• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

4 years ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

43 minutes ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

1 hour ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

2 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

3 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

3 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

5 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

5 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

6 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

6 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

7 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

editor by editor
August 4, 2022
in অসম, ক্ৰীড়া, বিশ্ব, ভাৰত
0
অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বৰ্ণকন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসে বাৰ্মিংহাম কমনৱেলথ গেমছৰ ২০০ মিটাৰ দৌৰৰ ছেমিত প্ৰৱেশ কৰিছে৷

ছেমিত প্ৰৱেশ কৰি ধিং এক্সপ্ৰেছ হিমা দাসে অসমবাসীৰ বাবে কঢ়িয়াই আনিছে আশাৰ খবৰ। ২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই হিটছত প্ৰথম স্থানেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰে৷

ছেমিত প্ৰৱেশ কৰাৰ পিছতে হিমাই অহা ৩৬ ঘণ্টাৰ ভিতৰতে অৰ্থাৎ ৬ আগষ্টৰ দুপৰীয়া ১২.৪৫ বজাৰ পৰা ১.০২ বজাৰ ভিতৰতে উক্ত ইভেণ্টৰ ছেমি ফাইলেনত অৱতীৰ্ণ হ’ব৷

ইফালে হিমা দাসে উক্ত দিনাই সংগী দুটি চান্দ, শ্ৰাৱণী নন্দ আৰু এন এছ ছিমিৰ সৈতে ৪X১০০ মিটাৰৰ ৰিলেতো অংশগ্ৰহণ কৰিব৷

লগতে পঢ়ক #BoycottAliaBhatt! আলিয়াক বৰ্জনৰ আহ্বানে টুইটাৰত কিয় ট্ৰেণ্ডিঙত আছে?

আনহাতে, ফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে অহা ৭ আগষ্টত পুৱা ২:১৪ বজাত হিমা দাসে ২০০ মিটাৰৰ ফাইনেলত অৱতীৰ্ণ হ’ব লাগিব৷ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে হিমাই মাজত মাত্ৰ ৯ ঘণ্টাহে জিৰণি লাভ কৰিব৷

এই অতি ব্যস্ত সূচীয়ে হিমাৰ লগতে সকলো স্প্ৰীণ্টাৰকে চিন্তিত কৰি তোলা দেখা গৈছে৷

ইফালে হিমাৰ বাবে চলিত কমনলেৱথ গেমছ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷ সদ্য সমাপ্ত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ, ২০২২ত ২১:৪৫ ছেকেণ্ডৰে বিশ্ব চেম্পিয়ন হোৱা জামাইকাৰ শ্বেৰিকা জেকচনে তীব্ৰ প্ৰত্যাহ্বান জনাব হিমা দাসক।

আনহাতে, ২০১৬ চনৰ ৰিঅ’ আৰু ২০২০ চনৰ টকিঅ’ত অলিম্পিকৰ ডাবল চেম্পিয়ন জামাইকাৰ ইলেইন থম্পছন-হেৰাহো এইবাৰ কমনৱেলথ গেমছৰ মেডেলৰ দাবীদাৰ৷ তেওঁলোকৰ লগতে অলিম্পিক ৰূপৰ পদক বিজয়ী নামিবিয়াৰ ক্ৰীষ্টিন ম্বোমা, নাইজেৰিয়াৰ ফেভাৰ অফিলিও মেডেলৰ তীব্ৰ দাবীদাৰ।

লগতে পঢ়ক আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora’s Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত

হিমা দাসে মেডেল জয়ী কৰিবলৈ এইসকল প্ৰতিদ্বন্দ্বীক পৰাভূত কৰিব লাগিব৷ উল্লেখ্য যে হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় হৈছে ২২:৮৮ ছেকেণ্ড৷ অৱশ্যে তেওঁৰ চলিত ছিজনৰ শ্ৰেষ্ঠ সময় ২৩:২৯ ছেকেণ্ড। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ২০০ মিটাৰ মহিলা দৌৰত শীৰ্ষ ২০ খেলুৱৈৰ ভিতৰত হিমা দাস স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

চিডব্লিউজিৰ মতে শীৰ্ষ ২০ গৰাকীৰ মাজৰ মাত্ৰ ৪ গৰাকী স্প্ৰীণ্টাৰেৰে চলিত ২০২২ৰ ছিজনত ২২ ছেকেণ্ড আৰু ১৭ গৰাকীয়ে ২৩ ছেকেণ্ডতকৈ কম সময়ত দৌৰ সম্পন্ন কৰিবলৈ সক্ষম হৈছে।

সেয়া যি কি নহওক অসমৰ স্বৰ্ণকন্যা হিমা দাসৰ কমনৱেলথ গেমছৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো যাতে দেশলৈ পুনৰ সুনানম কঢি়য়াই আনিবলৈ সক্ষম হয়৷ আমাৰ লগতে আপুনিও হিমাৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰক৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcommonwealth gameshima das
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…
বাণিজ্য

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

August 26, 2026
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়
জীৱনশৈলী

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

August 26, 2026
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?
বিনোদন

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

August 26, 2026
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?
বিশ্ব

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

August 26, 2026
Next Post
বেংকৰ পৰা ৩৫ লাখ টকা লৈ উধাও ১০ বছৰীয়া শিশু! চিচিটিভিত কেমেৰাত বন্দী দৃশ্য

বেংকৰ পৰা ৩৫ লাখ টকা লৈ উধাও ১০ বছৰীয়া শিশু! চিচিটিভিত কেমেৰাত বন্দী দৃশ্য

‘মোৰ স্বামীক তিনিজনী যুৱতী লাগে’, স্বামীলৈ যুৱতী বিচাৰি পত্নীয়ে কিয় দিলে বিজ্ঞাপন?

‘মোৰ স্বামীক তিনিজনী যুৱতী লাগে’, স্বামীলৈ যুৱতী বিচাৰি পত্নীয়ে কিয় দিলে বিজ্ঞাপন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.