• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমবাৰ মিছ ইউনিৰ্ভাছত ভূটান, প্ৰতিনিধিত্ব কৰিব লেছবিয়ান এগৰাকী বিউটি কুইনে!

প্ৰথমবাৰ মিছ ইউনিৰ্ভাছত ভূটান, প্ৰতিনিধিত্ব কৰিব লেছবিয়ান এগৰাকী বিউটি কুইনে!

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

19 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

1 hour ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

2 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

2 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

6 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰথমবাৰ মিছ ইউনিৰ্ভাছত ভূটান, প্ৰতিনিধিত্ব কৰিব লেছবিয়ান এগৰাকী বিউটি কুইনে!

editor by editor
June 21, 2022
in ফেশ্বন, বিশ্ব
0
প্ৰথমবাৰ মিছ ইউনিৰ্ভাছত ভূটান, প্ৰতিনিধিত্ব কৰিব লেছবিয়ান এগৰাকী বিউটি কুইনে!
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভূটানৰ ইতিহাসত প্ৰথমবাৰ ব্ৰহ্মাণ্ড সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব এগৰাকী সুন্দৰীয়ে৷ ভূটানৰ এগৰাকী সুন্দৰীয়ে ২০২২ বৰ্ষৰ মিছ ইউনিৰ্ভাছ প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব৷

টাছি চোডেন চম্বাল নামৰ ২৩ বছৰীয়া মডেলগৰাকীয়ে ভূটানৰ পৰা মিছ ইউনিৰ্ভাছত প্ৰতিনিধিত্ব কৰাটো নিশ্চিত হৈছে৷ এই টাছি ২০২২ বৰ্ষৰ মিছ ভূটানৰ খিতাপ অৰ্জন কৰিছে৷

সুন্দৰী টাছি চোডেম চম্বালৰ বিশেষত্ব হৈছে তেওঁ এগৰাকী লেছবিয়ান৷ আৰু তেওঁ হৈছে কুইৰ কমিউনিটি প্ৰথমগৰাকী মডেল যিয়ে মিছ ইউনিৰ্ভাছত প্ৰতিদ্বন্দ্বিতা কৰিব৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ মতে নিজৰ ফেচবুক একাউণ্টত টাছিয়ে প্ৰথমতে নিজকে উভয়লিংগ বুলিহে উল্লেখ কৰিছিল৷ ইফালে ইনষ্টাগ্ৰাম একাউণ্টত টাছিয়ে তেওঁৰ প্ৰেমিকাৰ সৈতে চুম্বন কৰি থকা ফ’টোও শ্বেয়াৰ কৰিছিল৷

লগতে পঢ়ক ২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?

প্ৰসংগক্ৰমে উল্লেখ্য যে এই ভূটানৰ এইগৰাকী সুন্দৰীৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সৈতেও সম্পৰ্ক আছে৷ জানিব পৰা মতে টাছি নাগালেণ্ডত জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ মাতৃ ভূটানী হোৱাৰ বিপৰীতে পিতৃ তিব্বতী আছিল৷ টাছিৰ ১৪ বছৰৰ বয়স হওঁতে দেউতাকৰ মৃত্যু হয়৷ ইয়াৰ পিছতে তেওঁ মাতৃৰ সৈতে পুনৰ ভূটানৰ ককাকৰ ঘৰলৈ গুচি যায়৷

ভুটানতে ডাঙৰ দীঘল হোৱা টাছিয়ে কঠোৰ সংগ্ৰাম কৰি আজিৰ স্থানত উপস্থিত হোৱা বুলি প্ৰকাশ কৰিছে৷ মিছ ভূটানৰ প্ৰতিযোগিতাত ২৪ গৰাকী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি টাছিয়ে মুকুট জয়ী কৰি মিছ ইউনিৰ্ভাছত ভূটানক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে৷ আনকি ২০১৭ চনত পুনেত অনুষ্ঠিত মিছ চিটাডেলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰিয়া সিঙৰ পিছতে প্ৰথম ৰানাৰ্ছ আপ অৰ্জন কৰিছিল।

ইফালে মিছ ইউনিৰ্ভাছলৈ বাছনি হোৱাৰ পিছতে টাছিয়ে দ্য ভূটানিজৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰকাশ কৰে যে তেওঁ প্ৰথম অৱস্থাত ফেচবুকত উভলিংগী ব্যক্তি হিচাপে ওলাই আহিছিল। টাছিয়ে কয়, “যেতিয়া মই অধিক গৱেষণা আৰু পঢ়াৰ লগে লগে মই উপলব্ধি কৰিলো যে মই আচলতে মোৰ শৰীৰত আৰামদায়ক আৰু আন মহিলাৰ প্ৰতি আকৰ্ষিত এগৰাকী মহিলা।”

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMiss BhutanMiss Universe 2022Tashi Choden Chombal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?
জীৱনশৈলী

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

March 25, 2026
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?
জীৱনশৈলী

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

March 25, 2026
Next Post
অতি ৰহস্যময় ‘অগ্নিপথ’! কি কি ৰহস্য আছে ইয়াৰ ভিতৰত?

অতি ৰহস্যময় ‘অগ্নিপথ’! কি কি ৰহস্য আছে ইয়াৰ ভিতৰত?

সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 

সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.