• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকঘৰতে আছে নিমখ, আনক আৰু ব্যৱহাৰ কৰি লাভ কৰক মনোমোহা ছাল

পাকঘৰতে আছে নিমখ, আনক আৰু ব্যৱহাৰ কৰি লাভ কৰক মনোমোহা ছাল

2 years ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

37 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

1 hour ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

2 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

4 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকঘৰতে আছে নিমখ, আনক আৰু ব্যৱহাৰ কৰি লাভ কৰক মনোমোহা ছাল

editor by editor
April 12, 2024
in জীৱনশৈলী
0
পাকঘৰতে আছে নিমখ, আনক আৰু ব্যৱহাৰ কৰি লাভ কৰক মনোমোহা ছাল
0
SHARES
174
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকঘৰতে আছে নিমখ, আনক আৰু ব্যৱহাৰ কৰি লাভ কৰক মনোমোহা ছাল

ছালৰ বিভিন্ন সমস্যা, যি কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে, তেন্তে কৰে কি। উপায় পাকঘৰৰ সামগ্ৰী। অতি কম মূল্যৰ সামগ্ৰীৰে লাভ কৰক এক সুস্থ সবল ছাল।

ইয়াৰ বাবে আপোনাক প্ৰয়োজন কেৱল নিমখৰ। পাকঘৰত সততে থকা নিমখেই কৰিব আপোনাৰ ছালৰ যতন। নিমখে বিশেষকৈ ছালৰ পৰা টষ্কিন শুহি লোৱাত সহায় কৰে। শালমইনা হোৱাৰ প্ৰধান কাৰণ হৈছে বেক্টেৰিয়া। সেইবাবে নিমখে এনে ধৰণৰ বেক্টেৰিয়া নাশ কৰাত সহায় কৰে।

নিমখে ছালখনক স্কাৱ কৰাত সহায় কৰে। নোম ছিদ্ৰসমূহৰ পৰা লেতেৰা গভীৰৰ পৰা পৰিষ্কাৰ কৰাত সহায় কৰে। তেজ চলাচল সুন্দৰভাৱে হয়। ছালৰ পৰা অতিৰিক্ত তেল শুহি লোৱাত সহায় কৰে।

সচেতন ছালৰ বাবে ই উত্তম ক্লিনিজাৰ। নিমখে আমাৰ মাংস পেশীবোৰ সবল কৰে। সাগৰীয় নিমখত ছডিয়াম, মেগনেছিয়াম, পটাচিয়াম আৰু কেলচিয়াম থাকে। নিমখ ব্যৱহাৰৰ পাছত আৰাম অনুভৱ কৰিব পাৰি।

পাছে কিদৰে ব্যৱহাৰ কৰিব নিমখ-
এচামুচ নিমখৰ লগত প্ৰয়োজন অনুসৰি মৌ মিহলাই মুখত ডিঙিত আৰু হাতত লগাই লাহে লাহে ঘঁহি দিব। তেনে কৰিলে নিস্তেজ ছালত ই তেজ চলাচল ভাল কৰি ছালৰ উজ্জ্বলতা বঢ়াত সহায় কৰে।
মৃত কোষ পৰিষ্কাৰ কৰে। ছালত চেবাম উৎপাদনত সমতা ৰক্ষা কৰে। ফলত নিয়মিত ব্যৱহাৰ কৰিলে অতিৰিক্ত তেল ওলোৱাত বাধা দিয়ে আৰু ছালৰ মসৃণতা বঢ়ায়।
যদি আপোনাৰ ছালখন খুব মিহি হয়, তেন্তে এখন সূতাৰ কাপোৰত নিমখ বান্ধি টোপোলা কৰি ছালত ঘঁহি ঘঁহি দিব। লাহে লাহে ঘূৰাই ঘূৰাই ঘঁহিব। পাছত ঠাণ্ডা পানীতেই দুই দিব।

কিন্তু কোনোদিনে ছালত অকল নিমখ ব্যৱহাৰ নকৰিব। সদায় তেল, ক্ৰীম বা অন্য সামগ্ৰীৰ লগত মিহলাহে লগাব। তেতিয়াহে সুফল লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Beauty Ingredientbeauty tipsSaltSalt Beauty Product
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা
স্বাস্থ্য

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

April 7, 2026
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
Next Post
মা বঙালী-পিতা জাৰ্মান, পাছে অধিক ধুনীয়া হোৱাৰ বাবেই নাপালে কাম, চিনি পাইছেনে অভিনেত্ৰীগৰাকী

মা বঙালী-পিতা জাৰ্মান, পাছে অধিক ধুনীয়া হোৱাৰ বাবেই নাপালে কাম, চিনি পাইছেনে অভিনেত্ৰীগৰাকী

আপ চৰকাৰ ভাঙি ৰাষ্ট্ৰপতি শাসন আহিব দিল্লীত, কেন্দ্ৰই ৰচিছে গভীৰ ষড়যন্ত্ৰ- আতিশী

আপ চৰকাৰ ভাঙি ৰাষ্ট্ৰপতি শাসন আহিব দিল্লীত, কেন্দ্ৰই ৰচিছে গভীৰ ষড়যন্ত্ৰ- আতিশী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.