• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ দিন প্ৰধানমন্ত্ৰী মোদীয়ে একো নকয়, নাখাই খাদ্যও, শুব মাটিত! ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ পূৰ্বে কি কি নিয়ম পালন কৰিব মোদীয়ে?

১১ দিন প্ৰধানমন্ত্ৰী মোদীয়ে একো নকয়, নাখাই খাদ্যও, শুব মাটিত! ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ পূৰ্বে কি কি নিয়ম পালন কৰিব মোদীয়ে?

3 years ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

3 minutes ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

53 minutes ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

1 hour ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

3 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

4 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

6 hours ago
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

6 hours ago
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

7 hours ago
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

8 hours ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

8 hours ago
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

9 hours ago
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১১ দিন প্ৰধানমন্ত্ৰী মোদীয়ে একো নকয়, নাখাই খাদ্যও, শুব মাটিত! ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ পূৰ্বে কি কি নিয়ম পালন কৰিব মোদীয়ে?

editor by editor
January 12, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
১১ দিন প্ৰধানমন্ত্ৰী মোদীয়ে একো নকয়, নাখাই খাদ্যও, শুব মাটিত! ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ পূৰ্বে কি কি নিয়ম পালন কৰিব মোদীয়ে?
0
SHARES
705
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ‘তপস্যা’ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আগন্তুক ১১ দিন আধ্যাত্মিক চেতনাৰ উন্মেষ ঘটাবলৈ ঋষি-মুনিসকলৰ পথ অনুসৰণ কৰিছে মোদীয়ে। পালন কৰিব একাধিক কঠোৰ নিয়মো। আগন্তুক ১১ দিনত কি কি কৰিব মোদীয়ে?

সূত্ৰৰ খবৰ অনুসৰি আগন্তুক ১১ দিন মাটিত শুব প্রধানমন্ত্ৰীগৰাকী। কাহিলী পুৱাতে উঠি ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিব। দিনৰ মধ্যবেলা জপ কৰিব। ধ্যানো কৰিব। মন শান্ত ৰাখিবৰ বাবে শৰীৰচৰ্চা কৰিব। দিনৰ বেছিভাগ সময়েই মৌনব্ৰত পালন কৰিব নৰেন্দ্ৰ মোদীয়ে। খাদ্যতালিকাতো আছে বিশেষ কিছু খাদ্য। খুব কম পৰিমাণে খাদ্য খাব মোদীয়ে। যি খাদ্যই খাব একেবাৰে সাত্ত্বিক আহাৰ হ’ব। ধৰ্মীয় পুথি পঢ়িব, ঘৰ চফা কৰা আদি নিজৰ সমস্ত ৰাম নিজেই কৰিব মোদীয়ে। হিন্দু ধৰ্মৰ ৰীতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰামমন্দিৰত ৰামলালৰ প্ৰাণ প্ৰতিষ্ঠা নকৰালৈকে এই সমূহ নিয়ম মানি চলিব। ভগৱানৰ সান্নিধ্য পাবৰ বাবে আগন্তুক ১১ দিন দেশৰ একাধিক ধৰ্মীয় স্থান ভ্ৰমণ কৰিব মোদীয়ে।

শুকুৰবাৰৰ পৰাই প্রধানমন্ত্ৰীয়ে ১১ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। অনুষ্ঠানৰ আৰম্ভণিতে মোদী উপস্থিত হৈছে নাচিকৰ শ্ৰী কলাৰাম মন্দিৰত। গোদাবৰী নদীৰ তীৰত অৱস্থিত পঞ্চবটী মন্দিৰ প্ৰাংগনৰ পৰা আৰম্ভ হৈছে অনুষ্ঠান। ভগৱান ৰামৰ ভক্তসকলৰ বাবে এই মন্দিৰৰ গুৰুত্ব অপৰিসীম। মন্দিৰৰ ভিতৰত মোদীক ভজনৰ অনুষ্ঠানত অংশ লোৱাও দেখা গৈছে। ৰামায়নৰ অজানা গাথা এই ভজনত গোৱা হয়। ৰামায়ণৰ যুদ্ধকাণ্ড পাঠো শুনিছে মোদীয়ে। প্রধানমন্ত্ৰী মনোযোগেৰে শুনিছে অযোধ্যালৈ ৰাম উভতি অহাৰ কাহিনী।

মোদীৰ ১১ দিনীয়া ব্ৰতক লৈ মহন্ত নাভাল কিশোৰে কৈছে, ‘এই কৰ্মসূচী পালনৰ বাবে সম্ভৱ হ’লে মাটিত শুব লাগে। সূৰ্যাস্তৰ পূৰ্বে টোপনিৰ পৰা উঠি গা ধুব লাগে। দিনৰ বেছিভাগ সময়েই জপ কৰিব লাগে। ভগৱান ৰামৰ ছবিৰ সন্মুখত এটা প্ৰদীপ জ্বলাই ৰাখি পুজা অৰ্চনাও কৰিব লাগে। এই সময়ত স্বল্পাহাৰ কৰা উচিত। মূলত ফলাহাৰ কৰিলেই শুভ। দিনৰ বেছিভাগ সময়েই মৌনব্ৰত ৰখাটো ভাল। ভগবানৰ প্ৰতি নিজকে অৰ্পণ কৰিব কৰি আত্মাক শুদ্ধি কৰিব লাগে। ভগবান ৰামৰ প্রাণ প্ৰতিষ্ঠাৰ পূৰ্বে এই নিয়ম মোদীয়েও পালন কৰিব লাগিব।’

স্বামী দীপাংকৰেও এই সন্দৰ্ভত কয়, ‘এই ধৰণৰ পবিত্ৰ উৎসৱত চামিল হ’বৰ বাবে বহুতেই মৌনব্ৰত লয়। ভগৱান ৰামৰ জপো কৰে। ইয়াৰোপৰি জপ কৰা নিৰ্দিষ্ট আসনত বহা আৰু শুৱাৰ অভ্যাস গঢ়ি তোলা উচিত। এই ১১ দিন চুলি, দাঢ়ি, নখো কাটিব নালাগে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!
বাণিজ্য

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

July 31, 2026
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম
বাণিজ্য

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

July 31, 2026
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?
বিনোদন

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

July 31, 2026
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা
অসম

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

July 31, 2026
Next Post
‘ৰামমন্দিৰ বিধিৰ লিখন,আমিতো সাৰথী মাত্ৰ’, শেহতীয়াকৈ আমন্ত্ৰণ লাভ কৰি কি ক’লে আদৱানীয়ে?

'ৰামমন্দিৰ বিধিৰ লিখন,আমিতো সাৰথী মাত্ৰ’, শেহতীয়াকৈ আমন্ত্ৰণ লাভ কৰি কি ক’লে আদৱানীয়ে?

দিনত ১৫ ঘণ্টা কামেই কৰে! দৰমহা নোলোৱাকৈয়ে হাজাৰ কোটিৰ মালিক কেনেকৈ হ’ল ৰামদেৱৰ ঘনিষ্ঠ বালকৃষ্ণ?

দিনত ১৫ ঘণ্টা কামেই কৰে! দৰমহা নোলোৱাকৈয়ে হাজাৰ কোটিৰ মালিক কেনেকৈ হ’ল ৰামদেৱৰ ঘনিষ্ঠ বালকৃষ্ণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.