• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মই বিবাহিতা বুলি পাহৰি যাম বুলি কোৱা অংকিতা এইবাৰ ‘বিগ বছ’ৰ ঘৰতেই অন্তঃসত্ত্বা!

মই বিবাহিতা বুলি পাহৰি যাম বুলি কোৱা অংকিতা এইবাৰ ‘বিগ বছ’ৰ ঘৰতেই অন্তঃসত্ত্বা!

3 years ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

21 minutes ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

1 hour ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

9 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

9 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

10 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

11 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

11 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

12 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

14 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

14 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

15 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মই বিবাহিতা বুলি পাহৰি যাম বুলি কোৱা অংকিতা এইবাৰ ‘বিগ বছ’ৰ ঘৰতেই অন্তঃসত্ত্বা!

editor by editor
November 16, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
মই বিবাহিতা বুলি পাহৰি যাম বুলি কোৱা অংকিতা এইবাৰ ‘বিগ বছ’ৰ ঘৰতেই অন্তঃসত্ত্বা!
0
SHARES
10.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জুঁটি হিচাপে ‘বিগ বছ’ৰ ঘৰত প্ৰৱেশ কৰিছিল টেলিভিছন অভিনেত্ৰী অংকিতা লোখাণ্ডে আৰু তেওঁৰ স্বামী বিকি জৈন। ছলমান খানৰ সেই ৰিয়েলিটি শ্ব’ত ভৰি দিয়েই এটাৰ পাছত আনটো বিতৰ্কত সোমাই পৰিছে এই যুঁটিটো। দুয়োৰে দাম্পত্য জীৱন টিকি থাকিবনে এই বিষয়টো লৈয়ো বহুজনৰে সন্দেহ ওপজিছে। বিগ বচ-১৭ৰ ঘৰত এটাৰ পাছত আনটো অশান্তি অংকিতা আৰু বিকিৰ মাজত।

কাজিয়াৰ পাছৰে পৰাই আৰম্ভ হৈছে এজনৰ পাছত আনজনক কটূক্তি কৰা। একোৱেই বাদ পৰা নাই, দুয়োজনৰ মাজত সকলো প্ৰতিযোগীৰ ওচৰতেই বিকিয়ে কৰা অপমানৰ বাবেই বিচ্ছেদৰ কথাও কৈছিল অংকিতাই। তাৰপাছতেই সম্পৰ্কই এইবাৰ নতুন মোৰ লৈছে। সম্প্ৰতি একেলগে থাকে অংকিতা, বিকি। বিগত কেইবাদিনো ধৰি পৃথক ৰূপত দেখা গৈছে অংকিতাক। বহুতেই কৈছে অংকিতা সন্তানসম্ভৱা। ইতিমধ্যেই অংকিতাই নিজেই বিগ বছৰ ঘৰত প্ৰকাশ কৰামতে তেওঁ সন্তানসম্ভৱা নেকি তাৰ বাবে তেজ পৰীক্ষাও কৰিবলৈ পঠিওৱা হৈছে। বিগ বছৰ ঘৰতেই অংকিতাই এই কথা প্ৰকাশ কৰিছে।
বিগ বছে দাঙি ধৰা কিয়দাংশত দেখা গৈছে যে স্বামী বিকিক অংকিতাই ব্যক্তিগত কথা কিছু শ্বেয়াৰ কৰিছে। অংকিতাই কৈছে, ‘মোৰ গা খুবেই বেয়া লগা হৈছে। মই ঘৰ যাব বিচাৰো।’ ইয়াৰোপৰি তেওঁৰ সন্তানসম্ভৱা হোৱাৰ লক্ষণ অনুভৱ কৰাৰ বাবে যাৱতীয় পৰীক্ষাও কৰিছে। বৰ্তমানলৈকে কিন্তু কোনো ৰিপৰ্টৰ কথা প্ৰকাশ কৰা নাই অংকিতাই।

উল্লেখ্য যে দীপাৱলীৰ পূৰ্বৰে পৰাই অংকিতা আৰু বিকিৰ মাজত অশান্তি বৃদ্ধি পাইছে। বিগ বছ ১৭ৰ খেলৰ নিয়ম অনুসৰী বৰ্তমান পৃথক পৃথকে আছে অংকিতা বিকি। অংকিতাক এৰি পৃথকে থাকি বিকি খুবেই সুখী হোৱা দেখি ভাঙি পৰিছে অংকিতা। অপমান আৰু সহ্য কৰিব নোৱাৰি সেই কথাও প্ৰকাশ কৰি পাইছে অংকিতাই। অংকিতাই এই সন্দৰ্ভত বিকিক কৈছে, ‘তুমি এজন স্বাৰ্থপৰ মানুহ। তুমি ইমান দিনে মোক কেৱল ব্যৱহাৰেই কৰিছা। এনেকৈ হ’লে ময়ো পাহৰি যাম মই যে বিবাহিতা।’ এই ঘটনাৰ পাছতেই প্রশ্ন উত্থাপিত হৈছে, সঁচাকৈয়ে বিগ বছৰ ঘৰৰ পৰা ওলায়েই দুয়োৰে সংসাৰ ভাঙি যাব নেকি? নে অংকিতা মাতৃ হোৱাৰ খবৰ আহিলে সকলো তিক্ততা আঁতৰাই দুয়োৱে একে বাটেৰে বাট বুলিব? সকলোৱে এতিয়া অপেক্ষা কৰিছে সেই সময়ৰ বাবেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
Next Post
স্থান, কাল কথা নাই ভাৰতে সদায়ে মৃত্যুমিছিলৰ বিৰুদ্ধেই থিয় হয়, ইজৰাইল-হামাছ যুদ্ধক কঠোৰ ভাষাৰে সমালোচনা প্রধানমন্ত্ৰীৰ

স্থান, কাল কথা নাই ভাৰতে সদায়ে মৃত্যুমিছিলৰ বিৰুদ্ধেই থিয় হয়, ইজৰাইল-হামাছ যুদ্ধক কঠোৰ ভাষাৰে সমালোচনা প্রধানমন্ত্ৰীৰ

আকৌ এবাৰ বিশ্বকাপৰ ফাইনেলত মুখামুখি কেংগাৰু বাহিনী আৰু টীম ব্লু… ২০ বছৰ পুৰণি পৰাজয়ৰ গ্লানি ভাৰতে এইবাৰ মচি পেলাব, এইবাৰ বিশ্বকাপ ভাৰতৰেই হ’ব!

আকৌ এবাৰ বিশ্বকাপৰ ফাইনেলত মুখামুখি কেংগাৰু বাহিনী আৰু টীম ব্লু... ২০ বছৰ পুৰণি পৰাজয়ৰ গ্লানি ভাৰতে এইবাৰ মচি পেলাব, এইবাৰ বিশ্বকাপ ভাৰতৰেই হ’ব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.