• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?

PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?

4 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

9 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

10 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

10 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

10 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

11 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

11 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

12 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

12 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

14 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

15 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

15 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?

কেনেকৈ কৰিব পান কাৰ্ডৰ সৈতে আধাৰৰ সংযোগ?

editor by editor
July 1, 2022
in বিবিধ, ভাৰত
0
PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?
0
SHARES
12.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পান কাৰ্ডধাৰীয়ে এতিয়া আধাৰ কাৰ্ডৰ সৈতে পান সংযোগ নকৰাৰ বাবে ১০০০ টকা জৰিমনা আদায় দিব লাগিব। পূৰ্বে এই জৰিমনা আছিল ৫০০ টকা। আয়কৰ আইনৰ সদ্য সংযোজিত ধাৰা ২৩৪এইচ অনুসৰি (২০২১ চনৰ মাৰ্চ মাহত বিত্ত বিধেয়কে সংযোজন কৰা হৈছে) পান আৰু আধাৰ কাৰ্ডৰ সংযোগ নহ’লে ১০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।

কিন্তু আই টি আৰ দাখিল কৰা, ৰিফাণ্ড দাবী কৰা আৰু আয়কৰ সম্পৰ্কীয় অন্যান্য কামৰ বাবে এনে পান কাৰ্ড ২০২৩ চনৰ মাৰ্চলৈকে কাৰ্যক্ষম হৈ থাকিব। যিসকল লোকে পান আৰু আধাৰ লিংক কৰা নাই তেওঁলোকে পলমকৈ হ’লে অধিক জৰমিনা ভৰি পান-আধাৰ লিংক কৰিব পাৰিব।

পান-আধাৰ কাৰ্ডৰ লিংকিং কিয় প্ৰয়োজনীয়?

যদি কোনো ব্যক্তিয়ে নিজৰ পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰা নাই তেন্তে তেওঁৰ পান কাৰ্ড অকাৰ্যক্ষম হৈ পৰিব। পান-আধাৰ সংযোগ নকৰা পান কাৰ্ডধাৰীয়ে মিউচুৱেল ফাণ্ড, ষ্টকত বিনিয়োগ কৰিব নোৱাৰিব। লগতে বেংক একাউণ্ট খুলিব নোৱাৰিব আৰু পান কাৰ্ডৰ প্ৰয়োজন হোৱা সেই সকলোবোৰ কামতে তেওঁলোকে সমস্যাৰ সন্মুখীন হ’ব।

লগতে পঢ়ক কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

তদুপৰি যদি কোনো ব্যক্তিয়ে অবৈধ পান কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে আয়কৰ আইন ১৯৬১ৰ ২৭২বি ধাৰা অনুসৰি মূল্যায়ন বিষয়াই তেনে ব্যক্তিৰ ওপৰত ১০ হাজাৰ টকাৰ জৰিমনা আৰোপ কৰিব পাৰে।

আধাৰ কাৰ্ডৰ সৈতে কেনেকৈ লিংক কৰিব পাৰি?

১. প্ৰথমে আয়কৰ ই-ফাইলিং পৰ্টেল www.incometax.gov.in খুলিব।

২. পৰ্টেলত পঞ্জীয়ন কৰক। PAN নম্বৰ হ’ব আপোনাৰ ইউজাৰ আইডি।

৩. আপোনাৰ ইউজাৰ আইডি, পাছৱৰ্ড আৰু জন্ম তাৰিখ লিখি পৰ্টেলত লগইন কৰক।

৪. আধাৰ কাৰ্ডৰ সৈতে পান সংযোগ কৰাৰ বাবে এটা পপ-আপ উইণ্ড’ খোল খাব।

লগতে পঢ়ক অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ

৫. যদি আপুনি এই পপ-আপ উইণ্ড’টো দেখা নাপায় তেন্তে মেনু বাৰত থকা Profile Settings লৈ গৈ Link Aadhaarত ক্লিক কৰক।

৬. ইয়াৰ পিছত পেনৰ সবিশেষ পৰীক্ষা কৰক। যদি আপোনাৰ সবিশেষ সঠিক আছে তেন্তে আপোনাৰ আধাৰ নম্বৰ দিয়ক আৰু Link Now বুটামত ক্লিক কৰক।

৭. এতিয়া এটা মেছেজ পপ আপ হ’ব য’ত আপোনাক জনোৱা হ’ব যে আপোনাৰ পান কাৰ্ডৰ সৈতে আধাৰৰ সফলতাৰে সংযোগ কৰা হৈছে।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aadhaar Cardasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampan cardPAN-Aadhaar link
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
Next Post
জনতাৰ কঁকালত পৰিব নেকি মাধমাৰ? পেট্ৰল, ডিজেলৰ এটিএফ কৰ বৃদ্ধি চৰকাৰৰ

জনতাৰ কঁকালত পৰিব নেকি মাধমাৰ? পেট্ৰল, ডিজেলৰ এটিএফ কৰ বৃদ্ধি চৰকাৰৰ

১ জুলাইত জনতাৰ বাবে ভাল খবৰ! হ্ৰাস হ’ল ৰন্ধন গেছৰ মূল্য

১ জুলাইত জনতাৰ বাবে ভাল খবৰ! হ্ৰাস হ’ল ৰন্ধন গেছৰ মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.