- শনিবাৰে পুৱাই আহিল এটা বেয়া খবৰ।
- সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ গল ৫গৰাকী সেনা জোৱানৰ
- জম্মু-কাশ্মীৰৰ ৰাজুৰীত সংঘটিত হৈছে সেনা-সন্ত্ৰাসবাদীৰ মাজত এই সংঘৰ্ষ।
- পুৱতি নিশা ৩.৪৫বজাৰ পৰাই আৰম্ভ হৈছিল সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি।
- এই গুলীয়াগুলিত ৫গৰাকী সেনা জোৱানৰ মৃত্যু হোৱাৰ লগতে ২গৰাকী সেনা জোৱান গুৰুতৰভাৱে আহত হৈছে।
- পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ সৈতে এই সংঘৰ্ষ হোৱা বুলি সন্দেহ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















