• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভ নৱৰাত্ৰিৰ গজকেশৰী যোগ, এই ৪ ৰাশিৰ ধনৰ আগমণ, সৌভাগ্য, সন্মান বৃদ্ধিৰ যোগ

আৰম্ভ নৱৰাত্ৰিৰ গজকেশৰী যোগ, এই ৪ ৰাশিৰ ধনৰ আগমণ, সৌভাগ্য, সন্মান বৃদ্ধিৰ যোগ

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

4 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

4 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

4 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

5 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

5 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

6 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

7 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

8 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

9 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

10 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

10 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

আৰম্ভ নৱৰাত্ৰিৰ গজকেশৰী যোগ, এই ৪ ৰাশিৰ ধনৰ আগমণ, সৌভাগ্য, সন্মান বৃদ্ধিৰ যোগ

editor by editor
April 9, 2024
in Uncategorized, বিনোদন
0
আৰম্ভ নৱৰাত্ৰিৰ গজকেশৰী যোগ, এই ৪ ৰাশিৰ ধনৰ আগমণ, সৌভাগ্য, সন্মান বৃদ্ধিৰ যোগ
0
SHARES
688
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰম্ভ নৱৰাত্ৰিৰ গজকেশৰী যোগ, এই ৪ ৰাশিৰ ধনৰ আগমণ, সৌভাগ্য, সন্মান বৃদ্ধিৰ যোগ

আৰম্ভ হৈছে নৱৰাত্ৰিৰ পৱিত্ৰ দিন। মা দুৰ্গাৰ প্ৰথম শৈলাপুত্ৰী ৰূপৰ পূজা কৰা হয় এই সময়ত। আজি সন্ধিয়া ৭ বাজি ৩২ মিনিটৰ পৰা আৰম্ভ হৈছে গজকেশৰী যোগ। এই যোগত কিছুমান ৰাশিৰ লোকৰ জীৱনলৈ ধনৰ আগমণ হয়।

কুনণ্ডলীত এই গজকেশৰী যোগ নামিলে কেৱল ধনেই নহয়, সৌভাগ্য আহে জীৱনলৈ, লগতে সন্মানো বৃদ্ধি পায়। টকা সম্পৰ্কীয় সকলো সমস্যা দূৰ হয়। এই যোগ কি কি ৰাশিৰ ওপৰত পৰিব-

মেষ ৰাশি-
নৱৰাত্ৰিৰ ৯ দিনত আলৌকিক পৰিৱৰ্তন হ’ব। টকা সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব। অৰ্থনৈতিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হ’ব বিবাহিত জীৱন তথা প্ৰেমৰ ক্ষেত্ৰত শুভ।

সিংহ ৰাশি-
শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। মানসিক চাপৰ পৰা সকাহ পাব। আয়ৰ নতুন উৎসৰ পৰা আৰ্থিক লাভ। পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব।

তুলা ৰাশি-
দীৰ্ঘদিন ধৰি বাকী থকা কাম সফল হব। আয় বৃদ্ধিৰ নতুন সুযোগ আহিব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি আকাংক্ষিত সফলতা লাভ কৰিব।

ধনুৰাশি- পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ। অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা। কেৰিয়াৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gajkeshari yoghoroscopeNavratri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?
বিনোদন

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
চন্দ্ৰ-বৃহস্পতিৰ গজকেশৰী যোগত ২দিনতে দূৰ হ’ব সকলো সমস্যা, ধন লাভ সম্ভৱ ৪ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ গজকেশৰী যোগত ২দিনতে দূৰ হ'ব সকলো সমস্যা, ধন লাভ সম্ভৱ ৪ৰাশিৰ

প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই

প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.