• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

3 years ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

14 minutes ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

53 minutes ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

1 hour ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

2 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

3 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

4 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

6 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

6 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

7 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

7 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

7 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

editor by editor
October 3, 2023
in বিজ্ঞান, বিশ্ব
0
ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে
0
SHARES
811
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জুইৰ আৱিষ্কাৰে উল্লেখযোগ্যভাৱে সলনি কৰিছিল মানৱ সভ্যতাৰ ইতিহাশ। উত্তাপৰ ওপৰিও জুইৰ পোহৰেই মানুহক নিশাৰ ভাগত পোহৰৰ সন্ধান দিছিল। সেই আলোকেৰেই পোহৰাই তুলিছিল অন্ধকাৰ সময়ক। আলোক অৰ্থাৎ পোহৰ সম্বন্ধীয় গৱেষণাৰ বাবে মঙলবাৰে পদাৰ্থবিজ্ঞানত নোবেল বঁটা লাভ কৰিছে তিনিগৰাকী বিজ্ঞানীয়ে। ২০২৩ বৰ্ষত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছে যৌথভাৱে তিনিগৰাকী বিজ্ঞানীয়ে। দুই ফৰাছী বিজ্ঞানী পিয়েৰ আগোস্তিনি, এন লহুইলিয়াৰ আৰু হাঙ্গেৰিয়ান অষ্ট্ৰিয়ান বিজ্ঞানী ফেৰেঙ্ক ক্ৰাউছে লাভ কৰিছে নোবেল বঁটা। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সৰ তৰফৰ পৰা জনোৱা অনুসৰি আলোক অৰ্থাৎ পোহৰক লৈয়েই এই তিনি বিজ্ঞানীয়ে পৰীক্ষা নিৰীক্ষা চলাই আছে। এই গৱেষণাই মানৱজাতিক পৰমাণু আৰু অনুৰ ভিতৰৰ ইলেক্ট্ৰ্ন জগতক অন্বেষণ কৰাৰ বাবে সহায় কৰিব।

নোবেল কমিটিয়ে জনোৱা অনুসৰি, ‘বিজ্ঞানীকেইজনে পৰীক্ষা-নিৰীক্ষা চলাই পদাৰ্থৰ ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ অটছেকেণ্ড স্পন্দন তৈয়াৰ কৰিছে। পিয়েৰ আগোস্তিনি,ফেৰেঙ্ক ক্ৰাওছ আৰু এন লহুইলিয়াৰে পোহৰৰ অত্যন্ত সংক্ষিপ্ত স্পন্দন তৈয়াৰ কৰাৰ এক উপায় উলিওৱাৰ পৰিকল্পনা কৰিছে। য’ত ইলেক্ট্ৰনসমূহে চলাচল কৰিব পাৰে। শক্তিৰ পৰিবৰ্তন কৰিব পাৰে। যি প্ৰক্ৰিয়াই দ্ৰুতগতিৰ প্ৰক্ৰিয়াসমূহৰ পৰিমাপত সহায় কৰিব।

১৯৮৭ত এন লহুইলিয়াৰে দেখুওৱাইছিল যে কোনো নবেল গেছৰ মাজেৰে ইনফ্ৰাৰেড লেজাৰ পাৰ হৈ যোৱাৰ সময়ত বিভিন্ন অভাৰটন তৈয়াৰ হয়। হুইলিয়াৰে এই পৰীক্ষাত গেছৰ পৰমাণুৰ সৈতে লেজাৰ ৰশ্মিৰ মিথস্ক্ৰিয়াৰ ফলত এটা ৰশ্মি তৰংগ তৈয়াৰ হয়। লেজাৰ তৰংগই ইলেক্ট্ৰনক অতিৰিক্ত শক্তি প্ৰদান কৰে। সেই শক্তিয়েই পোহৰ হিচাপে প্ৰকাশ পায়। ২০০১ চনত পিয়েৰ আগোস্তিনিয়ে মাত্ৰ ২৫০ অট’ছেকেণ্ডৰ ভিতৰত কেনেকৈ লাইট পালচ তৈয়াৰ কৰিব পাৰিব সেই বিষয়ৰ ওপৰতেই গৱেষণা চলাইছে। পদাৰ্থবিজ্ঞানৰ নবেল কমিটিৰ চেয়াৰমেন ইভা ওলছেনে কয়, ‘আমাৰ সন্মুখত এখন ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি গৈছে। অট’ছেকেণ্ডে পদাৰ্থবিদ্যাত ইলেক্ট্ৰন নিয়ন্ত্ৰিত প্ৰক্ৰিয়াসমূহ বুজাৰ সুযোগ দিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম
বিবিধ

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

October 7, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
Next Post
পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ

পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ

তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?

তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.