• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ

কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ

4 years ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

17 minutes ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

8 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

9 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

9 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

9 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

10 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

10 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

11 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

12 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

13 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ

editor by editor
May 27, 2022
in উত্তৰ-পূব, ভাৰত
0
কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ
0
SHARES
273
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভিন্ন মানুহ ভিন্ন মন ভিন্ন ৰূপ৷ এই কথাটোকে পুনৰ এবাৰ প্ৰমাণ কৰি দিলে এহাল ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াই৷

উল্লেখ্য যে অসমৰ বান বিধ্বস্ত কাছাৰ জিলাৰ উপায়ুক্ত তথা আইএএছ বিষয়া কৃতি জলিয়ে বোকা পানী গচকি খোজ আৰু নাওৰে বানাক্ৰান্তৰ পৰিস্থিতি বুজ লৈ থকাৰ খবৰে দেশৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰি থকাৰ সময়তে এহাল আইএএছ দম্পতীৰ নাভূতনাশ্ৰূত কাণ্ড পোহৰলৈ আহিছে৷

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক বাতৰিৰ মতে দিল্লীত কৰ্মৰত আইএএছ বিষয়া সঞ্জীৱ খিৰৱাৰ আৰু তেওঁৰে আইএএছ পত্নীয়ে দিল্লীৰ চৰকাৰীভাৱে পৰিচালিত ত্যাগৰাজ ষ্টেডিয়ামখন নিজৰ কুকুৰটোক খোজ কঢ়োৱাবলৈ ব্যৱহাৰ কৰি আহিছিল৷

লগতে পঢ়ক বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?

প্ৰকাশিত বাতৰিৰ মতে বিষয়া দম্পতীয়ে পদমৰ্যাদা তথা ক্ষমতাৰ অপ্ৰয়োগ কৰি নিজৰ কুকুৰটোক খোজকঢ়োৱাবলৈ ষ্টেডিয়ামখন দুঘণ্টাৰ বাবে সাধাৰণ কাৰ্যকলাপসমূহ তলাবন্ধ কৰি সম্পূৰ্ণ বন্ধ কৰি দি আহিছিল৷

এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আইএএছ দম্পতী হালক তৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ শাস্তিমূলক বদলিৰ নিৰ্দেশ দিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বিষয়াগৰাকীক লাডাখলৈ আৰু তেওঁৰ পত্নীক অৰুণাচল প্ৰদেশলৈ তাৎক্ষণিকভাৱে বদলি কৰা হৈছে৷

চৰকাৰী সূত্ৰৰ মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আইএএছ দম্পতীহালে চৰকাৰী ত্যাগৰাজ ষ্টেডিয়ামখন নিজৰ সম্পত্তিৰূপে ব্যৱহাৰ কৰিছে নেকি তাৰ এক প্ৰতিবেদন দিল্লীৰ মুখ্য সচিবৰ পৰা বিচাৰিছিল৷ বৃহস্পতিবাৰে দিল্লী মুখ্য সচিবে দাখিল কৰা প্ৰতিবেদনৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই শাস্তিমূলক বদলিৰ নিৰ্দেশ জাৰি কৰিছে৷

লগতে পঢ়ক মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?

গৃহ মন্ত্ৰণালয়ে এক নিৰ্দেশত প্ৰকাশ পোৱা মতে, ১৯৯৪ বেচৰ আইএএছ বিষয়া সঞ্জীৱ খিৰৱাৰক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ লাডাখলৈ আৰু তেওঁৰ পত্নীক অৰুণাচললৈ বদলি কৰা হৈছে। কিছুদিন পূৰ্বে সঞ্জীৱ খিৰৱাৰ দিল্লীত প্ৰধান সচিব (ৰাজহ) হিচাপে নিযুক্তি লাভ কৰিছিল।

ইফালে ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ষ্টেডিয়ামৰ সকলো সা-সুবিধাৰ প্ৰদান কৰি নিশা ১০ বজালৈ ক্ৰীড়াবিদৰ বাবে খোলা ৰাখিবলৈ নিৰ্দেশ দিছিল।

‘‘মোৰ দৃষ্টিগোচৰ হৈছে যে গৰমৰ বাবে ক্ৰীড়াবিদসকলে সমস্যাৰ সন্মুখীন হৈছে আৰু সন্ধিয়া ৬ বা ৭ বজাৰ ভিতৰত ষ্টেডিয়ামসমূহ বন্ধ হৈ পৰে। আমি নিৰ্দেশনা জাৰি কৰিছো যে সকলো ক্ৰীড়াবিদৰ সুবিধাৰ বাবে নিশা ১০ বজালৈকে ষ্টেডিয়ামবোৰ খোলা থাকিব লাগে যাতে ক্ৰীড়াবিদসকলে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে।’’ কেজৰিৱালে কয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIASThyagraj Stadiumunion home ministry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

October 17, 2026
Next Post
ৰণত পৰিল NCB! ড্ৰাগছ কাণ্ডৰ পৰা বৃহৎ সকাহ আৰিয়ান খানৰ!

ৰণত পৰিল NCB! ড্ৰাগছ কাণ্ডৰ পৰা বৃহৎ সকাহ আৰিয়ান খানৰ!

সাৱধান! প্ৰস্ৰাৱেৰে বীয়েৰ প্ৰস্তুত! কোন প্ৰতিষ্ঠানে কৰে এই কাম?

সাৱধান! প্ৰস্ৰাৱেৰে বীয়েৰ প্ৰস্তুত! কোন প্ৰতিষ্ঠানে কৰে এই কাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.