• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

7 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

8 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

10 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

11 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

12 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

12 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

13 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

editor by editor
June 21, 2022
in Uncategorized, বিবিধ, ভাৰত
0
একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১
0
SHARES
19.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষা (UPSC Civil Service Exam)ক এক কঠিন পৰীক্ষা বুলি গণ্য কৰা হয় আৰু ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে কে’বাবছৰ জোৰা কঠোৰ পৰিশ্ৰম তথা অধ্যয়ন কৰিব লগা হয়৷

কিন্তু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণভাৱে প্ৰস্তুতি চলাইও সফলতা লাভ কৰি আহিছে। আজি আমি একেধৰণৰ এক কাহিনী ক’বলৈ লৈছো৷ আজি আমাৰ কাহিনীৰ দিল্লীৰ নায়িকা হৈছে দিল্লীৰ দুই ভগ্নী অংকিতা জৈন আৰু তেওঁৰ ভগ্নী বৈশালী জৈন৷

তেওঁলোকে একেখিনি নোট পঢ়িয়েই আইএএছ বিষয়া হোৱাৰ সপোন পূৰণ কৰিছে। দুই ভগ্নীৰ অংকিতাই তৃতীয় আৰু বৈশালীয়ে ২১ সংখ্যক স্থান লাভ কৰি এইবাৰ সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷

লগতে পঢ়ক অতি ৰহস্যময় ‘অগ্নিপথ’! কি কি ৰহস্য আছে ইয়াৰ ভিতৰত?

অংকিতা জৈন আৰু তেওঁৰ কণিষ্ঠ ভগ্নী বৈশালী জৈনে একেলগে পঢ়া-শুনা কৰি একেলগে UPSC পৰীক্ষা দিছিল। দুয়ো ভগ্নীয়ে একেলগে সফলতা লাভ কৰি দুয়ো আইএএছ বিষয়া হৈ নজিৰেই সৃষ্টি কৰিছিল। অসামৰিক সেৱা পৰীক্ষা ২০২০ত অংকিতা জৈনে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে বৈশালী জৈনে ২১ নম্বৰ স্থান লাভ কৰিছিল।

প্ৰকাশিত বাতৰি অনুসৰি অংকিতা জৈন আৰু তেওঁৰ কণিষ্ঠ ভগ্নী বৈশালী জৈনে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ক একেবোৰ নোটকে অধ্যয়ন কৰিছিল।

লগতে পঢ়ক প্ৰথমবাৰ মিছ ইউনিৰ্ভাছত ভূটান, প্ৰতিনিধিত্ব কৰিব লেছবিয়ান এগৰাকী বিউটি কুইনে!

দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত অংকিতা জৈনে দিল্লী টেকন’লজিকেল ইউনিভাৰ্চিটিৰ পৰা কম্পিউটাৰ বিজ্ঞানত বি টেক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ এটা প্ৰাইভেট কোম্পানীৰ চাকৰি সোমায়৷ ইয়াৰ পিছত চাকৰি এৰি UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। কিন্তু চাকৰি এৰি ইউপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো তেওঁৰ বাবে সহজ নাছিল। কঠোৰ পৰিশ্ৰম কৰিও তেওঁ চতুৰ্থ প্ৰচেষ্টাত সফলতা লাভ কৰি অসামৰিক সেৱাৰ সপোন পূৰণ কৰিলে।

ইফালে বৈশালী জৈনে জ্যেষ্ঠ ভগ্নীৰ অংকিতা জৈনৰ প্ৰস্তুতিৰ বাবে সংগ্ৰহ কৰা নোটবোৰ পঢ়িয়েই ইউপিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অংকিতাৰ সহায়ত প্ৰস্তুতি চলাই বৈশালীয়ে অসামৰিক সেৱা পৰীক্ষা ২০২০ত ২১ সংখ্যক স্থান লাভ কৰে। এইদৰেই দুই ভগ্নীয়ে ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া হোৱাৰ যোগ্যতা অৰ্জন কৰে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIASupsc
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
নিম আৰু মিছিৰি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? জানিবলৈ চাওক…

নিম আৰু মিছিৰি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? জানিবলৈ চাওক…

মানৱতাৰ বাবে যোগ : আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

মানৱতাৰ বাবে যোগ : আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.