• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুন্দৰী কেপ্তেইন মণিকা খান্না, কেনেকৈ প্ৰাণৰক্ষা কৰিলে ১৮৫ যাত্ৰীৰ? চাওক ভিডিঅ’…

সুন্দৰী কেপ্তেইন মণিকা খান্না, কেনেকৈ প্ৰাণৰক্ষা কৰিলে ১৮৫ যাত্ৰীৰ? চাওক ভিডিঅ’…

4 years ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

10 minutes ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

39 minutes ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

58 minutes ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

2 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

2 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

3 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

13 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

14 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

14 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

15 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সুন্দৰী কেপ্তেইন মণিকা খান্না, কেনেকৈ প্ৰাণৰক্ষা কৰিলে ১৮৫ যাত্ৰীৰ? চাওক ভিডিঅ’…

editor by editor
June 20, 2022
in বিশ্ব, ভাৰত
0
সুন্দৰী কেপ্তেইন মণিকা খান্না, কেনেকৈ প্ৰাণৰক্ষা কৰিলে ১৮৫ যাত্ৰীৰ? চাওক ভিডিঅ’…
0
SHARES
18.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম মণিকা খান্না৷ স্পাইজেটৰ এগৰাকী কেপ্তেইন৷ এই বিমান পাইলটগৰাকী যেনেদৰে সুন্দৰী ঠিক তেনেদৰে অতি প্ৰত্যুৎপন্নমতি আৰু সপ্ৰতীভ৷ তেওঁৰ প্ৰত্যুৎপন্নমতিতাৰ বাবেই স্পাইজেটৰ ১৮৫ গৰাকীকৈ যাত্ৰী প্ৰাণৰক্ষা পৰে৷ দেশৰ এটা ভয়াৱহ বিমান দুৰ্ঘটনাক ৰক্ষা কৰে এই মণিকা খান্নাই৷

ঘটনাৰ বিৱৰণীৰ মতে যোৱা দেওবাৰে মণিকা খান্নাই বিহাৰৰ পাটনা বিমানবন্দৰত স্পাইচজেটৰ বিমান এছ জি-৭২৩ জৰুৰী অৱতৰণ কৰে। বিমানখনত আছিল ১৮৫ গৰাকী যাত্ৰী। উৰণৰ ঠিক পিছতেই বিমানখনৰ বাওঁফালৰ ইঞ্জিনত জুই জ্বলিবলৈ আৰম্ভ কৰে৷ ইঞ্জিনটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছতে অতি প্ৰত্যুৎপন্নমতিতাৰে কেপ্তেইন মণিকা খান্নাই জৰুৰীভাৱে পাটনাৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰায়৷

অৱতৰণ কৰাৰ পিছতে বিমানখনৰ সকলো যাত্ৰীকে নিৰাপদে নমোৱা হয় আৰু কোনো লোকৰ মৃত্যু হোৱা নাই বুলি বিভাগীয় বিষয়াসকলে প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত পাটনা জিলা প্ৰশাসন আৰু বিমানবন্দৰৰ বিষয়াসকলে প্ৰদান কৰা বিবৃতিত এই কথা উল্লেখ কৰা হৈছে।

লগতে পঢ়ক সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

স্থানীয় লোকে শ্বুট কৰা এটা ভিডিঅ’ত বাওঁফালৰ ইঞ্জিনৰ পৰা এটা জুইৰ শিখা নিৰ্গত হোৱা স্পষ্টভাৱে দেখা গৈছে। অতি প্ৰত্যুৎপন্নমতিতাৰে বিমানখন অৱতৰণ কৰি ১৮৫ গৰাকী যাত্ৰীৰ জীৱন ৰক্ষা কৰাৰ বাবে মণিকা খান্নাক সকলোৱে চেল্যুট জনাইছে৷

উল্লেখ্য যে উক্ত বিমানখনৰ কমাণ্ড আছিল কেপ্তেইন মণিকা খান্না। বিমানখনৰ পাইলট-ইন-কমাণ্ড (পিআইচি) কেপ্তেইন মনিকা খান্নাই কোনো আতংকিত নোহোৱাকৈ ক্ষতিগ্ৰস্ত ইঞ্জিনটো বন্ধ কৰি জৰুৰীকালীন অৱতৰণ কৰে।

স্পাইচজেটৰ বিমান পৰিচালনাৰ মুৰব্বী গুৰচৰণ আৰোৰাৰ উদ্ধৃতিৰে বাতৰি সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি এই কাণ্ডৰ সময়ত কেপ্তেইন মণিকা খান্না আৰু প্ৰথম বিষয়া বলপ্ৰীত সিং ভাটিয়াই নিজৰ বিশেষ দক্ষতাৰে ১৮৫ গৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰে৷

Exclusive Video from inside the plane

This looks very dangerous.#SpiceJet #Patna pic.twitter.com/qRxHlSFGwN

— Govind Pandey (@iGovindPandey) June 19, 2022

লগতে পঢ়ক শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

কেপ্তেইন মণিকা খান্না কোন?

মণিকা খান্না স্পাইচজেট লিমিটেডৰ এগৰাকী উচ্চ যোগ্যতাসম্পন্ন পাইলট। তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইল অনুসৰি তেওঁ ভ্ৰমণ কৰি ভাল পায় আৰু ফেশ্বনৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ আছে।

দেওবাৰে স্পাইচজেট বয়িং ৭৩৭ বিমানৰ ইঞ্জিনত জুই লাগি যোৱাৰ লগে লগে কেপ্তেইন মণিকা খান্নাই ক্ষতিগ্ৰস্ত ইঞ্জিনটো বন্ধ কৰি দিয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSpiceJet Pilots
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 17, 2026
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত
জীৱনশৈলী

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

April 17, 2026
Next Post
ডাকঘৰৰ বাম্পাৰ আঁচনি! মাত্ৰ ৫০ হাজাৰ জমা কৰক আৰু লাভ কৰক ৩৩০০ টকাৰ পেঞ্চন

ডাকঘৰৰ বাম্পাৰ আঁচনি! মাত্ৰ ৫০ হাজাৰ জমা কৰক আৰু লাভ কৰক ৩৩০০ টকাৰ পেঞ্চন

কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?

কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.