• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

4 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

2 minutes ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

24 minutes ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

49 minutes ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

1 hour ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

2 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

2 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

3 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

3 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

4 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

5 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

editor by editor
August 5, 2022
in বিবিধ, বিশ্ব
0
‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?
0
SHARES
357
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰে দেশৰ জনতালৈ আগবঢ়াইছে বিশেষ সুবিধা তথা উপহাৰ৷

চৰকাৰে ঘোষণা কৰা অনুসৰি আজাদি কা অমৃত মহোৎসৱ উপলক্ষ্যে আজি ৫ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশৰ সকলো জাতীয় স্মৃতিসৌধত দেশৰ জনতাই বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব। সমগ্ৰ দেশৰ সংৰক্ষিত কীৰ্তিচিহ্নসমূহত পৰ্যটকসকলক বিনামূলীয়াকৈ প্ৰৱেশ কৰাৰ বিশেষ নিৰ্দেশ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ চমুকৈ এএছ আইয়ে জাৰি কৰিছে।

নিৰ্দেশ অনুসৰি ৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এএছআইৰ এই নিৰ্দেশ, যিটো ১৫ আগষ্টলৈকে প্ৰযোজ্য হ’ব। এএছআইৰ মনুমেণ্ট-২ৰ সঞ্চালক ড০ এন কে পাঠকে জনোৱা মতে ৫ আগষ্টৰ পৰা সকলো স্মৃতিসৌধ, সংগ্ৰহালয় আৰু প্ৰত্নতাত্ত্বিক স্থানত দৰ্শনাৰ্থীৰ প্ৰৱেশ বিনামূলীয়া হ’ব। এই সকলো ঠাইতে প্ৰৱেশ মাচুল লোৱা নহ’ব।

লগতে পঢ়ক নপুংসক হলিউডৰ অভিনেতা জনী ডেপ! আদালতৰ নথিৰ পৰা ফাদিল এই তথ্য!

এই সম্পৰ্কীয় ঘোষণা সম্বলিত নিৰ্দেশনা সকলো আঞ্চলিক পৰিচালকলৈ প্ৰদান কৰা হৈছে। দেশত ৩৬০০ ৰো অধিক এএছআইৰ দ্বাৰা সুৰক্ষিত কীৰ্তিচিহ্ন আছে, যিবোৰৰ প্ৰতিটোৱেই অতুলনীয় সৌন্দৰ্য্য, ইতিহাস আৰু তাৎপৰ্যৰে গৌৰৱান্বিত।

ইয়াৰ উপৰিও ‘আজাদি কা অমৃত মহোৎসৱ’ৰ স্মৃতিত স্বাধীনতা দিৱসৰ দিনা সমগ্ৰ ভাৰতৰ ১৫০ খন ঐতিহ্যক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ এজন বিষয়াই এই তথ্য প্ৰদান কৰে।

বিষয়াগৰাকীয়ে কয় যে কেন্দ্ৰীয়ভাৱে সুৰক্ষিত ১৫০টা কীৰ্তিচিহ্ন ত্ৰিৰঙ্গাৰে আলোকিত কৰা হ’ব আৰু কিছুদিনৰ পিছতে কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এএছআই-এ এক বিবৃতিত কয় যে সমগ্ৰ দেশৰ ৭৫০ টা কীৰ্তিচিহ্নত স্বচ্ছতা অভিযান চলোৱা হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ASIasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalAzadi ka Amrit Mahutsavbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
মাদ্ৰাছা শিক্ষকৰ কামনাৰ বলি ১০ নাবালক শিক্ষাৰ্থী, অপকৰ্মৰ পিছত হত্যাৰ ভাবুকি

মাদ্ৰাছা শিক্ষকৰ কামনাৰ বলি ১০ নাবালক শিক্ষাৰ্থী, অপকৰ্মৰ পিছত হত্যাৰ ভাবুকি

‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ

‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.