• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অযোধ্যাৰ ৰামমন্দিৰৰ আৰতি বুকিং আৰম্ভ, কেনেকৈ কৰিব আবেদন?

অযোধ্যাৰ ৰামমন্দিৰৰ আৰতি বুকিং আৰম্ভ, কেনেকৈ কৰিব আবেদন?

2 years ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

19 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

48 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

2 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

2 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

3 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

6 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অযোধ্যাৰ ৰামমন্দিৰৰ আৰতি বুকিং আৰম্ভ, কেনেকৈ কৰিব আবেদন?

editor by editor
December 28, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
অযোধ্যাৰ ৰামমন্দিৰৰ আৰতি বুকিং আৰম্ভ, কেনেকৈ কৰিব আবেদন?
0
SHARES
530
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাতত মাত্ৰ কেইটামানহে দিন। চলিছে শেষ প্ৰস্তুতিৰ কাম। জানুৱাৰী মাহতেই জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’ব অযোধ্যাত নিৰ্মীয়মান ৰামমন্দিৰৰ দুৱাৰ। ইয়াৰ পূৰ্বে ভক্তসকলে আৰতি পাছ পোৱাৰ বাবে অপেন কৰি দিয়া হৈছে বুকিং প্ৰক্ৰিয়া।

দিনে তিনিবাৰ আৰতি
আগন্তুক ২২ জানুৱাৰীত ৰামলালৰ অভিষেক অনুষ্ঠানৰ পাছতেই খুলি দিয়া হ’ব ৰামমন্দিৰৰ দুৱাৰ। ৰামলালৰ বাবে দিনত তিনিবাৰকৈ আৰতি কৰা হ’ব বুলিও জনাইছে মন্দিৰৰ আৰতি পাছ বিভাগৰ দায়িত্বত থকা ধ্ৰুভেছ মিশ্ৰই। তেওঁ এই সন্দৰ্ভত জনাই যে, পুৱা ৬বাজি ৩০ মিনিটত, দুপৰীয়া ১২ বজাত আৰু সন্ধিয়া ৭বাজি ৩০ মিনিটত হ’ব আৰতি। কেৱল পাছ পোৱাসকলেহে এই আৰতিত অংশ ল’ব পাৰিব বুলিও জনাইছে ধ্ৰুভেশে।

আৰতিত মুঠ কিমানজন ভক্ত উপস্থিত থাকিব পাৰিব?

মন্দিৰৰ আৰতিৰ পাছ বিভাগৰ ধ্ৰুভেছে জনোৱামতে প্ৰতিটো আৰতিৰ সময়ত কেৱলমাত্ৰ ৩০জন লোকহে উপস্থিত থাকিব পাৰিব। পৰবৰ্তীকালত এই সংখ্যা বৃদ্ধি কৰিব বুলি জনাইছে ধ্ৰুভেছে। আৰতিৰ সময়ত কম ভক্তৰ অনুমতিক লৈয়ো বিশেষ মন্তব্য কৰিছে ধ্ৰুভেছে। মন্দিৰৰ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে বুলিও জনাইছে ধ্ৰুভেছে। কিন্তু বৰ্তমান সময়ত বিনামূলীয়া পাছ বিতৰণৰ কোনো সম্ভাৱনা নথকাৰেই ইংগিত দিছে ধ্ৰুভেছে।

অনলাইনতেই উপলব্ধ হ’ব আৰতি পাছ

দূৰৈৰ পৰা যোৱা ভক্তৰ কথা চিন্তা কৰি অনলাইনতো আৰতিৰ পাছ পোৱাৰ সুবিধা ৰখা হৈছে বুলি জনাইছে ধ্ৰুভেছে। অনলাইনৰ ওপৰিও মন্দিৰৰ কাউণ্টাৰৰ পৰা প্ৰতিদিনে পাছ পোৱা যাব। পাছ অবিহনে কিন্তু কোনো ভক্তই আৰতিত অংশ ল’ব নোৱাৰিব।

আৰতি পাছ পাবলৈ কি কি তথ্যৰ প্ৰয়োজন
মন্দিৰৰ পাছ কমিটিৰ প্রধানগৰাকীয়ে জনোৱামতে আৰতি পাছ সংগ্ৰহৰ সময়ত কিছু তথ্য জমা দিব লাগিব। আধাৰ কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইছেন্স আৰু পাছপৰ্টৰ ভিতৰত যিকোনো এখন নথি জমা দিব লাগিব।

উল্লেখ্য যে আগন্তুক ২২ জানুৱাৰীত অযোধ্যাৰ ৰামমন্দিৰ উদ্ভোধনক লৈ পূৰ্ণগতিত চলিছে প্ৰস্তুতি। ৰামৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা অনুষ্ঠানত নিজেই সোঁ-শৰীৰে উপস্থিত থাকিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ উদ্বোধনী অনুষ্ঠানৰ মুকলি সম্প্ৰচাৰ দেশজুৰি দেখুওৱাৰো ব্যৱস্থা কৰা হ’ব। প্রধানমন্ত্ৰীৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ বহুসংখ্যক বিজেপি নেতা-নেত্ৰীৰ লগতে বিনোদন, ক্ৰীড়া ক্ষেত্ৰৰো লেখত ল’বলগীয়া ব্যক্তি। উদ্বোধনী অনুষ্ঠানত লাখ লাখ ভক্তৰো সমাগম হ’ব, যাৰবাবে নিৰাপত্তাবেষ্টনী ভাল হোৱাটোতো বিশেষ নজৰ দিছে উত্তৰ প্ৰদেশ চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

March 19, 2026
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?
জীৱনশৈলী

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
আৰু মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?

আৰু মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?

‘ৰামৰ পূজা কৰিবলৈ হিন্দু হ’বই লাগিব কথা নাই!’ ৰাম আপোনাৰ, মোৰ, সকলোৰে হৃদয়ৰ আধ্যাত্মিক অম্বেষণ! মুম্বাইৰ পৰা খালী ভৰিৰে অযোধ্যালৈ যাত্ৰা মুছলমান যুৱতীৰ

'ৰামৰ পূজা কৰিবলৈ হিন্দু হ’বই লাগিব কথা নাই!’ ৰাম আপোনাৰ, মোৰ, সকলোৰে হৃদয়ৰ আধ্যাত্মিক অম্বেষণ! মুম্বাইৰ পৰা খালী ভৰিৰে অযোধ্যালৈ যাত্ৰা মুছলমান যুৱতীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.