• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?

দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?

4 years ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

33 minutes ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

2 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

2 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

3 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

4 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

5 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

22 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

22 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

23 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

24 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

1 day ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?

editor by editor
June 15, 2022
in প্ৰযুক্তি, ভাৰত
0
দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইণ্টাৰনেট সেৱা। চৰকাৰে ইয়াৰ নিলামত অনুমোদন জনাইছে। বুধবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। 5G স্পেকট্ৰম নিলামৰ বাবে আবেদন ৮ জুলাইৰ পৰা আৰু নিলাম ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব। চলিত বৰ্ষৰ অক্টোবৰৰ পৰা চৰকাৰে 5G সেৱা আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, ‘‘টেলিকম সেৱা প্ৰদানকাৰীসকলৰ ব্যৱসায় কৰাৰ ব্যয় হ্ৰাস কৰাৰ বাবে কেবিনেটে আই এম টি/5G স্পেকট্ৰমৰ নিলামত অনুমোদন জনাইছে। শীঘ্ৰেই আৰম্ভ হ’ব 5G সেৱা। 4Gতকৈ প্ৰায় ১০ গুণ দ্ৰুত ৭২ গিগাহাৰ্টজৰ ওপৰৰ এই স্পেকট্ৰম ২০ বছৰৰ বাবে নিলাম কৰা হ’ব।’’

ইফালে কেন্দ্ৰীয় কেবিনেটে স্বাস্থ্যসেৱা খণ্ড, কৃষি, শক্তিত ব্যৱহাৰ কৰিবলৈ মেচিন-টু-মেচিন যোগাযোগ, ইণ্টাৰনেট অৱ থিংছ (আইঅ’টি), কৃত্ৰিম বুদ্ধিমত্তা (এআই) আদি নতুন যুগৰ প্ৰয়োগসমূহত উদ্ভাৱনক প্ৰসাৰিত কৰিবলৈ ‘ব্যক্তিগত প্ৰৱেশ নেটৱৰ্ক’ত অনুমোদন জনাইছে আৰু অন্যান্য খণ্ডসমূহৰ প্ৰতিষ্ঠা আৰু উন্নয়নত অনুমোদন দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰিছে৷

লগতে পঢ়ক নিজৰ স্বামীক হত্যা কৰি কোনে লিখিলে ‘স্বামীক কেনেকৈ হত্যা কৰা হ’ল?’

চৰকাৰে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে স্পেকট্ৰম নিলামৰ বাবে দূৰসংযোগ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷ যাৰ অধীনত জনসাধাৰণ আৰু উদ্যোগসমূহক 5G সেৱা আগবঢ়োৱাৰ বাবে সফল নিবিদাকাৰীসকলক স্পেকট্ৰম প্ৰদান কৰা হ’ব।’’

জুলাই মাহৰ শেষৰ ফালে ২০ বছৰৰ বৈধতাৰে মুঠ ৭২০৯৭.৮৫ মেগাহাৰ্টজ স্পেকট্ৰম নিলাম কৰিব চৰকাৰে। ইয়াৰ উপৰিও বিভিন্ন নিম্ন, মধ্যম আৰু উচ্চ কম্পাঙ্ক বেণ্ডৰ বাবেও অনুষ্ঠিত হ’ব স্পেকট্ৰম নিলাম।

লগতে পঢ়ক প্ৰেমিকাক প্ৰতাৰণা! অন্য যুৱতীৰ বাবে ৫০ লাখ টকা খৰচ! প্ৰেমিকাই কি শাস্তি দিলে প্ৰেমিকক?

টেলিকম খণ্ডৰ সংস্কাৰক গতি প্ৰদান কৰি কেন্দ্ৰীয় কেবিনেটে স্পেকট্ৰম নিলামৰ সৈতে জড়িত কেইবাটাও উন্নয়ন বিকল্পও ঘোষণা কৰিছে, যিয়ে ব্যৱসায়ত সহজলভ্যতা বৃদ্ধি কৰিব।

ইয়াত কোৱা হৈছে যে, ‘‘সফল নিবিদাকাৰীসকলক অগ্ৰিম ধন দিবলৈ বাধ্যতামূলক কৰা নহ’ব, আৰু প্ৰথমবাৰৰ বাবে এনে কৰা হৈছে।’’ স্পেকট্ৰমৰ বাবে পেমেণ্ট ২০ টা সমানুপাতিক বাৰ্ষিক কিস্তিত কৰা হ’ব আৰু এই অগ্ৰিম কিস্তিসমূহ প্ৰতি বছৰৰ আৰম্ভণিতে প্ৰতিষ্ঠানসমূহে পৰিশোধ কৰিব লাগিব।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5G5g networkasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
Next Post
নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান

নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান

কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.