• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?

প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?

4 years ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

52 seconds ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

42 minutes ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

1 hour ago
‘হত শৈশৱ’

‘হত শৈশৱ’

3 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

5 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

8 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?

editor by editor
August 23, 2022
in অপৰাধ, ভাৰত
0
প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?
0
SHARES
32.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক চাঞ্চল্যকৰ তথা লোমহৰ্ষক কাণ্ড পোহৰলৈ আহিছে৷ মহাৰাষ্ট্ৰৰ এটা ৰে’ল ষ্টেচনৰ প্লেটফৰ্মত শুই থকা এগৰাকী মহিলাক এজন লোকে দাঙি নি চলন্ত ৰে’লৰ আগত পেলাই দিয়ে৷ চলন্ত অৱধ এক্সপ্ৰেছৰ আগত পেলাই দিয়া মহিলাগৰাকীৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷

এই সমগ্ৰ দৃশ্য ষ্টেচনটোৰ চিচিটিভিৰ কেমেৰাত আৱদ্ধ হৈছে৷ চিচিটিভি কেমেৰাত আৱদ্ধ হোৱা এই দৃশ্য দেখাৰ পিছতে নেটিজনসকল স্তম্ভিত হৈ পৰিছে৷

এই ঘটনা মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বছাই ৰোড ৰে’লৱে ষ্টেচনৰ। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে  উক্ত কাণ্ড সংঘটিত কৰা লোকজন মহিলাগৰাকীৰ স্বামী৷

 

লগতে পঢ়ক গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!

চিচিটিভিৰ ফুটেজৰ পৰা জানিব পৰা গৈছে যে ২২ আগষ্টৰ পুৱা প্ৰায় ৪ বজাত সংঘটিত হৈছিল এই ঘটনা। সেই সময়ত মহিলাগৰাকীয়ে প্লেটফৰ্মত নিৰ্মাণ কৰা মাৰ্বলৰ শিলৰ বেঞ্চ এখনত মহিলাগৰাকীয়ে দুটা ল’ৰা-ছোৱালীৰ সৈতে শুই আছিল।

স্বামীয়ে ৰে’ল অহালৈ অপেক্ষা কৰি আছিল। প্লেটফৰ্মত অলপ সময় ৰৈ থকাৰ পিছত তেওঁ এক্সপ্ৰেছ ট্ৰেইনৰ হৰ্ণৰ শব্দ শুনিবলৈ পায়। ইয়াৰ পিছত সি শুই থকা পত্নীক দাঙি নি চলন্ত ৰে’লখনৰ আগত নিক্ষেপ কৰি খৰখেদাকৈ দুয়োটা সন্তানক উক্ত স্থানৰ পৰা লোকজন পলায়ন কৰে৷

 

লগতে পঢ়ক আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি

মহিলাগৰাকীৰ মৃতদেহটো ৰে’লৱে ট্ৰেকত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতহে ঘটনাটো পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত স্বামীৰ সন্ধান আৰম্ভ কৰিছে। আৰক্ষীয়ে আই পি চিৰ ৩০২ (হত্যা) ধাৰাত গোচৰ ৰুজু কৰিছে।

ইফালে অভিযুক্ত স্বামীয়ে প্ৰথমে দাদৰলৈ যোৱাৰ তথ্য লাভ ৰে’ল আৰক্ষীয়ে৷ তাৰ পাছতে কল্যাণলৈ যোৱাৰ তথ্য লাভ কৰে ৰে’ল আৰক্ষীয়ে৷ আনহাতে সংবাদ সংস্থা পিটিআই প্ৰকাশ কৰা মতে যোৱা নিশা থানেৰ ভিৱান্দি এলেকাত অভিযুক্ত স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?
অপৰাধ

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

September 27, 2026
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা
অপৰাধ

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

September 27, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

September 27, 2026
Next Post
আকৌ ব্ৰাহ্মণ সমাজৰ ৰোষত ব্ৰাহ্মণ পৰিয়াল! এঘৰীয়া লোকক প্ৰসাদ দি এঘৰীয়া আন এঘৰ ব্ৰাহ্মণ

আকৌ ব্ৰাহ্মণ সমাজৰ ৰোষত ব্ৰাহ্মণ পৰিয়াল! এঘৰীয়া লোকক প্ৰসাদ দি এঘৰীয়া আন এঘৰ ব্ৰাহ্মণ

বিয়াৰ মণ্ডপত কইনাৰ জুই! ভাইৰেল ভিডিঅ’, লক্ষ লক্ষ লোকৰ হৃদয়ত তুলিল খলকনি

বিয়াৰ মণ্ডপত কইনাৰ জুই! ভাইৰেল ভিডিঅ’, লক্ষ লক্ষ লোকৰ হৃদয়ত তুলিল খলকনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.