• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন…

পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন…

4 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

9 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

9 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

10 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

11 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

11 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

11 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

12 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

13 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

13 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

14 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

14 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন…

editor by editor
June 27, 2022
in অসম, শিক্ষা
0
পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন…
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৰিদ্ৰতাই মেধাৰ হেঙাৰ হ’ব নোৱাৰে৷ কঠোৰ অধ্যৱসায়, দৃঢ়তা, কষ্টৰে নিজ লক্ষ্যত উপণীত হোৱাৰ আত্মবিশ্বাস থাকিলে হাজাৰ হেঙাৰকো ওফৰাই লক্ষ্য স্থান স্পৰ্শ কৰিব পাৰি৷

সেই কথাকেই এগৰাকী পৰীক্ষাৰ্থীয়ে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰতে স্থান লাভ প্ৰমাণ কৰি দেখুওৱালে৷

আজি ঘোষিত ফলাফলত বাণিজ্য শাখাত দশম স্থান অধিকাৰ কৰা এই দৰিদ্ৰ শিক্ষাৰ্থীগৰাকী হৈছে নগাঁও জিলাৰ বঢ়মপুৰৰ মাজপোতনি গাঁৱৰ চন্দন বৰা৷

লগতে পঢ়ক ‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?

গাঁওখনৰ হৰেণ বৰা আৰু নমিতা বৰাৰ সন্তান চন্দন বৰাই এই সাফল্যৰে কেৱল নিজৰ গাঁও আৰু শিক্ষানুষ্ঠাখনলৈকে নহয় নিজৰ জিলাখনলৈও গৌৰৱ কঢ়িয়াই আনিছে৷

উল্লেখ্য যে আৰ্থিক দৈন্যতাৰ বাবে চন্দনৰ পিতৃ হৰেণ বৰাই বৰ্তমান হাদয়ৰাবাদত ছিকিউৰিটি গাৰ্ডৰূপে কৰ্মৰত হৈ আছে৷ বৰ্হিৰাজ্যত এইদৰে কৰ্মৰত হৈ হৰেণ বৰাই নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে৷

আনহাতে আজি ঘোষিত ফলাফলত পুত্ৰই এই সাফল্য লাভ কৰাৰ খবৰ লাভ কৰিয়েই সুখত হুকহুকাই কান্দি উঠে হৰেণ বৰাই৷

লগতে পঢ়ক সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!

ইফালে চন্দৰ পিতৃ হৰেণ বৰাৰ কান্দোনৰ কথা জানিব পাৰি বঢ়মপুৰৰ মাজপোতনি গাঁওখনৰ লগতে চন্দনে অধ্যয়ন কৰা গীতাঞ্জলি জুনিয়ৰ কলেজৰ শিক্ষক সমাজৰ লগতে শিক্ষাৰ্থীসকলৰ মাজতো এক আৱেগিক পৰিৱেশে বিৰাজ কৰিছে৷

উল্লেখ্য যে সৰুৰে পৰা অতি মাধৱী ছাত্ৰ চন্দন বৰাই চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত ৪৬১ নম্বৰেৰে  দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamChandan Borahs examhs result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
Next Post
ঘৰুৱা উপায়েৰে ডায়েবেটিছ ৰোগীয়ে কেনেকৈ ব্লাড চুগাৰ কেনেকৈ নিয়ন্ত্ৰণ হ্ৰাস কৰিব?

ঘৰুৱা উপায়েৰে ডায়েবেটিছ ৰোগীয়ে কেনেকৈ ব্লাড চুগাৰ কেনেকৈ নিয়ন্ত্ৰণ হ্ৰাস কৰিব?

বিশ্বৰ সৰ্বাধিক প্ৰজননক্ষম মহিলা! ৪৩ বছৰত ৪৪ টা সন্তানৰ মাতৃ! কোন তেওঁ? কেনেকৈ সম্ভৱ?

বিশ্বৰ সৰ্বাধিক প্ৰজননক্ষম মহিলা! ৪৩ বছৰত ৪৪ টা সন্তানৰ মাতৃ! কোন তেওঁ? কেনেকৈ সম্ভৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.