• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ পূৰ্বে স্বামী আছিল নাৰী! বিবাহৰ ৮ বছৰৰ পাছত লিংগ পৰিৱৰ্তন! তাৰ পিছত কি হ’ল?

বিয়াৰ পূৰ্বে স্বামী আছিল নাৰী! বিবাহৰ ৮ বছৰৰ পাছত লিংগ পৰিৱৰ্তন! তাৰ পিছত কি হ’ল?

4 years ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

4 minutes ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

13 minutes ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

34 minutes ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

1 hour ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

2 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

3 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

3 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

5 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

5 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

7 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিয়াৰ পূৰ্বে স্বামী আছিল নাৰী! বিবাহৰ ৮ বছৰৰ পাছত লিংগ পৰিৱৰ্তন! তাৰ পিছত কি হ’ল?

editor by editor
September 16, 2022
in অপৰাধ, ভাৰত
0
বিয়াৰ পূৰ্বে স্বামী আছিল নাৰী! বিবাহৰ ৮ বছৰৰ পাছত লিংগ পৰিৱৰ্তন! তাৰ পিছত কি হ’ল?
0
SHARES
17.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আঠ বছৰ পূৰ্বে তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু স্বামীয়ে বিবাহিত জীৱন আৰম্ভ কৰাৰ পাছতো পত্নীৰে স্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচৰা নাছিল। বৰং স্বামীগৰাকীৰ ‘বিকৃত’ যৌনতাৰ প্ৰতিহে আকৰ্ষণ আছিল আৰু পত্নীক ইয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিছিল।

প্ৰথমতে স্বামীৰ এনে আচৰণত দেখি স্তম্ভিত হৈছিল পত্নী৷ স্বামীৰ এই অস্বাভাৱিক আচৰণত স্তম্ভিত হ’লেও পত্নীয়ে সংসাৰখন সুস্থিৰ কৰি ৰখাৰ আৰু স্বামী-স্ত্ৰীৰ গোপনীয় তথা একান্ত ব্যক্তিগত সম্পৰ্কৰ স্বাৰ্থত কথাবোৰ মানি ল’বলৈ ধৰিলে৷

কিন্তু বিবাহিত জীৱনৰ আঠটা বছৰ অতিক্ৰম কৰাৰ পাছতহে হঠাতে পত্নীৰ মূৰত সৰগ ভাগি পৰিল৷ বিবাহৰ আঠটা বছৰৰ পাছত পত্নীয়ে জানিব পাৰিলে স্বামী পূৰ্বতে এগৰাকী মহিলা আছিল আৰু তেওঁলোকৰ বিবাহৰ আঠ বছৰৰ পিছত তেওঁ লিংগ পৰিৱৰ্তন কৰিছিল৷

লগতে পঢ়ক এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

স্বামীয়ে পত্নীৰ আগত এই কথা নিজেই খুলি কোৱাৰ পাছতে পত্নীয়ে এতিয়া স্বামীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই ঘটনাটো গুজৰাটৰ বদোদৰাৰ৷

৪০ বছৰীয়া পত্নীয়ে স্বামীৰ পূৰ্বৰ পৰিচয় জ্ঞাত হোৱাৰ পাছতে স্বামী বিৰাজ বৰ্ধনৰ বিৰুদ্ধে ‘বিকৃত যৌনতা’ আৰু প্ৰতাৰণাৰ বিৰুদ্ধে গোত্ৰী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীয়ে এজাহাৰত স্বামীৰ পৰিয়ালৰ অন্যান্য সদস্যৰ নামো উল্লেখ কৰিছে৷

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৯ বছৰ পূৰ্বে মহিলাগৰাকীৰ ‘মেট্ৰিমনিয়েল চাইট’ৰ জৰিয়তে বিজয় বৰ্ধনৰ সৈতে পৰিচয় ঘটিছিল। ২০১১ চনত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল মহিলাগৰাকীৰ প্ৰথম স্বামীৰ। তেওঁৰ ১৪ বছৰীয়া এগৰাকী কন্যা সন্তান আছে। প্ৰথম স্বামীৰ মৃত্যুৰ পিছত ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত বিজয় বৰ্ধনেৰে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত তেওঁলোক হানিমুনৰ বাবে কাশ্মীৰলৈ গৈছিল।

লগতে পঢ়ক উদ্দাম যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ সহজে নিৰ্গমন হয়! গৱেষণকৰ দাবী

মহিলাগৰাকীয়ে অভিযোগ কৰে যে বিবাহৰ পাছতো স্বামীয়ে তেওঁৰ সৈতে স্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে। বিভিন্ন অজুহাত দেখুৱাই স্বামীয়ে স্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপনৰ পৰা আঁতৰি থাকে। পত্নীয়ে স্বামীক এই বিষয়ে হেঁচা দি ধৰাত স্বামীয়ে কয় যে কিছু বছৰৰ পূৰ্বে ৰাছিয়াত হোৱা এক দুৰ্ঘটনাত তেওঁ আহত হৈছিল। তেতিয়া হোৱা এক অস্ত্ৰোপচাৰ ফলতে তেওঁ স্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অক্ষম।

স্বামীয়ে পত্নীক জনাই যে সেয়া সৰু অস্ত্ৰোপচাৰ আছিল আৰু সময় হোৱাৰ লগে লগে তেওঁ ভাল হৈ আহিব। ২০২০ চনৰ জানুৱাৰী মাহত স্বামীয়ে শৰীৰৰ ওজন হ্ৰাসৰ বাবে অস্ত্ৰোপচাৰ কৰিবলৈ কলকাতালৈ যোৱা বুলি পত্নীক জনাইছিল।

লগতে পঢ়ক লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?

কিন্তু পত্নীয়ে জানিব পাৰে যে তেওঁৰ স্বামীয়ে শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ নহয় প্ৰকৃততে লিংগ পৰিৱৰ্তন কৰাৰহে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। এই বিষয়ে জানিব পাৰি পত্নীগৰাকীয়ে তেওঁৰ সৈতে স্বামীয়ে ‘বিকৃত’ যৌন সম্পৰ্ক স্থাপন কৰাৰো অভিযোগ উত্থাপন কৰে। আনকি স্বামীয়ে এই বিষয়ে কাৰোবাক ক’লে ইয়াৰ পৰিণাম ভয়াৱহ হ’বও বুলিও ভাবুকি প্ৰদান কৰে।

আৰক্ষীয়ে জনোৱা মতে, বিজয়ৰ পূৰ্বৰ নাম আছিল বিজয়েতা। গোত্ৰী থানাৰ পৰিদৰ্শক এম কে গুৰজাৰে জনোৱা মতে, অভিযুক্ত স্বামীগৰাকী বৰ্তমান দিল্লীৰ বাসিন্দা। তেওঁক বদোদৰালৈ লৈ যোৱা হয়। কিন্তু এই অভিযোগৰ পৰিপ্ৰেক্ষিতত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
Next Post
শিক্ষকৰ প্ৰেমত উন্মাদ ছাত্ৰী! শিক্ষকৰ সৈতে পলায়ন কৰিবলৈ গৈ ঘটিল কি? জানিবলৈ চাওক…

শিক্ষকৰ প্ৰেমত উন্মাদ ছাত্ৰী! শিক্ষকৰ সৈতে পলায়ন কৰিবলৈ গৈ ঘটিল কি? জানিবলৈ চাওক…

সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.