• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল

৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল

4 years ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

2 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

3 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

5 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

5 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

6 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

7 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

8 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

9 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

10 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

11 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

23 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল

editor by editor
July 22, 2022
in ভাৰত, ৰাজনীতি
0
৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল
0
SHARES
683
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ নেতা ৰবি কিষানে শুকুৰবাৰে লোকসভাত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এখন বিধেয়ক উত্থাপন কৰিব বুলি ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ গোৰখপুৰ সংসদীয় সমষ্টিৰ সাংসদগৰাকী এই কথা সদৰী কৰে৷

বিজেপিৰ সাংসদ তথা অভিনেতাগৰাকীয়ে এই কথা সদৰী কৰাৰ পিছতে ৰবি কিষাণ ট্ৰলৰ সন্মুখীন হৈছে৷

উল্লেখ্য যে ভোজপুৰী চিনেমাৰ হিৰ’ তথা বৰ্তমান লোকসভাৰ সাংসদ ৰবি কিষাণ নিজেই চাৰি সন্তানৰ পিতৃ৷ কিষাণ আৰু তেওঁৰ পত্নী প্ৰীতিৰ তিনিগৰাকী কন্যা আৰু এজন পুত্ৰসহ চাৰি সন্তান আছে। চাৰি সন্তানৰ পিতৃৰ মুখত এয়া যেন ভূতৰ মুখত ৰাম লোৱাৰ দৰে কথা!

লগতে পঢ়ক মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

ৰবি কিষাণৰ উদ্ধৃতি দি সংবাদ সংস্থা এ এন আইএ কয় যে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আনিলেহে ভাৰত বিশ্ব গুৰু হ’ব পাৰিব। জনসংখ্যা নিয়ন্ত্ৰণলৈ অনাটো অতি গুৰুত্বপূৰ্ণ।

কিষাণে লগতে কয়, ‘‘যি ধৰণেৰে ই(জনসংখ্যা) বৃদ্ধি পাইছে, আমি জনবিস্ফোৰণৰ দিশে আগবাঢ়িছো। মই বিৰোধীক অনুৰোধ কৰিছো যে মোক বিধেয়কখন উত্থাপন কৰিবলৈ দিয়ক আৰু মই কিয় কৰিব বিচাৰো সেই কথা তেওঁলোকে শুনক।’’

মঙলবাৰে ৰাজ্যসভাত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰবীণ পাৱাৰে জনাইছিল যে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰই কোনো ধৰণৰ আইনগত ব্যৱস্থা বিবেচনা কৰা নাই।

লগতে পঢ়ক আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

শ্ৰীমতী পাৱাৰে কয় যে চৰকাৰে ৰাষ্ট্ৰীয় জনসংখ্যা নীতি ২০০০ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ৰ সৈতে সংগতি ৰাখি ২০৪৫ চনৰ ভিতৰত জনসংখ্যাক সুস্থিৰ কৰিবলৈ বিচাৰিছে।

মন্ত্ৰী শ্ৰীমতী পাৱাৰে লগতে কয় যে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ অনুসৰি ২০১৯-২১ চনত মুঠ উৰ্বৰতা হাৰ (টিএফআৰ) ২.০ লৈ হ্ৰাস পাইছে যিটো প্ৰতিস্থাপন স্তৰৰ তলত। ইফালে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিংকে ধৰি বহু বিজেপি নেতাই ভাৰতৰ বৰ্ধিত জনসংখ্যা তদাৰক কৰিবলৈ আইন প্ৰৱৰ্তনৰ দাবী জনাই আহিছে।

উল্লেখ্য যে ২০২৩ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যাই চীনৰ জনসংখ্যাক অতিক্ৰম কৰিব বুলি ৰাষ্ট্ৰসংঘই ভৱিষ্যদ্বাণী কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLok SabhaPopulation Control BillRavi Kishan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি
বিনোদন

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

June 16, 2026
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?
বিনোদন

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

June 16, 2026
Next Post
আকৌ কি জগৰ লগালে অভিনেতা চলমানে? উপস্থিত হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত

আকৌ কি জগৰ লগালে অভিনেতা চলমানে? উপস্থিত হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত

ভেৰাৰ পোৱালিৰ প্ৰাণৰক্ষা কৰি মৃত্যু কুকুৰাৰ, ১৩ দিনীয়া শোক পালন গৰাকীৰ

ভেৰাৰ পোৱালিৰ প্ৰাণৰক্ষা কৰি মৃত্যু কুকুৰাৰ, ১৩ দিনীয়া শোক পালন গৰাকীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.