• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১,৭৭,৯০৩ টন লোহা, ৫,০৪, ২৫৩ মেট্রিক টন চিমেণ্ট! ১৭,৮৪০ কোটি ব্যয়েৰে নিৰ্মাণ হ’ল দেশৰ দীৰ্ঘতম সামুদ্ৰিক সেতু

১,৭৭,৯০৩ টন লোহা, ৫,০৪, ২৫৩ মেট্রিক টন চিমেণ্ট! ১৭,৮৪০ কোটি ব্যয়েৰে নিৰ্মাণ হ’ল দেশৰ দীৰ্ঘতম সামুদ্ৰিক সেতু

2 years ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

21 minutes ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

47 minutes ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

1 hour ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

2 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

3 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

4 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১,৭৭,৯০৩ টন লোহা, ৫,০৪, ২৫৩ মেট্রিক টন চিমেণ্ট! ১৭,৮৪০ কোটি ব্যয়েৰে নিৰ্মাণ হ’ল দেশৰ দীৰ্ঘতম সামুদ্ৰিক সেতু

editor by editor
January 12, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
১,৭৭,৯০৩ টন লোহা, ৫,০৪, ২৫৩ মেট্রিক টন চিমেণ্ট! ১৭,৮৪০ কোটি ব্যয়েৰে নিৰ্মাণ হ’ল দেশৰ দীৰ্ঘতম সামুদ্ৰিক সেতু
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমুদ্ৰৰ ওপৰত ইমান বৃহৎ সেতু দেশত এয়াই প্ৰথম। দেশৰ দীৰ্ঘতম সেতু শুকুৰবাৰে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নতুন দীৰ্ঘতম সেতুখনৰ নাম দিয়া হৈছে অটল সেতু। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীৰ নামেৰে নামকৰণ কৰা এই সেতুৰ নাম হৈছে, ‘অটলবিহাৰী বাজপেয়ী সেৱাৰী নভ সেৱা অটল সেতু’। শুকুৰবাৰে দুপৰীয়া ৩ বজাত এই সেতুৰ উদ্বোধন কৰিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰী বিবৃত্তিত জনোৱা অনুসৰি এই সেতুৰ দৈৰ্ঘ্য হৈছে ২১.৮ কিঃমিঃ। ইয়াৰে সাগৰৰ ওপৰেৰে ১৬.৫ কিঃমিঃ আৰু অন্যান্য ৫.৫ কিঃমিঃ স্থলভাগৰ ওপৰেৰে প্ৰসাৰিত হৈ আছে এই সেতু। সমূদ্ৰৰ ওপৰত ইমান দীঘল সেতু এই দেশত এয়াই প্ৰথম।

বিবৃত্তিত লগতে কোৱা হৈছে যে, বিমানবন্দৰৰ পৰা নভি মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’বৰ বাবে এতিয়াৰে পৰা খুবেই কম সময় লাগিব। মুম্বাই বন্দৰ আৰু নভি মুম্বাই জৱাহৰলাল নেহৰু বন্দৰৰ মাজতো কম সময়ৰ ভিতৰতে যাতায়াত কৰা সম্ভৱ হ’ব। এই সেতুৰ কাৰণেই মুম্বাইৰ পৰা পুনে, গোৱা, দক্ষিণ ভাৰতৰ দূৰত্বও কিছু কমিব। ইয়াৰ ফলত পৰ্যটন উদ্যোগৰ আৰু উন্নতি হ’ব। পূৰ্বে মুম্বাইৰ পৰা নভি মুম্বাইলৈ যাবলৈ সময় লাগিছিল প্ৰায় দুঘণ্টা। মুম্বাইৰ যানজঁটে প্ৰতিসময়তে যাত্ৰীক অতিষ্ট কৰে। কিন্তু এই সেতুৰে মাত্ৰ ২০ মিনিটতেই মুম্বাইত নভি মুম্বাইত উপস্থিত হ’ব পাৰিব।

প্ৰতিদিনেই নভি মুম্বাইৰ পৰা মুম্বাইলৈ চাকৰি, পঢ়াশুনাৰ বাবে বহুসংখ্যক মানুহে অহাযোৱা কৰে। যানজঁটৰ কাৰণে বহুতে স্থলপথেৰে অহা যোৱা কৰিবলৈ টান পাইছিল। ট্ৰেনৰ ওপৰতেই ভৰসা কৰিছিল বহুজনে। অটল সেতুৱে সেই অসুবিধা দুৰ কৰিব। কেৱল সময়েই নহয় খৰচো কমিব। ইন্ধনৰ খৰচো বহু কমিব। অটল সেতুৰে অহা যোৱা কৰোতে টোল টেক্স দিব লাগিব ২৫০টকা। মহাৰাষ্ট্ৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি অটল সেতুৰ ওপৰেৰে চাৰিচকীয়া বাহনে ঘণ্টাত ১০০ কিঃমিঃ বেগত পাৰ হ’ব লাগিব। গতিবেগ ইয়াতকৈ বঢ়াব নোৱাৰিব। সেতুত উঠা আৰু নমাৰ সময়ত প্ৰতি ঘণ্টাত বেগ ৪০ কিঃমিঃ ৰাখিব লাগিব।

এই সেতুৰে মটৰচাইকেল, অটো, ট্ৰেক্টৰ চলাচল কৰিব নোৱাৰিব। বাহন, বাছ, মিনিবাছ আৰু টেক্সিহে এই সেতুৰ ওপৰেৰে চলিব পাৰিব। এই সেতু তৈয়াৰত খৰচ হৈছে ১,৭৭,৯০৩ মেট্ৰিক টন লোহা আৰু ৫,০৪, ২৫৩ মেট্রিক টন চিমেণ্ট। মহাৰাষ্ট্ৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে এই সেতু মুকলি অনুষ্ঠানত খৰচ কথাও উত্থাপন কৰিছে। এই সেতু নিৰ্মাণত ব্যয় হৈছে ১৭ হাজাৰ ৭০০ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
Next Post
১১ দিন প্ৰধানমন্ত্ৰী মোদীয়ে একো নকয়, নাখাই খাদ্যও, শুব মাটিত! ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ পূৰ্বে কি কি নিয়ম পালন কৰিব মোদীয়ে?

১১ দিন প্ৰধানমন্ত্ৰী মোদীয়ে একো নকয়, নাখাই খাদ্যও, শুব মাটিত! ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ পূৰ্বে কি কি নিয়ম পালন কৰিব মোদীয়ে?

‘ৰামমন্দিৰ বিধিৰ লিখন,আমিতো সাৰথী মাত্ৰ’, শেহতীয়াকৈ আমন্ত্ৰণ লাভ কৰি কি ক’লে আদৱানীয়ে?

'ৰামমন্দিৰ বিধিৰ লিখন,আমিতো সাৰথী মাত্ৰ’, শেহতীয়াকৈ আমন্ত্ৰণ লাভ কৰি কি ক’লে আদৱানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.