• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLত আগৰে পৰাই দামী অষ্ট্ৰেলিয়াৰ খেলুৱৈঃ চাই লওক তালিকা…

IPLত আগৰে পৰাই দামী অষ্ট্ৰেলিয়াৰ খেলুৱৈঃ চাই লওক তালিকা…

3 years ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

6 minutes ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

26 minutes ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

1 hour ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

4 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

5 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

5 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

6 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

7 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

7 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPLত আগৰে পৰাই দামী অষ্ট্ৰেলিয়াৰ খেলুৱৈঃ চাই লওক তালিকা…

এইবাৰ পেট কামিন্সক ২০.৫কোটি টকাত ক্ৰয় কৰিলে হায়দৰাবাদে

editor by editor
December 19, 2023
in ক্ৰীড়া
0
IPLত আগৰে পৰাই দামী অষ্ট্ৰেলিয়াৰ খেলুৱৈঃ চাই লওক তালিকা…
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ আই পি এলত ইতিহাস সৃষ্টি কৰি অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ২০.৫কোটি টকাত ক্ৰয় কৰিলে হায়দৰাবাদে। আই পি এলৰ ইতিহাসত সৰ্বাধিক দামী খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ পাছতে এতিয়া অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক লৈ আৰম্ভ হৈছে চৰ্চা। আই পি এলত এইবাৰেই নহয়, পূৰ্বৰে পৰাই দামী খেলুৱৈ হিচাপে বিবেচিত হৈছে অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল।

এই বৰ্ষত ২০.৫কোটি টকাত বিক্ৰী যোৱা অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ২০২০ বৰ্ষত কলকাতাই ১৫কোটিৰো অধিক টকাত ক্ৰয় কৰিছিল। বিশ্বকাপ-২০২৩ৰ খিতাপ দখল কৰাৰ পাছতে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ দাম প্ৰায় ৫কোটি টকা বৃদ্ধি পালে।

আই পি এলত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলৰ দাম আগৰে পৰাই অধিক।  ২০২২বৰ্ষত অষ্ট্ৰেলিয়াৰ খেলুৱৈ কেমৰন গ্ৰীণক মুম্বাইএ ক্ৰয় কৰিছিল ১৭.৫কোটি টকাত। ঠিক তেনেদৰে মেক্সৱেলকো ২০২১ত আৰ চি বিয়ে ১৪.২৫কোটি টকাত ক্ৰয় কৰিছিল। এয়াও আছিল সেই সময়ত এক অভিলেখ।

২০২১ত অষ্ট্ৰেলিয়াৰ খেলুৱৈ Jhye Richardsonক পাঞ্জাৱে ১৪কোটি টকাত ক্ৰয় কৰিছিল। ২০১৮বৰ্ষত অষ্ট্ৰেলিয়াৰ খেলুৱৈ Steve Smithক ৰাজস্থানে ১২কোটি টকাত ক্ৰয় কৰিছিল। আজি পেট কামিন্সক ক্ৰয় কৰা হায়দৰাবাদে ২০১৮চনত অষ্ট্ৰেলিয়াৰ খেলুৱৈ ডেভিদ ৱাৰ্নাৰক ক্ৰয় কৰিছিল ১২কোটি টকাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: australiaIPL 2024pat cummins
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

September 1, 2026
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

September 1, 2026
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে
বিনোদন

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

August 31, 2026
Next Post
পৃথিৱী হ’ব ধ্বংস, মাজত মাত্ৰ ১২দিন!  কৈ দিয়ক মনৰ কথা সোনকালে…

পৃথিৱী হ'ব ধ্বংস, মাজত মাত্ৰ ১২দিন! কৈ দিয়ক মনৰ কথা সোনকালে...

প্ৰেমত শুভ নে! অত্যাধিক খৰচ হ’ব নেকিঃ কেনে যাব আপোনাৰ আজিৰ দিনটো…

প্ৰেমত শুভ নে! অত্যাধিক খৰচ হ'ব নেকিঃ কেনে যাব আপোনাৰ আজিৰ দিনটো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.