• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?

‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?

4 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

6 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

7 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

8 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

9 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

9 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

10 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

10 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

11 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

12 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

13 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?

editor by editor
August 11, 2022
in ক্ৰীড়া, বিশ্ব
0
‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা সময়ত বিশ্ব ক্ৰিকেটৰ ২২ গজৰ ক্ৰিজত সকলো বেটছমেনৰ বাবেই তেওঁ আছিল মূৰৰ কামোৰণি৷ ধুমুহাৰ গতিৰ বলিঙিৰে বিপক্ষৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰিছিল তেওঁ৷ এসময়ত বিশ্বৰ সৰ্বাধিক দ্ৰুততম বেগী বলাৰৰূপেও খ্যাতি আছিল তেওঁৰ৷

তেওঁ হৈছে ৰাৱালিপিণ্ড এক্সপ্ৰেছ খ্যাত পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখটাৰ৷ ঘণ্টাত প্ৰায় ১০০ মাইলৰ গতিত বলিং কৰি বিশ্ব ক্ৰিকেটৰ ২২ গজৰ ক্ৰিজত তাণ্ডৱ সৃষ্টি কৰি বিপক্ষৰ বেটিং লাইনআপ তছনছ কৰা এই ছোৱেইব আখটাৰ এতিয়া যেন ভাগৰুৱা তথা অৱসাদক্লিষ্ট৷

ক্ৰিকেটৰ খেলপথাৰত প্ৰচণ্ড গতিৰ বাবে বিখ্যাত এই ছোৱেইব আখটাৰে এতিয়া নিজৰ বাবে অনুৰাগীৰ পৰা প্ৰাৰ্থনা কামনা কৰিছে৷ বিশ্ববিশ্ৰুত পাকিস্তানৰ এই প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে কৈছে যে তেওঁ অশেষ কষ্ট ভোগ কৰি আছে আৰু সেই কষ্টৰ পৰা তেওঁক মুক্তি লাগে!

লগতে পঢ়ক সাগৰৰ পাৰত বিশাল আকাৰৰ অদ্ভুত জীৱ আৱিষ্কাৰ!দেখি স্তম্ভিত হ’ল সমগ্ৰ নেট-নাগৰিক!

অত্যন্ত শক্তিশালী, পেশীবহুল দেহৰগৰাকী ছোৱেইব আখটাৰ এতিয়া বিষত জৰ্জৰিত৷ উল্লেখ্য যে ৪৬ বছৰীয়া পাকিস্তানৰ এই বেগী বলাৰগৰাকীয়ে আঁঠুৰ বিশেষ অসুখত ভুগি আহিছিল৷ ইয়াৰ পৰা উপশম লাভ কৰিবলৈ ক্ৰিকেটাৰগৰাকীয়ে যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ এখন চিকিৎসালয়ত আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰোৱায়৷ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হ’লেও প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে তীব্ৰ বিষত আক্ৰান্ত হৈ আছে৷

ইয়াৰ পিছতে ছোৱেইব আখটাৰে চিকিৎসালয়ৰ বিচনাৰ পৰাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প’ষ্ট কৰে। নিজৰ আশুআৰোগ্য কামনাৰে প্ৰাক্তন ক্ৰিকেটাৰ আখটাৰে ভিডিঅ’টোত অনুৰাগীসকলক প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে। ভিডিঅ’টোত তেওঁ লগতে কয় যে তেওঁ বহুত কষ্টত আছে আৰু শীঘ্ৰেই আৰোগ্য লাভৰ বাবে অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনা দুয়োটাৰেই প্ৰয়োজন।

লগতে পঢ়ক টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

উল্লেখ্য যে যোৱা ১১ বছৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে আঁঠুৰ যন্ত্ৰণাত ভুগি আহিছে৷ এই বিষে প্ৰায়ে কোঙা কৰি তোলা আখটাৰে ইয়াৰ পূৰ্বে পাঁচবাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে যদিও সম্পূৰ্ণ আৰোগ্য হৈ উঠা নাই৷

‘‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো বিগত ১১ বছৰ ধৰি মই বহু যন্ত্ৰণা ভুগি আহিছো। মই আৰু চাৰি-পাঁচ বছৰ খেলিব পাৰিলোহেতেন। কিন্তু মই সচেতন আছিলো যে মই এনে কৰিলে মোৰ জীৱনটো হুইল চেয়াৰত বন্দী হৈ পৰিব। সেইবাবেই মই ক্ৰিকেটৰ পৰা অৱসৰ লৈছিলো।’’ আখটাৰে লগতে কয়৷

উল্লেখ্য যে পাকিস্তানৰ দ্ৰুত বলিং কিংবদন্তি ছোৱেইব আখটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪৬ খন টেষ্টত ১৭৮টা, ১৬৩খন এদিনীয়া খেলত ২৪৭টা  আৰু ১৫খন T20 ইণ্টাৰনেশ্যনেলত ১৯ টা উইকেট দখল কৰিছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamformer Pak Cricketer Shoaib Akhtarformer Pak pacer Shoaib AkhtarShoaib AkhtarWorld Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?
ক্ৰীড়া

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

April 29, 2026
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?
বিনোদন

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

April 28, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
Next Post
বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.