• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক

ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক

4 years ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

25 minutes ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

1 hour ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

3 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

4 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

4 hours ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

5 hours ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

6 hours ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

18 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

18 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

19 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক

editor by editor
June 6, 2022
in বিশ্ব
0
ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশৰ চিটাগঙত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড৷ শনিবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷

এটা জাহাজৰ কন্টেইনাৰ ডিপোত সংঘটিত হোৱা অগ্নিকাণ্ডটোত প্ৰায় ৪০ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷ আহত হৈছে প্ৰায় ৪৫০ জন লোক ৷ ইফালে বিভাগীয় কৰ্তৃপক্ষই মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।

চট্টাগ্ৰাম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত নিয়োজিত এজন আৰক্ষী বিষয়াৰ উদ্ধৃতিৰে সংবাদ সংস্থা পিটিআই’-এ কয়, “এতিয়ালৈকে ৪০ টা মৃতদেহ মৰ্গত ৰখা হৈছে।”

লগতে পঢ়ক ১৮ বছৰ পিছত দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা !

অগ্নিকাণ্ডটোৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান অব্যাহত ৰাখিছে ৷ ৰাসায়নিক বিস্ফোৰণৰ বাবেই সংঘটিত হৈছিল অগ্নিকাণ্ডৰ৷

প্ৰাপ্ত তথ্য অনুসৰি নিশা প্ৰায় ৯ বজাত জুই লাগিছিল আৰু মাজনিশা বিস্ফোৰণ হৈছিল৷

বিস্ফোৰণৰ পাছত জুই দ্ৰুতগতিত বিয়পি পৰিছিল৷ ইয়াৰ পাছতে স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। আৰু ঘটনাস্থলীত ১৯ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbangladesh firebest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?
বিশ্ব

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

April 25, 2026
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?
জীৱনশৈলী

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

April 25, 2026
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

April 25, 2026
Next Post
হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?

হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?

পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে…

পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.