• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সময়ৰ সৈতে সংবিধানো সলনি হয়, মেট্ৰিক সলনি হ’ব নোৱাৰে কিয়ঃ ডিম্পু বৰুৱা

সময়ৰ সৈতে সংবিধানো সলনি হয়, মেট্ৰিক সলনি হ’ব নোৱাৰে কিয়ঃ ডিম্পু বৰুৱা

4 years ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

28 minutes ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

57 minutes ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

1 hour ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

2 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

2 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

3 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

4 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

6 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

7 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

7 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

7 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সময়ৰ সৈতে সংবিধানো সলনি হয়, মেট্ৰিক সলনি হ’ব নোৱাৰে কিয়ঃ ডিম্পু বৰুৱা

editor by editor
March 17, 2023
in অসম, শিক্ষা
0
সময়ৰ সৈতে সংবিধানো সলনি হয়, মেট্ৰিক সলনি হ’ব নোৱাৰে কিয়ঃ ডিম্পু বৰুৱা
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যৰ চৌদিশে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বিভিন্ন মহলে ছেবাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিছে। সমান্তৰালভাৱে ইউটিউবাৰ ডিম্পু বৰুৱাইয়ো নিজা মত ব্যক্ত কৰিছে নিজা ফেচবুক পেজত ডিম্পুয়ে লিখিছিল এষাৰি বিশেষ বাক্য৷ ডিম্পুৱে লিখিছিল, ‘মেট্ৰিক পৰীক্ষা। না এইটো পৰীক্ষাৰে জীৱনত কিবা লাভ হয়, না এইটো পৰীক্ষাত ভালকৈ পাছ কৰিলে কিবা চাকৰি পায়। না এইটো পৰীক্ষাত ভালকৈ পাচ কৰিলে কিবা হয়।’

ডিম্পুৱে লিখা এই বাক্যশাৰীক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে বিতৰ্কৰ৷ সকলো বিতৰ্কৰ উত্তৰ অৱশেষত দিলে ডিম্পুৱে৷ ডিম্পু ভিডিঅ’যোগে কৈছে, মই বহুত কিবা জনা মানুহ নহয়৷ তথাপিও মোৰ অকণ ব্ৰেইন আছে৷ মই কোৱা কথাখিনিৰ লগত আপোনালোকৰ মত নিমিলিব পাৰে৷ এই মেট্ৰিক পৰীক্ষাটো বহুবছৰৰ পৰা চলি আছে৷ মেট্ৰিকৰ পূৰ্বে সন্মান আছিল৷ আগতে আণ্ডাৰ মেট্ৰিক মানেও সন্মান আছিল৷ এতিয়া মেট্ৰিকৰ সেই সন্মান নাই৷ পূৰ্বে মেট্ৰিক পাছ কৰিলে টানি নি চাকৰি দিছিল৷ এতিয়া সেই দিন নাই৷ কিন্তু বৰ্তমান যুগত মেট্ৰিক পঢ়া জীৱনৰ আৰম্ভণিহে৷ মেট্ৰিকক লৈ এতিয়া আৰু প্ৰেছাৰ লোৱাৰ দিন নাই৷ মেট্ৰিকো এটা সাধাৰণ বছৰেকীয়া পৰীক্ষা৷ মেট্ৰিকক লৈ টেলেণ্ট জুখি লাভ নাই এই যুগত৷ কোনোবাই অংক পাৰে কোনোবাই সাহিত্য পাৰে৷ সকলোকে একেধৰণৰ পৰীক্ষাত বহিবলৈ বাধ্য কৰাটো গ্ৰহণযোগ্য নহয়৷ নতুন শিক্ষানীতিৰে আগবাঢ়িলে সকলোৰে উপকাৰ হ’ব বুলি মই ভাৱো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা
অসম

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

October 8, 2026
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
Next Post
‘ঠৌক দৌ’, উত্তৰপ্ৰদেশত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ! নিহতৰ সংখ্যা কিমান? চৰকাৰ আৰু আৰক্ষীৰ হিচাপত বেলেগ বেলেগ তথ্য…

‘ঠৌক দৌ’, উত্তৰপ্ৰদেশত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ! নিহতৰ সংখ্যা কিমান? চৰকাৰ আৰু আৰক্ষীৰ হিচাপত বেলেগ বেলেগ তথ্য...

প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.