• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

4 years ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

2 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

2 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

3 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

4 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

4 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

5 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

6 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

6 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

7 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

8 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

8 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

editor by editor
September 21, 2022
in চিনেমা, ভাৰত
0
লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ
0
SHARES
623
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত নিয়তিৰ ওচৰ হাৰ মানিলে দেশৰ জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে৷ বুধবাৰে দিল্লীৰ অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান(এইমছ)ত শেষ নিশ্বাস ত্যাগ কৰিলে দেশৰ জনপ্ৰিয় কমেডিয়ানগৰাকীয়ে৷

কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত তেওঁৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে৷ উল্লখ্য যে যোৱা ১০ আগষ্টত জিমত ৱৰ্কআউট কৰি থকা অৱস্থাতে তীব্ৰ বুকুৰ বিষত আক্ৰান্ত হোৱাৰ পাছতে ৰাজু শ্ৰীবাস্তৱক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল৷

সংকটজনক অৱস্থাত এইমছত ভৰ্তি কৰোৱাৰ পাছৰে পৰা ৰাজু শ্ৰীবাস্তৱ সংকটজনক অৱস্থাতে চিকিৎসা চলি আছিল৷ কিন্তু চিকিৎসকৰ সকলো চেষ্টা ব্যৰ্থ কৰি মাত্ৰ ৫৮ বছৰৰ বয়সতে দেশৰ জনপ্ৰিয় কমেডিয়ানজনে জীৱনৰ পৰা মেলানি মাগিলে৷

মৃত্যুৰ সময়ত জনপ্ৰিয় কমেডিয়ানজনে দেশৰত লাখ লাখ অনুৰাগীৰ সৈতে পত্নী শিখাৰ লগতে দুই সন্তান ক্ৰমে অন্তৰা আৰু আয়ুষ্মানক ইহসংসাৰত এৰি থৈ যায়৷

লগতে পঢ়ক ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 

উল্লেখ্য যে দেশৰ অন্যতম জনপ্ৰিয় কমেডিয়ান হিচাপে প্ৰতিষ্ঠা লাভ কৰা ৰাজু শ্ৰীবাস্তৱৰ জীৱন সংগ্ৰাম সহজ নাছিল৷ ১৯৬৩ চনত কানপুৰত জন্মগ্ৰহণ কৰা ৰাজু শ্ৰীবাস্তৱে এগৰাকী অ’টো চালকৰ পৰা দেশৰ জনপ্ৰিয় কমেডিয়ানৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল৷

চকুত অযুত সপোন লৈ ৮০ৰ দশকত ৰাজু শ্ৰীবাস্তৱে মুম্বাইলৈ গৈছিল। ভৱাৰ দৰে বৰ সহজে তেওঁ সফলতা লাভ কৰা নাছিল। মুম্বাইলৈ গৈ চিনেমাত অভিয়নৰ সুযোগ নোপোৱালৈকে ৰাজু শ্ৰীবাস্তৱে মুম্বাইত অ’টো চলাইছিল। প্ৰাৰম্ভিক সংগ্ৰামী দিনবোৰত মেধাৱী শ্ৰীবাস্তৱেও জীৱিকা নিৰ্বাহ কৰিবলৈ ৫০ টকাত মিমিক্ৰী পৰিবেশন কৰিবলগীয়া হৈছিল। এইদৰে সংগ্ৰাম অব্যাহত ৰখাৰ পাছতহে তেওঁ তেজাব (১৯৮৮), মেইন প্যাৰ কিয়া (১৯৮৯) আৰু বাজিগৰ (১৯৯৩) আদি ছবিতো কেমিঅ’ ৰ’ল কৰিবলৈ সুযোগ লাভ কৰিছিল।

এই সংগ্ৰামৰ মাজতে ১৯৯৩ চনত শিখাৰ শ্ৰীবাস্তৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ ৰাজু শ্ৰীবাস্তৱে ১৯৯৪ চনত দূৰদৰ্শনৰ টি টাইম মনোৰঞ্জনৰ জৰিয়তেপ্ৰথম চৰ্চা লাভ কৰিছিল। পিছলৈ তেওঁ দূৰদৰ্শনৰে সেই সময়ৰ জনপ্ৰিয় ধাৰাবাহিক শক্তিমানত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিয়নৰ সুযোগ লাভ কৰে৷

লগতে পঢ়ক আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?

ইফালে ২০০৫ চনৰ পৰা ২০১৭ চনৰ ভিতৰত প্ৰচাৰিত হোৱা দ্য গ্ৰেট ইণ্ডিয়ান লাফ্টাৰ চেলেঞ্জত অংশগ্ৰহণ কৰি ২০০৫ চনতে তেওঁ কমেডিয়ান জগতত বিশেষ স্বীকৃতি লাভ কৰে। তেওঁ মঞ্চ অভিয়নতো বিশেষ দখল আছিল আৰু গজোধৰ আৰু মনোধৰ চৰিত্ৰটো সকলোৰে ভাল পাইছিল। ৰাজু শ্ৰীবাস্তৱৰ মঞ্চ চৰিত্ৰ গজোধৰ তেওঁৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্ট আছিল বুলি কোৱা হয়। ইয়াৰ পাছত তেওঁ আৰু পিছলৈ ঘূৰি চোৱা নাছিল৷

কমেডীৰ জগতখন মানুহৰ হৃদয় জয় কৰাৰ পিছত তেওঁ আনকি ৰাজনীতিতো প্ৰৱেশ কৰিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত শ্ৰীবাস্তৱক সমাজবাদী পাৰ্টিয়ে কানপুৰত প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল যদিও সেই টিকট তেওঁ টিকট ঘূৰাই দি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে তেওঁ সেই অভিযানৰ অংশ হিচাপে বিভিন্ন টিভি বিজ্ঞাপন আৰু সামাজিক মাধ্যমৰ বাবে ভিডিঅ’ শ্বুট কৰে। আনকি উত্তৰ প্ৰদেশৰ চলচ্চিত্ৰ উন্নয়ন পৰিষদ অধ্যক্ষও আছিল কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actorComedian Raju Srivastavraju srivastav
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক
বিনোদন

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

August 7, 2026
Next Post
হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ

হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ

নিবনুৱাৰ বাবে সুখবৰ! দিয়া হ’ব ৯০০০ কৰ্মচাৰী নিযুক্তি, যিকোনা ঠাইৰ পৰা কৰিব পাৰিব কাম

নিবনুৱাৰ বাবে সুখবৰ! দিয়া হ’ব ৯০০০ কৰ্মচাৰী নিযুক্তি, যিকোনা ঠাইৰ পৰা কৰিব পাৰিব কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.