• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেওঁ কৰ্মফল ভুগিছে, হীৰেন গোহাঁই সচাঁকৈ ২নম্বৰী মাল…

তেওঁ কৰ্মফল ভুগিছে, হীৰেন গোহাঁই সচাঁকৈ ২নম্বৰী মাল…

3 years ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

5 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

5 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

6 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

7 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

8 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

9 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

9 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

11 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

11 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

12 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

তেওঁ কৰ্মফল ভুগিছে, হীৰেন গোহাঁই সচাঁকৈ ২নম্বৰী মাল…

বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইক চৰম কটাক্ষ কৰিলে বিজেপি বিধায়ক মানৱ ডেকাই

editor by editor
January 13, 2024
in Uncategorized
0
তেওঁ কৰ্মফল ভুগিছে, হীৰেন গোহাঁই সচাঁকৈ ২নম্বৰী মাল…
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইক চৰম কটাক্ষ কৰিলে বিজেপি বিধায়ক মানৱ ডেকাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক ১০০শতাংশ সমৰ্থন কৰি মানৱ ডেকাই কয় যে, ”মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিকেই কৈছে। হীৰেন গোহাঁই সচাঁকৈয়ে ২নম্বৰী মাল।”

BJPৰ বিধায়কগৰাকীয়ে লগতে কয় যে, ”হীৰেন গোহাঁই ডাঙৰীয়াই অধ্যাপক আছিল , তেওঁ এগৰাকী বিজ্ঞ লোক নাইবা তেওঁ বহু কিতাপ লিখিছে, সেইবোৰ বেলেগ কথা। কিন্তু আচঁল কথাটো হল তেওঁ অসমখনক অশান্ত কৰি ৰাখি ভাল পায়। তেনে কাম কৰি তেওঁ শান্তি পায়। তেওঁ কয় যে, নৱপ্ৰজন্মই জ্যেষ্ঠজনক সন্মান কৰিব লাগে। কিন্তু তেওঁ কি কৰিছিল! ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে এৱাৰ্ড পাওতে তেওঁ কি লিখিছিল! সেই বিশেষ শব্দটো এতিয়াটো মই ৰাজহুৱাভাৱে ক’ব নোৱাৰো। গতিকে তেওঁ যদি এতিয়া কিবা শুনিছে, সেয়া তেওঁৰ কৰ্মফল।”

উল্লেখ কৰা প্ৰয়োজন যে, সংবাদমেল সম্বোধন কৰি লখিমপুৰৰ বিধায়কগৰাকীয়ে ডিমা হাচাওৰ নিৰ্বাচনত বিজেপিৰ জয়ক লৈও বহুকেইটা মন্তব্য কৰে। লগতে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, ‘কংগ্ৰেছ ক্ৰমান্বয়ে সু নেতৃত্বৰ অভাৱ নিঃশেষ হৈ গৈ আছে। সেয়া আমাৰো বেয়া লাগে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
২০২৪ত এই তিনিটা ৰাশিৰ লোকৰ হাতলৈ আহিব ধন লগতে জীৱনলৈ নামিব সুখ-শান্তি…

২০২৪ত এই তিনিটা ৰাশিৰ লোকৰ হাতলৈ আহিব ধন লগতে জীৱনলৈ নামিব সুখ-শান্তি…

আজি উৰুকা, ভোগালী বিহুৰ শুভেচ্ছা আপোনজনক কেনেকৈ জনাব?

আজি উৰুকা, ভোগালী বিহুৰ শুভেচ্ছা আপোনজনক কেনেকৈ জনাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.