অসম লাইভ২৪ঃ
দিছপুৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক
কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
অৰুণোদয়ত নতুনকৈ সোমাব ৭ লাখ হিতাধিকাৰী
অহা বৰ্ষৰ পৰা HSত ৭৫ শতাংশ পালে লাভ কৰিব স্কুটী
ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব স্কুটী
নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক দিব চাইকেল
৩ লাখ ৭৮ হাজাৰ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব চাইকেল
স্বাস্থ্য বিভাগটো আসন সংৰক্ষণ কৰা হৈছে
অসমত হ’ব ৰাষ্ট্ৰীয় গেমছ
ভাৰতীয় অলিম্পিক সন্থালৈ আবেদন চৰকাৰৰ
২৫ অথবা ২৭ত অসমত হ’ব ৰাষ্ট্ৰীয় গেমছ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















