায়াধীশ ছেৰহিই আগাফোনভে বিচাৰ প্ৰক্ৰিয়া চলাই এই শাস্তি প্ৰদান কৰিছে৷ ন্যায়াধীশগৰাকীয়ে কয় যে উচ্চ পদবীৰ এজন সৈনিক শ্বিছিমাৰিনে স্বয়ংক্ৰিয় অস্ত্ৰৰেৰে ভুক্তভোগীৰ মূৰত কেইবাটাও গুলী কৰি হত্যা কৰিছিল।

লগতে পঢ়ক বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?

তেওঁ লগতে কয় যে সংঘটিত হোৱা অপৰাধক শান্তি, নিৰাপত্তা, মানৱতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনী ব্যৱস্থাৰ বিৰোধী অপৰাধ বুলি গণ্য কৰা হৈছে আৰু আদালতে এই শাস্তিক লঘু কৰা কোনো সম্ভাৱনা দেখা নাই। অৰ্থাৎ ৰুছ সেনাগৰাকীৰ শাস্তি পুনৰ বিবেচনা আদালতখনৰ ন্যায়াধীশ আঘাফোনভে একপ্ৰকাৰে নস্যাৎ কৰিছে৷

কীয়েভে আৰম্ভণিৰে পৰা ৰাছিয়াই আক্ৰমণৰ সময়ত সাধাৰণ নাগৰিকৰ ওপৰত অত্যাচাৰ আৰু বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ কীয়েভৰ দাবী যে ৰাছিয়ান সেনাই ১০ হাজাৰতকৈ অধিক এনে যুদ্ধ অপৰাধ সংঘটিত কৰিছে, যিবোৰ কীয়েভে ইতিমধ্যে চিনাক্ত কৰিছে।

লগতে পঢ়ক অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ

ইফালে ইউক্ৰেইনৰ বিৰুদ্ধে এতিয়াও যুদ্ধ ঘোষণা কৰা নাই বুলি কৈ ‘বিশেষ সামৰিক অভিযান’ চলোৱা বুলি প্ৰকাশ কৰা ৰাছিয়াই ইউক্ৰেইনৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ লগতে কোনো যুদ্ধ অপৰাধ কৰা নাই বুলি দাবী কৰি আহিছে৷

ইউক্ৰেইনে এগৰাকী ৰাছিয়ান সেনাক যুদ্ধ অপৰাধৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ সন্দৰ্ভত ক্ৰেমলিনে তাৎক্ষণিকভাৱে কোনো মন্তব্য প্ৰকাশ কৰা নাই। ক্ৰেমিলিনে ইয়াৰ পূৰ্বে কৈছিল যে ৰাছিয়াই ইউক্ৰেইনে এনে বিচাৰৰ চলোৱাৰ বিষয়ে কোনো তথ্য লাভ কৰা নাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: \asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrussia soldersRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
Next Post
অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি

অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি

যৌনতা আৰু টোপনি : যৌনতাৰ লগত টোপনিৰ সম্পৰ্ক কি? গৱেষণাই কি কয়?

যৌনতা আৰু টোপনি : যৌনতাৰ লগত টোপনিৰ সম্পৰ্ক কি? গৱেষণাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.