• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰিবাৰিক সংঘাত! ছমহীয়া সংসাৰ ভাঙি চুৰমাৰ, পুখুৰীত জাঁপ দি আত্মহনন কমল-সুৰভীৰ

পাৰিবাৰিক সংঘাত! ছমহীয়া সংসাৰ ভাঙি চুৰমাৰ, পুখুৰীত জাঁপ দি আত্মহনন কমল-সুৰভীৰ

4 years ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

11 minutes ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

50 minutes ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

1 hour ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

2 hours ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

3 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

4 hours ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

22 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

22 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

23 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

23 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

1 day ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পাৰিবাৰিক সংঘাত! ছমহীয়া সংসাৰ ভাঙি চুৰমাৰ, পুখুৰীত জাঁপ দি আত্মহনন কমল-সুৰভীৰ

editor by editor
August 16, 2022
in অসম
0
পাৰিবাৰিক সংঘাত! ছমহীয়া সংসাৰ ভাঙি চুৰমাৰ, পুখুৰীত জাঁপ দি আত্মহনন কমল-সুৰভীৰ
0
SHARES
25.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহপাশত আৱদ্ধ হোৱা মাত্ৰ ছমাহে হৈছিল৷ এই ছমাহৰ ভিতৰতে পাৰিবাৰিক সংঘাতৰ এক ভয়ংকৰ পৰিণতি পোহৰলৈ আহিছে৷

পাৰিবাৰিক সংঘাতৰ বাবেই ছমাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা এহাল নৱদম্পতীয়ে পুখুৰীত জাঁপ দি আত্মহত্যা কৰিছে৷ এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰী সাপেখাটি গৰিয়াচিগা গাঁৱত৷

লগতে পঢ়ক ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে

ঘটনাৰ বিৱৰণীৰ মতে মাত্ৰ ছমাহৰ পূৰ্বে বিবাহবাশত আৱদ্ধ হোৱা কমল দাস আৰু সুৰভী দাসে পুখুৰীত জাঁপ দি আত্মহত্যা কৰে৷ SDRFৰ এটা দলে দুয়োৰে মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে৷

এই শোকাৱহ ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে৷

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিতে এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰিলেও আৰক্ষীৰ তদন্ততহে সঠিক তথ্য পোহৰলৈ আহিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamCouple Suicidesuicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!
অসম

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

April 28, 2026
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?
শিক্ষা

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

April 28, 2026
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
শিক্ষা

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

April 27, 2026
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য
অসম

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

April 25, 2026
Next Post
শোকাৱহ! স্বাধীনতা দিৱসৰ ধামখুমীয়াতে ৬ জোৱান শ্বহীদ, পাহাৰৰ পৰা নৈত বাগৰি পৰিল সেনাৰ বাছ

শোকাৱহ! স্বাধীনতা দিৱসৰ ধামখুমীয়াতে ৬ জোৱান শ্বহীদ, পাহাৰৰ পৰা নৈত বাগৰি পৰিল সেনাৰ বাছ

প্ৰেমে নামানে বয়সৰ কোনো সীমনা! ২৭ বছৰীয়া যুৱকেৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধাৰ

প্ৰেমে নামানে বয়সৰ কোনো সীমনা! ২৭ বছৰীয়া যুৱকেৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.