• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰ চৰ্চা কৰিবলৈ গৈ মৃত্যুৰ শীতল কোলাত ঢলি পৰিল অভিনেতা সিদ্ধান্ত সূৰ্যবংশী, কি হৈছিল সিদ্ধান্তৰ?

শৰীৰ চৰ্চা কৰিবলৈ গৈ মৃত্যুৰ শীতল কোলাত ঢলি পৰিল অভিনেতা সিদ্ধান্ত সূৰ্যবংশী, কি হৈছিল সিদ্ধান্তৰ?

4 years ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

19 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

48 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

1 hour ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

2 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

3 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

18 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

18 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

19 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰ চৰ্চা কৰিবলৈ গৈ মৃত্যুৰ শীতল কোলাত ঢলি পৰিল অভিনেতা সিদ্ধান্ত সূৰ্যবংশী, কি হৈছিল সিদ্ধান্তৰ?

editor by editor
November 11, 2022
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
শৰীৰ চৰ্চা কৰিবলৈ গৈ মৃত্যুৰ শীতল কোলাত ঢলি পৰিল অভিনেতা সিদ্ধান্ত সূৰ্যবংশী, কি হৈছিল সিদ্ধান্তৰ?
0
SHARES
18.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আকৌ এজন অভিনেতাৰ মৃত্যু। জিমত শৰীৰ চৰ্চা কৰি থকা অৱস্থাতেই শেষ বিদায় ল’লে অভিনেতা সিদ্ধান্ত সূৰ্যবংশীয়ে। ৪৬ বছৰীয়া অভিনেতা সিদ্ধান্তই শৰীৰ চৰ্চা কেন্দ্ৰতেই হঠাতে বাগৰি পৰাত ততাতৈয়াকৈ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাবটি লয় অভিনেতাগৰাকীয়ে।
বৰ্তমানেও পিৰয়ালৰ তৰফৰ পৰা সিদ্ধান্তৰ ৰোগ সন্দৰ্ভত কোনো মন্তব্য অহা নাই যদিও বহুতেই অভিনেতাজন হৃদৰোগত আক্ৰান্ত হৈছিল বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বেও কৌতুক অভিনেতা ৰাজু শ্ৰী বাস্তৱ, সিদ্ধাৰ্থ শুক্লাকে ধৰি বহুকেইজন অভিনেতাৰ হৃদৰোগত মৃত্যু ঘটিছে। কিয় শৰীৰ চৰ্চা কৰা লোকসকলৰ মাজত বৃদ্ধি হৈছে হৃদৰোগৰ ভয়াৱহতা?

শৰীৰ চৰ্চাৰ প্ৰশিক্ষকৰ মতে প্ৰতিদিনে শৰীৰ চৰ্চা কৰিলেই ব্যক্তি এজন ফিট হৈ থাকিব এয়া সম্পূৰ্ণ ভুল ধাৰণা। শৰীৰ চৰ্চাৰ সমানে সমানে শৰীৰত কিবা ৰোগ হৈ আছে নেকি এই সম্পৰ্কে নিয়মিত চিকিৎসকৰ পৰামৰ্শ লৈ থকাটো অত্যন্ত জৰুৰী। প্ৰশিক্ষকে জনোৱা অনুযায়ী, ‘জিমত জইন কৰাৰ আগতেই শাৰিৰীক অসুস্থতাৰ কথা প্ৰশিক্ষকক ভালধৰণে ক’ব লাগে। বহুতেই জিমত জইন কৰোতে হৈ থকা শাৰিৰীক অসুস্থতাৰ কথা লুকুৱাই ৰাখে। বিশেষকৈ কভিডত আক্ৰান্ত হ’লে ছমাহলৈ কোনোধৰণৰ শৰীৰচৰ্চা কৰিব নালাগে। কভিডৰ পাছতেই হৃদৰোগীৰ সংখ্যা বিশ্বত বৃদ্ধি হৈছে। জিম কৰাৰ সময়ত অত্যাধিক ঘাম বাহিৰ হ’লেষ শ্বাস-প্ৰশ্বাস ঘন হ’লে বুকুৰ বিষ আদি হ’লে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

চিকিৎসকে প্ৰকাশ কৰা অনুযায়ী, বংশত যদি হৃদৰোগী, উচ্চ ৰক্তচাপ, কলষ্টেৰলৰ সমস্যা থকা ৰোগী আছে তেন্তে শৰীৰ চৰ্চালৈ যোৱাৰ আগতে ভালকৈ শৰীৰৰ পৰীক্ষা কৰি লোৱাটো জৰুৰী। আৰম্ভণিতেই কঠোৰ শৰীৰ চৰ্চা কৰিব নালাগে। শৰীৰক কিছু সময় দিয়াৰ প্ৰয়োজন থাকে, আৰম্ভণিতেই অত্যাধিক ওজন দাঙিব নালাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল! সভাপতি কোন হ’ল?

কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল! সভাপতি কোন হ’ল?

চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান

চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.