• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

4 years ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

33 minutes ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

2 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

2 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

3 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

4 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

5 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

22 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

22 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

23 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

24 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

1 day ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

editor by editor
August 1, 2022
in অপৰাধ, বিবিধ, ভাৰত
0
৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?
0
SHARES
29.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২১ চনৰ জুন মাহত প্ৰথমা পত্নী মৃত্যু ঘটিছিল ৰাজস্থানৰ ৭৩ বছৰীয়া বৃদ্ধ ৰামধনৰ৷ প্ৰথমা পত্নীৰ মৃত্যুৰ পিছতে বৃদ্ধ ৰামধনৰ ৬২ বছৰীয়া বিধৱা সুমনৰ সৈতে প্ৰেম হয়৷

প্ৰেম আৰম্ভ হোৱাৰ লগে লগে ২০২১ চনৰ ডিচেম্বৰ মাহত বৃদ্ধ ৰামধনে ততাতৈয়াকৈ বিধৱা সুমনেৰে আৰ্য মন্দিৰত বিবাহপাশত আৱদ্ধ হয়৷ কিন্তু দ্বিতীয় পত্নী সুমনৰ গাৰ পৰা মাহ-হালধীৰ গোন্ধ নৌযাওতে তেওঁৰ আচল ৰূপ দেখুওৱাবলৈ আৰম্ভ কৰে৷

মৃদ্ধ ৰামধনে প্ৰকাশ কৰা মতে বিয়াৰ মাত্ৰ পাঁচটা দিন অতিক্ৰম কৰাৰ লগে লগে তেওঁৰ দ্বিতীয়া পত্নী সুমনে তেওঁক মানসিক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে৷ ৰামধনে প্ৰকাশ কৰা মেত তেওঁৰ দ্বিতীয় পত্নীয়ে এটা ফ্লেট, ঘৰৰ আধা অংশৰ লগতে বিভিন্ন সম্পত্তিৰ অংশ দিবলৈ দাবী কৰিবলৈ ধৰিলে৷

লগতে পঢ়ক পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!

আনকি প্ৰতি মাহে ২০ হাজাৰকৈ টকা দাবী কৰাৰ লগতে সম্পত্তিৰ ভাগ নিদিলে ব্লেকমেইল কৰি ৰামধনৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি জেইললৈ প্ৰেৰণ কৰাৰো ভাবুকি প্ৰদান কৰে৷ বৃদ্ধ ৰামধনক নাতি-নাতি, পুত্ৰ-বোৱাৰীৰ সৈতে কথা পতাৰো বন্ধ কৰি দিয়ে দ্বিতীয়া পত্নী সুমনে৷ লগতে বৃ্দ্ধ ৰামধনক শাৰীৰিক আক্ৰমণো কৰিছিল পত্নী সুমনে৷

ঠিক তেনে সময়তে ২০২২ চনৰ মাৰ্চ মাহত বিবাহৰ ৩ মাহৰ পিছতহে সুমন নগদ ২ লাখ টকা আৰু গহনা লৈ স্বামী ৰামধনৰ ঘৰৰ পৰা পলায়ন কৰে। ৰামধনে পত্নী সুমনৰ সৈতে ফোন যোগে এই সম্পৰ্কত যোগাযোগ কৰোতে সম্পত্তিসমূহ তেওঁৰ নামত কৰিব দিবলৈ পুনৰ ভাবুকিহে প্ৰদান কৰে৷

পত্নীৰ এই দাবী আৰু ভাবুকিত মানসিক অশান্তিত ভুগি বৃদ্ধ ৰামধনে আৰক্ষীৰ ওচৰত ব্লেকমেইলিঙৰ অভিযোগ দাখিল কৰিবলৈ বাধ্য হয়৷ কিন্তু আৰক্ষীয়ে গোচৰ ৰুজু নকৰাত ৰামধনে আদালত হস্তক্ষেপ বিচাৰি আবেদন কৰে৷ এতিয়াও ৰামধনে ন্যায়ৰ  অপেক্ষাত দিন গণি আছে বৃদ্ধ ৰামধনে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLuteri Dulhan News
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

May 1, 2026
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম
জীৱনশৈলী

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

May 1, 2026
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!
জীৱনশৈলী

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

May 1, 2026
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!
বিনোদন

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

May 1, 2026
Next Post
খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ

এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.